দেখা গৈছে যে অসমীয়া ভাষাত General Knowledge ৰ ওপৰত পঢ়িবলৈ বা অধ্যয়ন কৰিবলৈ ইণ্টাৰনেট জগতত বহুত বেছি পৰিমাণে সমল পোৱা নাযায়। অসমৰ ছাত্র-ছাত্রীসকলক উদেশ্যি সেয়ে আমি প্রস্তুত কৰি উলিয়াইছো এই Master G.K.। Master G.K. ত সাহিত্য, বিজ্ঞান, ইতিহাস, সংস্কৃতি, ভাষা, ভূগোল, খেল-ধেমালি, অর্থনৈতিক, ৰাজনৈতিক আদি সকলো বিষয়ৰ General Knowledge ৰ প্রশ্ন সমুহ লাভ কৰিবলৈ সক্ষম হ’ব। APSC, SSC, Railway, Banking, UPSC, APDCL, PNRD আদি বিভিন্ন পৰীক্ষাৰ উপযোগী হোৱাকৈ Master G.K. ৰ প্রশ্ন সমুহ প্রস্তুত কৰা হৈছে।