Join Assam Study Centre Channel

ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ নিয়োগ ২০২০ – ১৬৩ টা খালী পদ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৬৩ টা মেনেজাৰ (কাৰিকৰী), ডেপুটি মেনেজাৰ (কাৰিকৰী) আৰু জেনেৰেল মেনেজাৰ পদৰ নিযুক্তিৰ বাবে এক বিজ্ঞাপন জাৰী কৰিছে। NHAI Job Vacancy 2020

NHAI Job Vacancy 2020

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ভাৰত

অন্তিম তাৰিখ: ০১-০১-২০২১

১) মেনেজাৰ (কাৰিকৰী)

পদৰ সংখ্যা: ৫৪ টা

দৰমহাঃ  

পে বেণ্ড ১১ (৬৭৭০০-২০৮৭০০ টকা)

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিংত ডিগ্ৰী

অভিজ্ঞতা:

পথ, ৰাষ্ট্রীয় ঘগাইপথ, দলং আদি আন্তঃগাঁথনিৰ খণ্ড ৰূপায়ণত তিনি বছৰৰ অভিজ্ঞতা।

) ডেপুটী মেনেজাৰ (কাৰিকৰী )

পদৰ সংখ্যা: ৯৭

দৰমহাঃ

পে বেণ্ড ১২ (৭৮৮০০-২০৯২০০ টকা)

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিংত ডিগ্ৰী

অভিজ্ঞতা:

পথ, ৰাষ্ট্রীয় ঘাইপথ আৰু দলং আদি আন্তঃগাঁথনিৰ খণ্ড ৰূপায়ণত ৬ বছৰৰ অভিজ্ঞতা।

) জেনেৰেল মেনেজাৰ (কাৰিকৰী )

পদৰ সংখ্যা: ১০

দৰমহাঃ

পে বেণ্ড ৪ – গ্ৰেড পে ৮৭০০ টকাৰ সৈতে ৩৭৪০০-৬৭০০০ টকা, (চি.ডি.এ. পেটাৰ্ণত পূৰ্ব-সংশোধিত, ৭ ম চিপিচি অনুসৰি পে মেট্ৰিক্সৰ দৰমহাৰ স্তৰ ১৩-ৰ সমান)

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিংত ডিগ্ৰী

অভিজ্ঞতা:

গ্ৰেড পে ৫৪০০/-টকাৰ সৈতে পে বেণ্ড-৩ (১৫,৬০০-৩৯,১০০ টকা) পে স্কেলত ১৪ বছৰৰ অভিজ্ঞতা (চি.ডি.এ. পেটাৰ্ণত পূৰ্ব-সংশোধিত, ৭  চিপিচি অনুসৰি পে মেট্ৰিক্সৰ দৰমহাৰ স্তৰ ১০ৰ সমান) বা সমতুল্য বা অধিক যাৰ ভিতৰত পথ, ৰাষ্ট্রীয় ঘাইপথ আৰু দলংৰ সৈতে সম্পৰ্কিত আন্তঃগাঁথনি খণ্ড ৰূপায়ণত ৯ বছৰৰ অভিজ্ঞতা।

৪)  জেনেৰেল মেনেজাৰ (বিত্ত)

পদৰ সংখ্যা: ২

দৰমহাঃ  

পে বেণ্ড -৪-ত, গ্ৰেড পে ৮৭০০ টকাৰ সৈতে ৩৭৪০০-৬৭০০০ টকা (চি.ডি.এ. পেটাৰ্ণত পূৰ্ব-সংশোধিত, ৭ চিপিচি অনুসৰি পে মেট্ৰিক্সৰ দৰমহাৰ স্তৰ ১৩-ৰ সমান]

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য / একাউণ্টেঞ্চীত ডিগ্ৰী বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ প্ৰতিষ্ঠানৰ পৰা ICAI/ICWAI/ BBA (Finance); বা কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ যিকোনো সংগঠিত গোট-‘A’ বিত্ত/ একাউণ্ট সম্পৰ্কিত সেৱাৰ সদস্য

অভিজ্ঞতা:

গ্ৰেড পে ৫৪০০/- টকা (চিডিএ পেটাৰ্ণত পূৰ্ব-সংশোধিত, ৭ চিপিচি অনুসৰি পে মেট্ৰিক্সৰ দৰমহাৰ স্তৰ ১০ৰ সমান) বা সমতুল্য বা পে বেণ্ড- ৩ ৰ পে স্কেলত ১৪ বছৰৰ অভিজ্ঞতা।

কেনেদৰে আৱেদন কৰিব:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে NHAI ৱেবছাইটৰ মাধ্যমেৰে ওপৰোক্ত পদবোৰৰ বাবে অনলাইন আৱেদন কৰিব লাগিব।

অনলাইন এপ্লিকেচন ০১-০১-২০২১ (6.00 PM) ৰ ভিতৰত দাখিল কৰিব পাৰিব। অনলাইন আবেদন পত্র প্রিণ্ট কৰি, নিদিষ্ট ভেৰিফিকেচন চার্টিফিকেট সহ তলত উল্লেখ কৰা ঠিকনালৈ ১৫-০১-২০২১ তাৰিখৰ ভিতৰত পঠিয়াব লাগিব।

DGM (HR & Admn.)I A,

National Highway Authority of India

Plot No: G-5 & 6, Sector- 10

Dwaraka, New Delhi- 110075

গুৰুত্বপূৰ্ণ তাৰিখ:

এপ্লিকেচনৰ অনলাইন পঞ্জীয়নৰ বাবে খোলা তাৰিখ: 02.11.2020 (10.00 AM)

অনলাইন এপ্লিকেচন দাখিল কৰাৰ অন্তিম তাৰিখ: 01.01.2021 (6.00 PM)

বিজ্ঞাপনঃ               Click Here

অনলাইন আৱেদনঃ       Click Here

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান – Click Here

Leave a Comment

error: Warning, you aare not allowed to copy this element