Join Assam Study Centre Channel

MCQ on Indian Polity and Government- Series 36

প্ৰিয় শিক্ষাৰ্থী, আমি আপোনালোকৰ বাবে আদালতৰ বিভিন্ন প্রকাৰৰ লেখ আৱেদন   আৰু লোকসেৱা আয়োগৰ ওপৰত ১০ টা MCQ প্রশ্নোত্তৰৰ এটা ছেট উপস্থাপন কৰিছো। আমাৰ অভিজ্ঞ দলে আপোনাকলৈ বিষয় অনুসৰি প্ৰশ্ন  আগবঢ়াই আহিছে  যাতে আপুনি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত সকলো প্ৰাসঙ্গিক প্ৰশ্নৰ সম্পূৰ্ণ ধাৰণা কৰিব পাৰে। Political Science Gk

Political Science Gk

তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা 

১)  নিম্নলিখিত কোনটো লেখ আৱেদনক (Writ)  ব্যক্তিগত স্বাধীনতাৰ নিশ্চিতি বুলি কোৱা হয়?

ক) পৰমাধিদেশ (Mandamus)

খ) বন্দী উপস্থাপন ( Habeas Corpus)

গ) কৈফিয়ৎ তলবী (Quo-Warranto)  

ঘ)  উৎপ্রেষণ  (Certiorari)

২) নিজৰ অধিকাৰৰ ভিতৰত নপৰা কোনো এজন ব্যক্তিয়ে যদিলাভজনক পদবীত অধিষ্ঠিত হৈ থাকে, তেন্তে তেওঁৰ বিৰুদ্ধে তলৰ কোনটো লেখ আৱেদন কৰিব পাৰি ?

ক) বন্দী উপস্থাপন ( Habeas Corpus)

খ) পৰমাধিদেশ (Mandamus)

গ) নিষেধাজ্ঞা (Prohibition)

ঘ) কৈফিয়ৎ তলবী (Quo-Warranto)  

৩) কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ক লেখ জাৰি কৰাৰ ক্ষমতা দিয়া হৈছে?

ক) অনুচ্ছেদ ২২৬

খ) অনুচ্ছেদ ৩২

গ) অনুচ্ছেদ ৩১

ঘ) অনুচ্ছেদ ২৫

৪) কোনো  ৰাজহুৱা কৰ্তৃপক্ষক ৰাজহুৱা বা বিধিবদ্ধ দায়িত্ব পালন কৰিবলৈ বাধ্য কৰিবলৈ নিম্নলিখিত কোনটো লেখ জাৰি কৰিব পাৰি?

আপুনি যদি আমাৰ এই Political Science GK MCQপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ বা টুইটাৰত বা টেলিগ্ৰাম ‘ত অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

ক) নিষেধাজ্ঞা (Prohibition)

খ) কৈফিয়ৎ তলবী (Quo-Warranto)  

গ) পৰমাধিদেশ (Mandamus)

ঘ) বন্দী উপস্থাপন ( Habeas Corpus)

৫) তালিকা ১-ত থকা লেখসমূহৰ নামবোৰ তালিকা ২-ত তেওঁলোকৰ অৰ্থৰ সৈতে মিলাওক।

ৰিটৰ নামঅৰ্থ
তালিকা ১তালিকা ২
I) বন্দী উপস্থাপন ( Habeas Corpus)A) আদেশ দিয়া
II) পৰমাধিদেশ (Mandamus)B) আটক কৰা
III) উৎপ্রেষণ (Certiorari)C) সোঁশৰীৰে উপস্থিত হোৱা
IV) কৈফিয়ৎ তলবী (Quo-Warranto)D) অৱগত কৰা

ক) I-B; II-D; III-A; IV-C

খ) I-B; II-A; III-D; IV-C

গ) I-C; II-D; III-A; IV-B

ঘ) I-C; II-A; III-D; IV-B

৬) ৰাজ্যৰ অসামৰিক সেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক নিম্নলিখিত কাৰ দ্বাৰা নিযুক্ত দিয়া হয়?

ক) ৰাষ্ট্ৰপতি

খ) ৰাজ্যপাল

গ) ভাৰতৰ মুখ্য ন্যায়াধীশ

ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

৭)  কেন্দ্রীয় লোকসেৱা আয়োগৰ সদস্যৰ অৱসৰৰ বয়স কিমান?

ক) ৬৫ বছৰ

খ) ৬৪ বছৰ

গ) ৬৩ বছৰ

ঘ) ৬২ বছৰ

৮) কেন্দ্রীয় লোকসেৱা আয়োগৰ সদস্য এজনক পদৰ পৰা কোনে আঁতৰাব পাৰে?

ক) ৰাষ্ট্ৰপতি

খ) ৰাজ্যৰ ৰাজ্যপাল

গ) সংসদ

ঘ) আইন মন্ত্ৰী

৯)  নিম্নলিখিত কোনটো বিবৃতি অশুদ্ধ?

ক) ৰাজ্য লোকসেৱা আয়োগৰ সদস্য এজনৰ অৱসৰৰ বয়স ৬৫ বছৰ

খ) ভাৰতীয় সংসদৰ লোকসভাৰই সর্বভাৰতীয় সেৱা আৰম্ভ কৰাৰ অধিকাৰ আছে।

গ) লোকসেৱা আয়োগৰ সদস্য এজনৰ কার্যকাল ৬ বছৰ

ঘ) ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষক কেন্দ্রীয় লোকসেৱা আয়োগৰ সভাপতি বা সদস্য হিচাপে নিযুক্তি দিব পাৰে

১০) নিম্নলিখিত কোনটো বিবৃতি অশুদ্ধ (লোকসেৱা আয়োগৰ কার্যৰ ক্ষেত্রত) ?

I) ৰাজ্যিক আৰু কেন্দ্রীয় সেৱাত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা

II)  তেওঁলোকক দিয়া যিকোনো বিষয়ত পৰামৰ্শ দিয়া বা ৰাষ্ট্ৰপতি তথা ৰাজ্যপালে আয়োগৰ পৰা আন বিষয়ত পৰামর্শ বিচাৰিলে

III) প্ৰাৰ্থী নিযুক্তি সম্পৰ্কে গৃহ মন্ত্ৰালয়ক নিৰ্দেশনা দিয়া

ক) I ,II

খ) II, III

গ) মাত্ৰ III

ঘ) কেৱল II

প্রশ্নউত্তৰ
১০

Leave a Comment

error: Warning, you aare not allowed to copy this element