Join Assam Study Centre Channel

Daily Current Affairs Assam: 31-05-2020

৩১-০৫-২০২০: আজিৰ কাৰেন্ট এফেয়ার্চ শিতানত আমি উইপ্র, ৰোজগাৰ সেতু, হার্বেল পথ প্রজেক্ট, অগ্নিপৰীক্ষা মিছাইল এই বিষয় সমূহ সামৰি লৈছো।

Assam Study Centre ৰ কাৰেন্ট এফেয়ার্চ শিতানৰ যোগেদি প্রতিযোগিতামূলক পৰীক্ষত প্রস্তুতি হ’ব পৰাকৈ দৈনিক গুৰুত্বপূর্ণ বিষয়সমূহ সামৰি বিভিন্ন খবৰ আৰু কুইজ আকাৰত নিয়মীয়াকৈ আগবঢ়াই অহা হৈছে। যিকোনো প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হ’ব বিচৰা প্রার্থীসকলে দৈনিক এই শিতান ভালদৰে পঢ়িলে আমি নিশ্চিত যে এটা ভাল ফলাফল তেওঁলোকে কৰিবলৈ সক্ষম হ’ব।

 

সম্ভাব্য বস্তুনিষ্ঠ প্রশ্নোত্তৰঃ

 

১) সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা পূনঃনির্ধাৰন কৰিবলৈ সমষ্টি পুনঃনির্দ্ধাৰণ সমিতিত জম্মু-কাশ্মীৰৰ তলত উল্লেখ কৰা কাক মনোনীত কৰা হৈছে ?

ক) ফাৰুক আব্দুল্লা

খ) ওমৰ আব্দুল্লা

গ) মেহবুবা মুফতি

ঘ) গোলাম নবী আজাদ

= ফাৰুক আব্দুল্লা

২) তলত উল্লেখ কৰা কোনে সামাজিক মাধ্যম নিয়ন্ত্রৰ এক চুক্তিত স্বাক্ষৰ কৰিছে ?

ক) ডোনাল্ড ট্রাম্প

খ) নৰেন্দ্র মোদী

গ) অ্যাঞ্জেলা মের্কেল

ঘ) কিম জং ডন

= ডোনাল্ড ট্রাম্প


৩) জ্যেষ্ঠ ৰাজনীতিবিদ অজিত যোগীৰ ৭৪  বছৰ বয়সত ২৯  মে, ২০২০ তাৰিখে মৃত্যু হয়। তেওঁ কোন ৰাজ্যৰ মুখ্যমন্ত্রী আছিল ?

ক) ঝাড়খণ্ড

খ) ছত্তিশগড়

গ) উড়িষ্যা

ঘ) মধ্য প্রদেশ

= ছত্তিশগড়


৪) উইপ্রোৰ নতুন প্রধান কার্যবাহী আৰু ব্যবস্থাপনা পৰিচালক পদত কাক নিয়োগ কৰা হৈছে ?

ক) ৰিচার্ড প্রেমজি

খ) থিয়েৰি ডেলাপুর্ট

গ) মার্ক পাওলো

d) হেনৰী চাচেট

= থিয়েৰি ডেলাপুর্ট


৫) কৌশলগত শ্রমিকৰ বাবে কোন ৰাজ্যই ৰোজগাৰ সেতু প্রকল্প আৰম্ভ কৰিছে?

ক) উত্তৰপ্রদেশ

খ) মহাৰাষ্ট্র

গ) মধ্যপ্রদেশ

ঘ) বিহাৰ

= মধ্যপ্রদেশ

৬) কোনখন ৰাজ্যই শেহতীয়াকৈ হার্বেল পথ প্রকল্প ৰূপায়িত কৰিছে?

ক) উত্তৰপ্রদেশ

খ) মধ্যপ্রদেশ

গ) দিল্লী

ঘ) তেলেঙ্গানা

= উত্তৰপ্রদেশ


৭) ৰাষ্ট্রসংঘৰ  আন্তর্জাতিক শান্তিৰক্ষী দিৱস কিমান তাৰিখে পালন কৰা হয়?

ক) ২৯ মে

খ) ২৮ মে

গ) ২৭ মে

ঘ) ২৬ মে

= ২৯ মে


৮) ‘অগ্নিপ্রস্থ’ নামে ক্ষেপণাস্ত্র পার্ক কোনখন জাহাজত স্থাপনৰ প্রস্তাব দিয়া হৈছে ?

ক) আই এন এস কলিঙ্গ

খ) আই এন এস বিক্রান্ত

গ) আই এন এস তর্কস

ঘ) আই এন এস শিবালিক

= আই এন এস কলিঙ্গ

Leave a Comment

error: Warning, you aare not allowed to copy this element