Join Assam Study Centre Channel

SCERT, অসম নিযুক্তি ২০২০ – ৩৪ টা খালী পদৰ বাবে অনলাইন আৱেদন

অসম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ বিভাগ (SCERT)ৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠানত ৩৪ টা খালী পদ পূৰণৰ বাবে  অনলাইন আৱেদন বিচৰা হৈছে। পদসমূহৰ বিৱৰণ তলত উল্লেখ কৰা হৈছে । SCERT VACANCY 2020

ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT), অসম

অন্তিম তাৰিখ: ২২-১১-২০২০

SCERT VACANCY 2020

১) নিম্ন বর্গৰ সহায়ক (Lower Division Assistant)

পদৰ সংখ্যা: ৫ টা

শিক্ষাগত অৰ্হতা:

ক)  যিকোনো শাখাৰ স্নাতক

খ) যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডিটিপি/টাইপিংত ডিপ্লোমা/প্ৰমাণপত্ৰ। চৰকাৰী ভাষা টাইপ কৰা প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব।

) লেবেৰটৰী সহায়ক (Laboratory Assistant)

পদৰ সংখ্যা: ৩

শিক্ষাগত অৰ্হতা:

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান বা জীৱ বিজ্ঞানৰ স্নাতক। লগতে কম্পিউটাৰ এপ্লিকেচনত দক্ষতা।

) লাইব্ৰেৰী সহায়ক (Library Assistant)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

যিকোনো শাখাত স্নাতক। লাইব্ৰেৰী আৰু তথ্য বিজ্ঞানত ডিগ্ৰী থকা আৰু কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

) পৰিসাংখ্যিক সহায়ক (Statistical Assistant)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

নিম্নলিখিত যিকোনো এটা বিষয়ৰ সৈতে যিকোনো শাখাত স্নাতক

ক) অর্থনীতি

খ) পৰিসংখ্যা

গ) গণিত

কম্পিউটাৰত ডাটা এণ্ট্রিৰ জ্ঞান বাঞ্চনীয়

) ষ্টেনোগ্ৰাফাৰ (Stenographer)

পদৰ সংখ্যা: ১

SCERT JOB VACANCY

শিক্ষাগত অৰ্হতা:

ক) যিকোনো শাখাত স্নাতক

খ) ৰাজ্যৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পলিটেকনিকৰ পৰা বা ৰাষ্ট্ৰীয় বৃত্তিগত বাণিজ্য কাউন্সিলৰ ডিপ্লোমা বা অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা চৰ্টহেণ্ড লিখাৰ ডিপ্লোমা আৰু ইংৰাজীত ভাষাৰ পার্গত । তেওঁ চৰ্টহেণ্ড পৰীক্ষাত পাছ কৰিব লাগিব। নিম্নতম স্পীড ৮0 টা শব্দ / মিনিট হ’ব লাগিব। প্ৰাৰ্থীৰ কম্পিউটাৰ এপ্লিকেচনত  জ্ঞান থাকিব লাগিব।

) স্নাতক প্ৰশিক্ষক -কলা (Graduate Instructor -Arts)

পদৰ সংখ্যা: ৩

শিক্ষাগত অৰ্হতা:

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ কলা শাখাৰ স্নাতক ডিগ্ৰীৰ উপৰিও থকা এম.এ বি.এড  ডিগ্ৰী থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

৭) সহকাৰী শিক্ষক -কলা (Assistant Teacher- Arts)

পদৰ সংখ্যা:

শিক্ষাগত অৰ্হতা:

যিকোনো বিষয়ত মেজৰ সহ  স্নাতক ডিগ্রী আৰু যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি.এড ডিগ্ৰী। তদুপৰি কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

৮) সহকাৰী শিক্ষক –বিজ্ঞান (Assistant Teacher- Science)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

পদাৰ্থ বিজ্ঞান/ ৰসায়ণ বিজ্ঞানত মেজৰ সহ স্নাতক ডিগ্রী আৰু যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী । বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীসকলক অগ্রাধিকাৰ দিয়া হ’ব।

) সহকাৰী শিক্ষক (Assistant Teacher)

পদৰ সংখ্যা: ২ (কলা: ১, বিজ্ঞান: ১)

শিক্ষাগত অৰ্হতা:

পদাৰ্থ বিজ্ঞান/ ৰসায়ণ বিজ্ঞানত মেজৰ আৰু যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী । সহকাৰী শিক্ষকৰ (বিজ্ঞান) বাবে বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰাৰ্থীসকলক  অগ্রাধিকাৰ প্ৰদান কৰা হ’ব।

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত মেজৰ আৰু বি.এড ডিগ্ৰী ।  সহকাৰী শিক্ষকৰ (কলা) বাবে ইংৰাজীত স্নাতকোত্তৰ ডিগ্রী থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

১০) সাধাৰণ প্ৰশিক্ষক (Normal Instructor)

পদৰ সংখ্যা: ২

শিক্ষাগত অৰ্হতা:

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰীৰ লগতে বিজ্ঞান বা কলাৰ যিকোনো শাখাত স্নাতক ডিগ্ৰী। বিজ্ঞান বা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

১১) প্ৰশিক্ষক (Instructor)

পদৰ সংখ্যা: ২

শিক্ষাগত অৰ্হতা:

যিকোনো বিষয়ত মেজৰ সহ বিএ ডিগ্রী আৰু যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি.এড ডিগ্ৰী। কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী থকা প্রার্থীক  অগ্রাধিকাৰ দিয়া হ’ব।

১২) ক্ৰাফ্ট প্ৰশিক্ষক (Craft Instructor)

পদৰ সংখ্যা: ৩

শিক্ষাগত অৰ্হতা:

যিকোনো শাখাৰ স্নাতক ডিগ্রীৰ উপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাইন আৰ্ট/ বেত আৰু বাঁহ/ কাটিং আৰু নিটিং / এম্ব্ৰইডাৰীত ডিপ্লমা প্ৰমাণপত্ৰ ।

১৩) মেনুৱেল প্ৰশিক্ষক (Manual Instructor)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাইন আৰ্টত ডিগ্ৰী। যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্ট আৰু বি.এড ডিগ্ৰী থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

১৪) কৰ্ম অভিজ্ঞতা শিক্ষক (Work Experience Teacher)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

যিকোনো শাখাৰ স্নাতক । কলা আৰু ক্ৰাফ্ট (Handy Craft) কাটিং, নিটিং, এম্ব্ৰইডাৰী আৰু টেইলৰিং আদিত স্বীকৃতিপ্রাপ্ত অনুষ্ঠানৰ পৰা চার্টিফিকেট থকা হ’ব লাগিব। ICT ৰ সম্পর্কে প্রার্থীৰ জ্ঞান থাকিব লাগিব।

১৫) ড্রয়িং প্ৰশিক্ষক (Drawing Instructor)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাইন আর্টত ডিগ্ৰী। যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্ট আৰু বি.এড ডিগ্ৰী থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

১৬) সংগীত শিক্ষক (Music Teacher)

পদৰ সংখ্যা: ১

শিক্ষাগত অৰ্হতা:

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সঙ্গীতত স্নাতক। সঙ্গীতত মাষ্টাৰ ডিগ্ৰী থকা প্ৰাৰ্থীসকলক অগ্রাধিকাৰ দিয়া হ’ব।

১৭) লাইব্রেৰিয়ান (Librarian)

পদৰ সংখ্যা: ৪

শিক্ষাগত অৰ্হতা:

যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা লাইব্ৰেৰী আৰু তথ্য বিজ্ঞানত স্নাতক। সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ কম্পিউটাৰ এপ্লিকেচন আৰু ছফটৱেৰৰ জ্ঞান থাকিব লাগিব। যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MLISC থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

SCERT VACANCY 2020

বয়স:

এজন প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম হ’ব নালাগিব । ১ জানুৱাৰী ২০২০ তাৰিখত চৰকাৰী চৰকাৰো অধিসুচনা ABP.6/2016/51, ০২/০৯/২০২০ মতে অসংৰক্ষিত (UN) শ্ৰেণীৰ বাবে ৪০ বছৰৰ অধিক হ’ব নালাগিব, Ex-Serviceman বাবে ৪২ বছৰ, OBC/MOBC ৰ বাবে ৪৩ বছৰ আৰু SC /ST(P)/ST(H) ৰ বাবে ৪৫ বছৰ আৰু বিশেষ ভাবে সক্ষম ব্যক্তিৰ বাবে ৫০ বছৰ হ’ব নালাগিব। এই শিথিলতা কেৱল সেইসকল প্ৰাৰ্থীৰ বাবে প্ৰযোজ্য হ’ব যিসকলে ৪০ বছৰৰ উচ্চ বয়সৰ সীমা অতিক্ৰম কৰাৰ আগতেই প্ৰয়োজনীয় শিক্ষা বা অন্যান্য অৰ্হতা প্ৰাপ্ত কৰিছে। আন ক্ষেত্রত  বয়স ৰেহাইৰ কোনো ব্যৱস্থা নাথাকিব।

যোগ্য প্ৰাৰ্থীসকলে এক লিখিত পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব ।এই বিষয়ে ৱেবছাইটত পৰীক্ষা প্ৰক্ৰিয়াৰ বিৱৰণ উল্লেখ কৰা হ’ব। পৰীক্ষাৰ তাৰিখ (কম্পিউটাৰ / দক্ষতা)  ৱেবছাইটত ঘোষণা কৰা হ’ব – https://scert.assam.gov.in

Admit Card SCERT:

Admit Card  ৱেবছাইটৰ যোগেৰে দিয়া হ’ব। এই ক্ষেত্ৰত আৰু কোনো চিঠি পত্ৰৰ যোগাযোগ কৰা নহ’ব।

প্ৰাৰ্থীসকলে নথি-পত্ৰৰ ভেৰিফিকেচনৰ সময়ত সকলো মূল প্ৰমাণপত্ৰ দেখুৱাব  লাগিব। ভেৰিফিকেচনৰ তাৰিখ, সময় আৰু স্থান ৱেবছাইটত উল্লেখ কৰা হ’ব।

SCERT Assam Appointment 2020 ৰ বাবে কেনেদৰে আৱেদন কৰিব:

১) প্ৰাৰ্থীসকলে অনলাইনৰ যোগেৰে ৱেবছাইটত আৱেদন কৰিব লাগিব (https://scert.assam.gov.in। অনলাইন আৱেদন পত্র ০২-১১-২০২০ তাৰিখৰ পৰা ২২-১১-২০২০ ৰ মাজৰাতিলৈকে ৱেবছাইটত উপলব্ধ হ’ব। ডাকৰ দ্বাৰা বা নিজ হাতেৰে জমা দিয়া কৰা আৱেদন পত্র  কোনো পৰিস্থিতিতে গ্ৰহণ কৰা নহ’ব। প্ৰত্যক্ষ বা পৰোক্ষভাৱে কেনভাচ কৰা প্রার্থীৰ আৱেদন পত্র নাকচ হ’ব।  

২) প্ৰাৰ্থীয়ে  আৱেদনৰ লগত নথিপত্র সমূহ স্কেন কৰি (500 KB তকৈ অধিক হ’ব নালাগিব) আপল’ড কৰিব লাগিব।

৩) ৪.৫ ছেমি x ৩.৫ ছেমি.ৰ  আকাৰৰ ক’লা আৰু বগা বেকগ্রাউণ্ডৰ শেহতীয়া পাছপোৰ্ট ফটোগ্ৰাফ আপল’ড কৰিব লাগিব। ফটোগ্ৰাফখন JPEG/JPG বিন্যাসত ১০০ kb ৰ অধিক হ’ব নালাগিব।

৪) প্ৰাৰ্থীয়ে বগা কাগজ এখনত ক’লা বা ডাঠ নীলাৰ চিঁঞাহিৰ সৈতে স্বাক্ষৰৰ স্কেন কৰা ফটো আপলোড কৰিব লাগিব। স্বাক্ষৰটোৰ আকাৰ ৩.৫ ছেমি (প্ৰস্থ) x ২.৫ ছেমি (উচ্চতা) আকাৰত JPEG/JPG বিন্যাসত থাকিব লাগিব । (১০০ kb ৰ অধিক হ’ব নালাগিব)।

৫) প্ৰাৰ্থীজনৰ নাম অসমৰ যিকোনো স্থানৰ Employment Exchange ত পঞ্জীয়ন হ’ব লাগিব ।

SCERT Assam Appointment 2020 ৰ গুৰুত্বপূৰ্ণ তাৰিখ:

অনলাইন আৱেদন আৰম্ভৰ তাৰিখঃ  ০২-১১-২০২০

অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ  ২২-১১-২০২০

বিজ্ঞাপন – Click Here

অনলাইন আবেদন – Click Here (02-11-2020)

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান – Click Here

Leave a Comment

error: Warning, you aare not allowed to copy this element