Join Assam Study Centre Channel

Daily G. K. Series 28-05-2020

১) নিম্নলিখিত কোন স্থানত চালকোলিথিক যুগ আটাইতকৈ বেছি বিভিন্ন ধৰণৰ শস্য পোৱা গৈছে ?

ক) নভদাতলী

খ) গিলুণ্ড

গ) আদমগড়

ঘ) বনহালি

= নভদাতলী

২) তলকোনটো ইউটাৰোফিক হ্রদ বৈশিষ্ট্য নহয় ?

 ক) এই হৃদ সাধাৰণতে ফুলৰ দ্বাৰা আৱৰি থাকে

খ) ইয়াত উচ্চ উদ্ভিদ পুষ্টিকৰ প্রৱাহ আছে

গ) ইয়াৰ প্রাথমিক উৎপাদনশীলতা কম

ঘ) ই নীলা শেলুৱৈৰ দ্বাৰা প্রভাবিত হয়।

= ইয়াৰ প্রাথমিক উৎপাদনশীলতা কম

৩) তলৰ কোনখন দেশৰ পৰা ভাৰতে আটাইতকৈ বেছি পৰিমাণে খাৰুৱা তেল আমদানি কৰে ?

ক) ইৰাণ

খ) ছৌদি আৰৱ

গ) সংযুক্ত আৰৱ আমিৰশ্বাহ

ঘ) নাইজেৰিয়া

= ছৌদি আৰৱ

৪) ৰেল বিভাগে ভাড়া প্রৱন্ধকৰ বাবে তলৰ কোনটো এপ্লিকেশ্বন আৰম্ভ কৰিছে ?

ক) SFOORTI এপ

খ) SKOORTI এপ

গ) SNOORTI এপ

ঘ) SMOORTI এপ

= SFOORTI এপ

৫) তলৰ কোনখন দেশত মানবাধিকাৰৰ ক্ষেত্রত গাওয়াংজু পুৰস্কাৰ দিয়া হয় ?

ক) জাপান

খ) দক্ষিণ কোৰিয়া

গ) চীন

ঘ) টাইৱান

= দক্ষিণ কোৰিয়া

৬) ভাৰতত তলৰ কোনছোৱা সময়ত ভাৰতৰত্ন পুৰস্কাৰ প্রদান কৰা হোৱা নাছিল ?

ক) ১৯৫৮ – ১৯৬১

খ) ১৯৬৩ – ১৯৬৬

গ) ১৯৭৭ – ১৯৮০

ঘ) ১৯৯৭ – ২০০৫

=  ১৯৭৭ – ১৯৮০

৭) নিম্নলিখিত কোনটো সংশোধনীয়ে ভাৰতৰ ৰাষ্ট্রপতিক ভাৰতীয় সংবিধানৰ হিন্দী অনুবাদ প্রকাশৰ ক্ষমতা দিছে ?

ক) সংবিধানৰ ৫৫ তম সংশোধনী আইন  

খ) সংবিধানৰ ৫৬  তম সংশোধনী আইন

গ) সংবিধানৰ ৫৭ তম সংশোধনী আইন

ঘ) সংবিধানৰ ৫৮ তম সংশোধনী আইন

= সংবিধানৰ ৫৮ তম সংশোধনী আইন

৮) এছিয়াৰ দীর্ঘতম নদী কি ?

ক) Yellow River

খ) Yangtze Kiang River

গ) Mekong River

ঘ) Lena River

=  Yangtze Kiang River

৯)  আই. ভি. এফ. (In vitro Fertilization) কৌশল  কোনে প্রস্তুত কৰিছিল ?

ক) ৰবার্ট এডৱার্ডচ

খ) ড˚ মার্টিন কুপাৰ

গ) এডৱার্ড জেনাৰ

ঘ) চাৰ ফ্রেঙ্ক হুইটল

= ৰবার্ট এডৱার্ডচ

১০) এজন প্রাপ্তবয়স্কৰ ক’ত RBCs গঠিত হয়?

ক) ক’লা হাড়ৰ  মজ্জা

খ) বহা হাড়ৰ  মজ্জা

গ) ৰঙা হাড়ৰ মজ্জা

ঘ) নীলা হাড়ৰ মজ্জা

= ৰঙা হাড়ৰ মজ্জা

Leave a Comment

error: Warning, you aare not allowed to copy this element