Join Assam Study Centre Channel

চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি বোর্ডৰ অধীনত পদ খালী

অসম চৰকাৰৰ চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি বোর্ডে মেডিকেল কলেজ আৰু অন্যান্য চিকিৎসালয়ত খালী হোৱা চিকিৎসা / অনা-চিকিৎসা শিক্ষক পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা অনলাইনযোগে নিম্নলিখিত পদসমূহৰ বাবে আৱেদন বিচাৰিছে। Assam Medical Job 2020

Assam Medical Job 2020

পদৰ নামঃ সহকাৰী অধ্যাপক

অন্তিম তাৰিখ: 06.01.2021

পদৰ নামঃ সহকাৰী অধ্যাপক

পদৰ সংখ্যা : ১৩ টা

দৰমহাঃ ৬৮,৯০০ টকা – ২,০৫,৫০০/- টকা প্ৰতি মাহে

বয়স: প্ৰাৰ্থীৰ বয়স ২৫ বছৰৰ কম হ’ব নালাগিব আৰু ০১/০১/২০২০ লৈকে ৩৮ বছৰৰ অধিক বয়স হ’ব নালাগিব। চাকৰিৰ স্থান গুৱাহাটী

অন্তিম তাৰিখ ০৬-১১-২০২০

আৱেদন মাচুল: সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ২৫০/- টকা (দুশ পঞ্চাশ টকা) আৰু  OBC /MOBC/SC/ST(P)/ST(H) প্ৰাৰ্থীৰ বাবে ১৫০/- টকা (এশ পঞ্চাশ টকা) ৰ মাছূল দিব লাগিব ।

ঠিকনা:

Address: Medical and Health Recruitment Board, Assam Office Of The Director Of Medical Education, Ground Floor, Six Mile, Guwahati-22

বাছনি: সাক্ষাৎকাৰ

গুৰুত্বপূৰ্ণ তাৰিখ:

অনলাইন এপ্লিকেচন দাখিল কৰাৰ অন্তিম তাৰিখ: 06.01.2021

বিজ্ঞাপনঃ               Click Here

অনলাইন আৱেদনঃ       Click Here

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান – Click Here

Leave a Comment

error: Warning, you aare not allowed to copy this element