Join Assam Study Centre Channel

India G.K. in Assamese Language

১) তলৰ কোনখন ৰাষ্ট্রই ইয়াৰ মানচিত্র উন্নীতকৰণৰ বাবে সংবিধান সংশোধনী প্রক্রিয়া পিছুৱাই দিছে ?

ক) ভাৰত

খ) পাকিস্তান

গ) চীন

ঘ) নেপাল

= নেপাল

২) বিদেশৰ পৰা ঘুৰি অহা ভাৰতীয় সকলৰ বাবে হোটেল কোৱাৰেণ্টেইন পিৰিয়ডৰ বাধ্যতামূলক সময়সীমা কিমান দিনৰ বাবে কেন্দ্রই কমাই দিছে ?

ক) ১৪ দিন

খ) ৭ দিন

গ) ৫ দিন

ঘ) ১০ দিন

= ৭ দিন

৩) তলৰ কোনখন ৰাজ্যই নিজ ৰাজ্যলৈ ঘুৰি অহা ব্যক্তিৰ পৰা কভিড-১৯ নিগেটিভ প্রমাণপত্র দাখিলৰ দাবী তুলিছে ?

ক) কেৰেলা

খ) চিকিম

গ) অৰুণাচল প্রদেশ

ঘ) গোৱা

= গোৱা

৪) ইউৰোপিয়ান আয়োগে বন্ধ হৈ যোৱা অর্থনীতি পুনৰোদ্ধাৰৰ বাবে কিমান পৰিমাণৰ ধনৰাশি আগবঢ়োৱাৰ প্রস্তাব দিছে ?

ক) ৭৫০ বিলিয়ন ইউৰো

খ) ৬৫০ বিলিয়ন ইউৰো

গ) ৩৯০ বিলিয়ন ইউৰো

ঘ) ৮১০ বিলিয়ন ইউৰো

= ৭৫০ বিলিয়ন ইউৰো


৫) কোনখন ৰাষ্ট্রৰ ৰাষ্ট্রপতিয়ে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদ মীমাংসাৰ বাবে মধ্যস্থতাকাৰীৰ প্রস্তাব দিছে ?

ক) জাপান

খ) আমেৰিকা

গ) ৰাছিয়া

ঘ) দক্ষিণ কোৰিয়া

= আমেৰিকা


৬) তলৰ কোনখন ৰাজ্যই খামটি লাহি চাউল, টাৱাং মাকৈ আৰ আদি আদাৰ G.I টেগিংৰ প্রক্রিয়া আৰম্ভ কৰিছে ?

ক) অসম

খ) মণিপুৰ

গ) অৰুণাচল প্রদেশ

ঘ) ত্রিপুৰা

= অৰুণাচল প্রদেশ

৭) বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিৰ ক্ষেত্রত তলৰ কোনখন ৰাজ্যই ইচ্ছাকৃত কোৱাৰেণ্টাইন ব্যবস্থা প্রত্যহাৰ কৰিছে ?

ক) কেৰেলা

খ) গোৱা

গ) মধ্য প্রদেশ

ঘ) কর্নাটক
= গোৱা

৮) তলৰ কোনটো এপ্‌  অপেন চর্চ ?

ক) আৰোগ্য সেতুঁ

খ) ভীম এপ

গ) মাই গভ এপ

ঘ) উমং এপ

= আৰোগ্য সেতুঁ

Leave a Comment

error: Warning, you aare not allowed to copy this element