ছাত্র-ছাত্রীসকলৰ বাবে আমি আগবঢ়াইছো চেবা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, বিশ্ববিদ্যালয় তথা বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে পুৰণি প্রশ্নকাকতসমূহ। যিকোনো পৰীক্ষাত অৱতীর্ণ হ’বলৈ যাওঁতে আগৰ বছৰৰ প্রশ্নকাকতসমূহে প্রস্তুতিত যথেষ্ট সহায় কৰে। সম্ভাব্য প্রশ্নৰ ধৰণ, নম্বৰৰ দিশ এইবিলাক সুক্ষ্মভাবে নিৰীক্ষণ কৰিলে আগন্তুক পৰীক্ষাৰ বাবে আমাক প্রস্তুতি চলোৱাত সহায় কৰিব। ইয়াত আমি SEBA, AHSEC, Dibrugarh University, Gauhati University, Tezpur University, UGC NET, SET, SSC, Railway, APSC, UPSC আদিক ধৰি অন্যান্য প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ পুৰণি প্রশ্নকাকতসমূহ সন্নিৱিষ্ট কৰিছো। PREVIOUS YEAR QUESTION PAPER | DOWNLOAD FREE সমুহৰ দ্বাৰা ছাত্র-ছাত্রীসকল উপকৃত হ’লে আমাৰ কষ্ট সার্থক হ’ব। PREVIOUS YEAR QUESTION PAPER | DOWNLOAD FREE ডাউনলোড কৰইবলৈ তলত আমি দিয়া নিদিষ্ট বিষয়ত ক্লিক কৰক।

 

HOW TO DOWNLOAD PREVIOUS YEAR QUESTION PAPER

 

we are forwarding the Previous Year Question Paper for the students of all Boards and Universities, for all types of competitive examinations. Here we cover the previous year question papers of SEBA, AHSEC Dibrugarh University Degree Question Papers, Gauhati University Degree Question papers, UGC NET, SET, SSC, Railway, APSC, UPSC etc. Our efforts will be succeeded if the students will get help from these previous year question papers. To Download Previous Year Question Papers, click the links given below.