Join Assam Study Centre Channel

মাজুলী নিয়োগ ২০২০ – ২২ গাওঁবুঢ়া (চৰকাৰী) খালী পদৰ বাবে অনলাইন আৱেদন

মাজুলীৰ উপায়ুক্ত কার্যালয়ে মাজুলী জিলাত ২২ টা গাওঁবুঢ়া  (চৰকাৰী) খালী পদ পূৰণৰ বাবে এক অধিসূচনা জাৰি কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে ইয়াৰ বাবে অনলাইন আৱেদন কৰিব পাৰে। MAJULI APPOINTMENT 2020

MAJULI APPOINTMENT 2020

উপায়ুক্তৰ কার্যালয়, মাজুলী।

অন্তিম তাৰিখ: ১৫/১১/২০২০

পদৰ নাম: গাওঁবুঢ়া (চৰকাৰী)

পদৰ সংখ্যা: ২২

যোগ্যতাৰ চৰ্ত

বয়স: ২০২০ চনৰ জানুৱাৰী ১তাৰিখলৈকে প্ৰাৰ্থীৰ বয়স 25 বছৰ হ’ব লাগিব।

শিক্ষাগত অৰ্হতা: মেট্রিক উত্তীৰ্ণ বা সমতুল্য পৰীক্ষা উত্তীৰ্ণ ।

অন্যান্য চৰ্ত:

ক) প্ৰাৰ্থীসকলে সংশ্লিষ্ট গাওঁ/গাওঁবোৰৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

খ) প্ৰাৰ্থী মানসিক আৰু শাৰীৰিকভাৱে সক্ষম হ’ব লাগিব।

গ) তেখেত চৰকাৰী কৰ্মচাৰী হ’ব নালাগিব।

বাছনি প্ৰক্ৰিয়া:

সাক্ষাৎকাৰ।

কেনেদৰে আৱেদন কৰিব

আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন  আৱেদন কৰিব পাৰে

গুৰুত্বপূৰ্ণ তাৰিখ

অনলাইন আবেদনসমূহ ২১ অক্টোবৰ, ২০২০ তাৰিখৰ  পুৱা ১০.০০ বজাৰ পৰা ১৫ নৱেম্বৰ, ২০২০ তাৰিখৰ ১১.৫৯ বজালৈ গ্ৰহণ কৰা হ’ব।

আপল’ড কৰিব লগীয়া নথিপত্ৰ

প্রার্থীসকলে নিম্নলিখিত প্ৰয়োজনীয় নথিপত্ৰবোৰ আপলোড কৰিব লাগিব

ক) স্থায়ী বাসিন্দাৰ প্রমাণপত্র

খ) বয়সৰ প্ৰমাণপত্র

গ) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ

ঘ) বাকিজাই ক্লিয়াৰেন্স প্ৰমাণপত্ৰ

ঙ) স্থায়ী সম্পত্তিৰ প্ৰমাণপত্ৰ

চ) ভোটাৰ কার্ড /PAN কাৰ্ড

ছ) পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ

জ) মেডিকলে ফিটনেছ প্ৰমাণপত্ৰ

ঝ) দুটাতকৈ অধিক সন্তান নথকাৰ আদালতৰ এফিডেফিট

বিজ্ঞাপনঃ               Click Here

অনলাইন আৱেদনঃ       Click Here

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান – Click Here

Leave a Comment

error: Warning, you aare not allowed to copy this element