Monthly Archive:: May 2020

Latest Posts

ৰোহিত শর্মাৰ নাম বি চি চি আই এ ৰাজীব গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে

ভাৰতীয় ক্রিকেট দলৰ সহঃঅধিনায়ক ৰোহিত শর্মাৰ নাম বি চি চি আই এ ৰাজীব গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে। একে সময়তে শিখৰ ধাৱান, দিপ্তী শর্মা আৰু ঈশান্ত শর্মাৰ নামো অর্জুন বঁটাৰ বাবে মনোনীত কৰিছে। ২০২০ বর্ষৰ বাবে সন্মানীয় ৰাজীৱ গান্ধী

Daily Current Affairs Assam: 31-05-2020

৩১-০৫-২০২০: আজিৰ কাৰেন্ট এফেয়ার্চ শিতানত আমি উইপ্র, ৰোজগাৰ সেতু, হার্বেল পথ প্রজেক্ট, অগ্নিপৰীক্ষা মিছাইল এই বিষয় সমূহ সামৰি লৈছো। Assam Study Centre ৰ কাৰেন্ট এফেয়ার্চ শিতানৰ যোগেদি প্রতিযোগিতামূলক পৰীক্ষত প্রস্তুতি হ’ব পৰাকৈ দৈনিক গুৰুত্বপূর্ণ বিষয়সমূহ সামৰি বিভিন্ন খবৰ আৰু কুইজ আকাৰত

আমেৰিকা আৰু চীনৰ মাজৰ সম্পর্কত ফাটঃ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সমর্থন প্রত্যাহাৰ কৰিলে আমেৰিকাই

বিশ্ব স্বাস্থ্য সংস্থাক কেন্দ্র কৰি আমেৰিকা আৰু চীনৰ মাজৰ সম্পর্কত ফাট মেলা পৰিলক্ষিত হৈছে।  আমেৰিকা যুক্তৰাষ্ট্রই বিশ্ব স্বাস্থ্য সংস্থাৰ লগত তেওঁলোকৰ সকলোধৰণৰ সম্পর্ক ২৯ মে  ২০২০ তাৰিখে বাতিল কৰিছে। আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে এই বিষয়ে সবিশেষ ঘোষণা কৰে।  কি কয় ট্রাম্পে

জ্ঞানপীঠ বঁটা বিজয়ীসকলৰ নাম ২০১৯ বর্ষত কোনে এই বঁটা লাভ কৰিছে ?

ভাৰতীয় সাহিত্য জগতত  প্রদান কৰা উচ্চতম বঁটাৰ নাম হৈছে জ্ঞানপীঠ বঁটা। প্রত্যেক বছৰে ভাৰতীয় জ্ঞানপীঠে ভাৰতীয় সাহিত্যলৈ বিশিষ্ট অৱদান আগবঢ়োৱা এজন সাহিত্যিকক এই বঁটা প্রদান কৰে। এই বঁটা কেৱল ভাৰতীয় সাহিত্যিককহে প্রদান কৰা হয়। সংবিধানৰ অষ্টম অনুসুচীত সন্নিবিষ্ট ভাষাৰ সাহিত্য আৰু

Daily G.K. Series – 29-05-2020

১) লক-ডাউনৰ মাজত প্রয়োজনীয় সামগ্রী সৰহবৰাহৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই ই-পাছ ব্যবস্থা চমুকৈ PRAGYAAM প্রৱর্তন কৰিছে ? ক) তেলেঙ্গানা খ) ওড়িষ্যা গ) ঝাড়খণ্ড ঘ) পাঞ্জাৱ = ঝাড়খণ্ড ২) আন্তর্জাতিক অলিম্পিক কমিটিয়ে ২০২১ বর্ষ টকিও অলিম্পিক তলৰ কোনখন দেশলৈ স্থানান্তৰিত কৰে ?

জে. কে. ৰাউলিঙৰ The Ickbog ক’ত পাব ?

জে. কে. ৰাউলিঙে তেওঁৰ নতুন শিশু গ্রন্থ “The Ickbog” ৰ প্রথম ৮ টা অধ্যায় পঢ়ুৱৈৰ বাবে অনলাইনত মুকলি কৰি দিছে । এই অধ্যায়কেইটা সম্পূর্ণ বিনামূলীয়াকৈ পঢ়ুৱৈসকলে পঢ়িব পাৰিব । উল্লেখযোগ্য যে হেৰী পটাৰ চিৰিজৰ সৃষ্টিকর্তা ৰাউলিঙে এই বিষয়ে আজি তেওঁৰ ৱেবচাইটত

ভাৰতৰ ভিতৰতে প্রথম “ৰাজ্যিক স্বাস্থ্য পঞ্জীয়ণ” কোনে আৰম্ভ কৰিবলৈ লৈছে ?

কর্ণাটকে দেশৰ ভিতৰতে সর্বপ্রথম “ৰাজ্যিক স্বাস্থ্য পঞ্জীয়ণ” আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই ৰেজিষ্টাৰত ৰাজ্যখনৰ সকলো নাগৰিকক সামৰি লোৱা হ’ব। এক উন্নতমানৰ স্বাস্থ্যৰ সুবিধা প্রদান কৰিবৰ বাবে কর্ণাটক চৰকাৰে এই ব্যবস্থা গ্রহণ কৰিছে। ২৭ মে’ত কর্ণাটক চৰকাৰে ঘোষনা কৰিছে যে ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ

India G.K. in Assamese Language

১) তলৰ কোনখন ৰাষ্ট্রই ইয়াৰ মানচিত্র উন্নীতকৰণৰ বাবে সংবিধান সংশোধনী প্রক্রিয়া পিছুৱাই দিছে ? ক) ভাৰত খ) পাকিস্তান গ) চীন ঘ) নেপাল = নেপাল ২) বিদেশৰ পৰা ঘুৰি অহা ভাৰতীয় সকলৰ বাবে হোটেল কোৱাৰেণ্টেইন পিৰিয়ডৰ বাধ্যতামূলক সময়সীমা কিমান দিনৰ বাবে কেন্দ্রই

Daily G. K. Series 28-05-2020

১) নিম্নলিখিত কোন স্থানত চালকোলিথিক যুগৰ আটাইতকৈ বেছি বিভিন্ন ধৰণৰ শস্য পোৱা গৈছে ? ক) নভদাতলী খ) গিলুণ্ড গ) আদমগড় ঘ) বনহালি = নভদাতলী ২) তলৰ কোনটো ইউটাৰোফিক হ্রদৰ বৈশিষ্ট্য নহয় ?  ক) এই হৃদ সাধাৰণতে ফুলৰ দ্বাৰা আৱৰি থাকে খ)

বিভিন্ন দেশৰ বিধানমণ্ডলৰ নাম

অষ্ট্রেলিয়াৰ বিধানমণ্ডলৰ নাম ? ফেডাৰেল পার্লামেন্ট অষ্ট্রিয়াৰ বিধানমণ্ডলৰ নাম ? নেটিঅৰ এছেমব্লি   আলবেনিয়াৰ বিধানমণ্ডলৰ নাম ? পিপলছ এছেমব্লি   আফগানিস্তানৰ বিধানমণ্ডলৰ নাম ?  হাল-অ-আকাড আলবেনিয়াৰ বিধানমণ্ডলৰ নাম ? পিপলছ এছেমব্লি   আলজেৰিয়াৰ বিধানমণ্ডলৰ নাম ? নেচনেল পিপলছ এছেমব্লি আর্জেন্টিনাৰ বিধানমণ্ডলৰ নাম ? নেচনেল
error: