Class Notes – NCERT, SEBA, AHSEC

সমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলে বিভিন্ন পাঠ্যক্রমৰ বাবে Class Notes বিচাৰি থকা দেখা যায় । বহু ছাত্র-ছাত্রীয়ে গুণগত সমল পোৱাত সমস্যা হয়। সেয়েহে আমি ইয়াত ছাত্র-ছাত্রীসকলৰ উপকাৰ হোৱাকৈ বিভিন্ন বিষয়ৰ Class Notes সমূহ সন্নিৱিষ্ট কৰিছো যাতে অতি সহজে ছাত্র-ছাত্রীসকলে এইবিলাক লাভ কৰিব পাৰে।

What topics are included in this Class Notes?

ইয়াত ছাত্র-ছাত্রীসকলে Class 10, Class 11, Class 12 ৰ শৈক্ষিক সমল লাভ কৰাৰ উপৰিও বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ প্রস্তুতি চলাবৰ বাবে বিষয়সমূহ অন্তঃভূক্ত কৰা হৈছে ।

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Is NCERT Books are Covered?

ইতিমধ্যে আমি উল্লেখ কৰিছো যে বর্তমান অসমৰ শিক্ষা ব্যবস্থাত NCERT ৰ পাঠ্যক্রম অনুসৰণ কৰা হয় । সেয়েহে ইয়াত যিবিলাক বিষয় তথা পাঠৰ ওপৰত সমল আগবঢ়োৱা হৈছে সেইবিলাকে NCERT ৰ পাঠ্যক্রমো সামৰি লৈছে ।

Can I Get SEBA Class Notes ?

হয়, আমি ইয়াত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে SEBA ৰ পাঠ্যক্রম অনুসৰি দশম শ্রেণীৰ বাবে বিভিন্ন বিষয়ৰ Class Notes অন্তঃভূক্ত কৰিছো। SEBA ৰ সমল সমূহও ছাত্র-ছাত্রীসকলে লাভ কৰিব পাৰিব।

How I will get AHSEC Study materials ?

Assam Study Centre ত আমি উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় দুয়োটা বর্ষৰ তিনিওটা শাখাৰ বাবে শৈক্ষিক সমল প্রস্তুত কৰিছো । একাদিক্রমে আমি এইসমূহ ছাত্র-ছাত্রীসকলৰ বাবে আগবঢ়াই থাকিম। এই সমূহ লাভ কৰিবৰ বাবে নিয়মীয়াকৈ পেজটো চাই থাকিব লাগিব ।

Also get Previous Year Question Papers

এই সমলসমূহৰ উপৰিও ছাত্র-ছাত্রীসকলে আমাৰ পেজৰ যোগেদি পৰীক্ষাৰ পুৰণি প্রশ্নকাকত সমূহ লাভ কৰিব পাৰিব। সেইদৰে বিভিন্ন সমূত আমি এই পুৰণি প্রশ্নকাকত সমূহৰ সমাধান আলোচনা কৰো। এইবিলাকো ছাত্র-ছাত্রীসকলে লাভ কৰিব পাৰিব।

Sample Question Papers

ছাত্র-ছাত্রীসকলৰ বাবে আমি পৰীক্ষাৰ প্রস্তুতি চলাবৰ বাবে কিছুমান Sample Question Paper ৰ ব্যবস্থাও কৰিছো। পাঠ সমূহ ভালদৰে অধয়ন কৰাৰ পাছত এই Sample Question Papers বিলাকৰ যোগেদি পৰীক্ষাত প্রস্তুতি চলাবৰ বাবে সুবিধা হ’ব।

বিভিন্ন বিষয়ৰ পাঠৰ সমল লাভ কৰিবৰ বাবে তলত লিংক দিয়া হৈছে ।

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

error: Warning, you aare not allowed to copy this element