Join Assam Study Centre Channel

উপায়ুক্তৰ কার্যালয়, শিৱসাগৰ নিযুক্তি ২০২০ – SAYEM সহায়ক খালী পদ (২ টা)

উপায়ুক্তৰ কাৰ্য্যালয়, শিৱসাগৰৰ অধীনত SAYEM আঁচনিৰ অধীনত ছয় মাহৰ বাবে চুক্তিগত ভিত্তিত ২ টা SAYEM সহায়ক খালী পদৰ নিযুক্তিৰ বাবে উপায়ুক্ত কার্যালয় শিৱসাগৰে এক বিজ্ঞাপন জাৰী কৰিছে। Sivasagar DC office Appointment

Sivasagar DC office Appointment

পোষ্টৰ নাম: SAIVEM সহায়ক

পদৰ সংখ্যা: ২ (অসংৰক্ষিত)

প্রয়োজনীয় অর্হতা

ক) তেখেত শিৱসাগৰ জিলাখনৰ স্থায়ী আৰু বৰ্তমানৰ বাসিন্দা হ’ব লাগিব।

খ) তেখেতৰ ভাল যোগাযোগৰ দক্ষতা থাকিব লাগিব।

গ) তেখেতৰ এটা ব্যক্তিগত  লেপটপ থকা উচিত

শিক্ষাগত অৰ্হতা:

ক) প্রার্থীৰাকী স্নাতক হ’ব লাগিব।

খ) প্রার্থীগৰাকীৰ কমেও ১ (এক) বছৰীয়া কম্পিউটাৰ ডিপ্লমা পাঠ্যক্ৰম থাকিব লাগিব।

গ) আগতে কামৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

বয়স:

বিজ্ঞাপন প্ৰকাশ কৰাৰ দিনত তেওঁ ২১ বছৰৰ অধিক বয়সৰ হ’ব লাগিব।

বেতন:

প্ৰতি মাহে ২৫,০০০/- টকা (কেৱল ২৫ হেজাৰ টকা) মাহিলী স্থিৰ বেতন।

কেনেদৰে আৱেদন কৰিব:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে তলত দিয়া নথি-পত্রৰ সৈতে অনুসৰি নিম্নলিখিত ৱাক-ইন-ইণ্টাৰভিউৰ বাবে উপস্থিত হ’ব লাগিব।

ক) অসম গেজেট PART-IX প্ৰকাশিত Standard Form ত এপ্লিকেচন।

খ) ঠিকনা, ফোন নম্বৰ আৰু ইমেইল আইডিৰ সৈতে চিভি

গ) দুখন পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ।

ঘ) বয়সৰ প্ৰমাণপত্র, ঠিকনাৰ প্ৰমাণপত্র, শিক্ষাগত অৰ্হতা, আৰু  অভিজ্ঞতাৰ প্ৰমাণপত্ৰ। (Original copies)

ৱাক-ইন ইণ্টাৰভিউৰ তাৰিখঃ

তাৰিখ: ০৬-১১-২০২০

সময়: দিনৰ ১০ বজা

স্থান: উপায়ুক্তৰ কাৰ্য্যালয়, শিৱসাগৰ

বিজ্ঞাপনঃ   Click Here

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান

অসমীয়া ভাষাত General Knowledge ৰ ওপৰত পঢ়িবলৈ বা অধ্যয়ন কৰিবলৈ ইণ্টাৰনেট জগতত বহুত বেছি পৰিমাণে সমল পোৱা নাযায়। অসমৰ ছাত্র-ছাত্রীসকলক উদেশ্যি সেয়ে আমি প্রস্তুত কৰি উলিয়াইছো এই Master G.K.। Master G.K. ত সাহিত্য, বিজ্ঞান, ইতিহাস, সংস্কৃতি, ভাষা, ভূগোল, খেল-ধেমালি, অর্থনৈতিক, ৰাজনৈতিক আদি সকলো বিষয়ৰ General Knowledge ৰ প্রশ্ন সমুহ লাভ কৰিবলৈ সক্ষম হ’ব। APSC, SSC, Railway, Banking, UPSC, APDCL, PNRD আদি বিভিন্ন পৰীক্ষাৰ উপযোগী হোৱাকৈ Master G.K. ৰ প্রশ্ন সমুহ প্রস্তুত কৰা হৈছে।

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান – Click Here

Leave a Comment

error: Warning, you aare not allowed to copy this element