Join Assam Study Centre Channel

Master G.K.

সাধাৰণ জ্ঞান জগতলৈ আপোনাক স্বাগতম্‌

master gk

 আমাৰ Master G.K. বিষয় সমুহ লাভ কৰি থাকিবলৈ নিয়মিত ভাবে এই পেজটো চাওক।  বিভিন্ন প্রতিযোগিতা মূলক পৰীক্ষা সমুহক লক্ষ্য কৰি এই সাধাৰণ জ্ঞান সমূহ আমি আগবঢ়াই দিছো। 

দেখা গৈছে যে অসমীয়া ভাষাত General Knowledge ৰ ওপৰত পঢ়িবলৈ বা অধ্যয়ন কৰিবলৈ ইণ্টাৰনেট জগতত বহুত বেছি পৰিমাণে সমল পোৱা নাযায়। অসমৰ ছাত্র-ছাত্রীসকলক উদেশ্যি সেয়ে আমি প্রস্তুত কৰি উলিয়াইছো এই Master G.K.। Master G.K. ত সাহিত্য, বিজ্ঞান, ইতিহাস, সংস্কৃতি, ভাষা, ভূগোল, খেল-ধেমালি, অর্থনৈতিক, ৰাজনৈতিক আদি সকলো বিষয়ৰ General Knowledge ৰ প্রশ্ন সমুহ লাভ কৰিবলৈ সক্ষম হ’ব। APSC, SSC, Railway, Banking, UPSC, APDCL, PNRD আদি বিভিন্ন পৰীক্ষাৰ উপযোগী হোৱাকৈ Master G.K.  প্রশ্ন সমুহ প্রস্তুত কৰা হৈছে।

MASTER G.K.

CULTURE

[catlist id=298 numberposts=6]

HISTORY

[catlist id=301 numberposts=6]

Indian Polity & Governance

[catlist id=314 numberposts=6]

Leave a Comment

error: Warning, you aare not allowed to copy this element
%d bloggers like this: