Join Assam Study Centre Channel

Indian Polity and Constitution of India – Questions 151- 180

১৫১)  তলত উল্লেখ কৰা কি বিষয়ত নৰসিংহ কমিটি গঠন কৰা হৈছিল ?

ক) উচ্চ শিক্ষাৰ সংস্কাৰৰ বাবে

খ) কৰৰ গাঠঁনিৰ সংস্কাৰৰ বাবে

গ) পৰিকল্পনা প্রয়োগৰ সংস্কাৰৰ বাবে

ঘ) বেংকৰ গাঠঁনিৰ সংস্কাৰৰ বাবে

= বেংকৰ গাঠঁনিৰ সংস্কাৰৰ বাবে

 

১৫২) কোনটো পৰিকল্পনাত গৰিবী হটাও শ্লোগান দিয়া হৈছিল ?

ক) প্রথম

খ) তৃতীয়

গ) পঞ্চম

ঘ) সপ্তম

= পঞ্চম

 

১৫৩) সংবিধানৰ ১৭ নং অনুচ্ছেদ কিহৰ লগত জড়িত ?

ক) স্বাস্থ্য

খ) খাদ্য

গ) শিক্ষাৰ অধিকাৰ

ঘ) অস্পৃশ্যতা দুৰীকৰণ

=  অস্পৃশ্যতা দুৰীকৰণ

 

১৫৪) সংবিধানৰ কোনটো অনুচ্ছেদক “জুৱেল” বুলি আখ্যা দিয়া হয় ?

ক) ১৫ নং

খ) ৩২ নং

গ) ৫০ নং

ঘ) ৫০ (ক) নং

= ৩২ নং

 

১৫৫) স্বাধীনতাৰ অধিকাৰ কোনটো অনুচ্ছেদে প্রদান কৰিছে ?

ক) ১৩ নংব

খ) ১৯ নং

গ) ২৬ নং

ঘ) ৬৫ নং

= ১৯ নং

 

১৫৬) কিমানতম সংশোধনীৰ যোগেদি “ধর্মনিৰপেক্ষতাবাদ” শব্দটো সংবিধানত অন্তভূক্ত কৰা হৈছিল ?

ক) ৩০

খ) ৩৫

গ) ৪২

ঘ) ৪৮

= ৪২

 

১৫৭) কোনখন তালিকাত পঞ্চায়তীৰাজ ব্যবস্থা অন্তভুক্ত কৰা হোইছে ?

ক) ৰাজ্যিক তালিকা

খ) কেন্দ্রীয় তালিকা

গ) সমবর্তী সুচী

ঘ) অৱশিষ্ট ক্ষমতা

=  ৰাজ্যিক তালিকাত

 

১৫৮)সংবিধান সংশোধনী প্রক্রিয়াৰ বিষয়ে উল্লেখ আছে-

ক) ৩০৯ নং অনুচ্ছেদত

খ) ৩৩২ নং অনুচ্ছেদত

গ) ৩৫০ নং অনুচ্ছেদত

ঘ) ৩৬৮ নং অনুচ্ছেদত

= ৩৬৮ নং অনুচ্ছেদত

 

১৫৯) কিমানতম সংশোধনীয়ে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্রাস কৰিছিল ?

ক) ২৩ তম

খ) ৫২ তম

গ) ৬১ তম

ঘ) ৭৮ তম

= ৬১ তম

 

১৬০) ভাৰতত এটা নতুন ৰাজনৈতিক দলক স্বীকৃতি দিয়ে-

ক) নির্বাচনী আয়োগে

খ) উচ্চতম ন্যায়ালয়ে

গ) ৰাষ্ট্রপতিয়ে

ঘ) লোকসভাৰ অধ্যক্ষই

= নির্বাচনী আয়োগে

 

১৬১) শিক্ষাৰ অধিকাৰৰ লগত তলৰ কোনটো অনুচ্ছেদ জড়িত ?

ক) ২১ (ক)

খ) ২৬

গ) ৩৬ (ক)

ঘ) ৪৫

= ২১ (ক)

 

১৬২) কেন্দ্রীয় তালিকাত কিমানটা বিষয় আছে ?

ক) ৯২ টা

খ) ৯৭ টা

গ) ১০০ টা

ঘ) ১০৩ টা

= ৯৭ টা

 

১৬৩) সাংবিধানিক পৰিষদত হাতে লিখা সংবিধানখনত কিমানজন সদস্যই স্বাক্ষৰ কৰিছিল ?

ক) ২৫২

খ) ২৭০

গ) ২৮৪

ঘ) ২৯৬

=২৮৪

 

২৬৪) কেন্দ্রীয় মন্ত্রীপৰিষদ কাৰ ওচৰত দায়বদ্ধ ?

ক) ৰাজ্য সভা

খ) লোক সভা

গ) ৰাষ্ট্রপতি

ঘ) লোকসভাৰ অধ্যক্ষই

= লোক সভা

 

২৬৫) উচ্চতম ন্যায়ালয়ে প্রদান কৰা ৰায়ক পু্নৰ বিচাৰ কৰাৰ অধিকাৰ কাৰ আছে ?

ক) ৰাষ্ট্রপতি

খ) প্রধানমন্ত্রী

গ) লোকসভাৰ অধ্যক্ষ

ঘ) এটর্ণি জেনেৰেল

= ৰাষ্ট্রপতি

 

২৬৬) লোকসভাৰ সদস্য নোহোৱাকৈ এজন ব্যক্তি মন্ত্রী পদত কিমান দিনৰ বাবে থাকিব পাৰে ?

ক) ৩ মাহ

খ) ৬ মাহ

গ) ১ বছৰ

ঘ) ২ বছৰ

 = ৬ মাহ

 

২৬৭) তলৰ কোনখন ৰাজ্যৰ বিধান পৰিষদ নাই ?

ক) ৰাজস্থান

খ) উত্তৰপ্রদেশ

গ) বিহাৰ

ঘ) মহাৰাষ্ট্র

=ৰাজস্থান

 

২৬৮) ভাৰতৰ কিমানখন ৰাজ্যত উচ্চ সদন আছে ?

ক) ৫

খ) ৭

গ) ১২

ঘ) ২৩

= ৭

 

২৬৯) পঞ্চায়তৰ আটাইতকৈ গুৰুত্বপূর্ণ বিভাগটো হৈছে –

ক) উচ্চ ন্যায়ালয়

খ) কেন্দ্রীয় চৰকাৰ

গ) ৰাজ্য চৰকাৰ

ঘ) গাওঁ সভা

= গাওঁ সভা

 

২৭০) সংবিধা্নৰ কোনটো অনুচ্ছেদে ৰাজ্যৰ মুখ্যমন্ত্রীৰ ক্ষমতা কার্যাৱলীৰ বিষয়ে উল্লেখ কৰিছে ?

ক) ১৬৪

খ) ১৬৭

গ) ১৬৯

ঘ) ১৭৪

= ১৬৭

 

২৭১) কোনটো মৌলিক অধিকাৰক সংবিধানৰ “আত্মা” বুলি অভিহিত কৰা হয় ?

ক) সমতাৰ অধিকাৰ

খ) শোষণৰ বিৰুদ্ধে অধিকাৰ

গ) ধর্মীয় অধিকাৰ

ঘ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ

= সাংবিধানিক প্রতিকাৰৰ অধিকাৰ

 

২৭২) ভাৰতত স্থানীয় চৰকাৰৰ বিষয়টো উল্লেখ আছে –

ক) কেন্দ্রীয় তালিকাত

খ) ৰাজ্যিক তালিকাত

গ) সমবর্তী সুচীত

ঘ) অবশিষ্ট তালিকাত

= ৰাজ্যিক তালিকাত

 

২৭৩) তলৰ কোনটো সংশোধনীক “সংবিধানৰ ক্ষুদ্র সংশোধন” বুলি আখ্যা দিয়া হয় ?

ক) ৪২

খ) ৪৪

গ) ৫২

ঘ) ৫৮

= ৪২

 

২৭৪) সংবিধানৰ ৪৪ নং অনুচ্ছেদত উমৈহতীয়া দেৱানী আইন কাৰ বাবে উল্লেখ কৰিছে ?

ক) ধর্মীয় সম্প্রদায়ৰ বাবে

খ) নৃগোষ্ঠীৰ বাবে

গ) মহিলাৰ বাবে

ঘ) নাগৰিকৰ বাবে

= নাগৰিকৰ বাবে

 

২৭৫) উচ্চ ন্যায়ালয়ৰ ক্ষেত্রৰ ভিতৰত থাকি যোৱা কামবিলাক সম্পন্ন কৰিবৰ বাবে অতিৰিক্ত বিচাৰক নিয়োগ কৰাৰ ক্ষমতা কাৰ আছে ?

ক) ৰাষ্ট্রপতিৰ

খ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

গ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

ঘ) মুখ্যমন্ত্রীৰ

= ৰাষ্ট্রপতিৰ

 

১৭৬) সংবিধানৰ ৫ নং অনুচ্ছেদ কিহৰ লগত জড়িত ?

ক) ভাৰত ৰাষ্ট্রৰ প্রকৃতি

খ) ভাৰতীয় নাগৰিকত্ব

গ) ৰাজ্যৰ গঠন

ঘ) সংশোধনী প্রক্রিয়া

= ভাৰতীয় নাগৰিকত্ব

 

১৭৭) কালকাৰ কমিটি কিহৰ বাবে গঠন কৰা হৈছিল ?

ক) বেংকৰ সংস্কাৰ

খ) কৰৰ সংস্কাৰ

গ) প্রস্তাবনাৰ সংশোধন

ঘ) ৰাজ্যৰ পুনৰগঠন

= কৰৰ সংস্কাৰ

 

১৭৮) ৰাজ্যৰ সামাজিক সংৰক্ষণ নীতি লগত জড়িত মৌলিক অধিকাৰৰ প্রথম সংশোধন কৰিছিল –

ক) সুব্রমণি আয়াৰ

খ) মুথুলক্ষ্মী

গ) লাল বাহাদুৰ শাস্ত্রী

ঘ) নেহেৰু

= নেহেৰু

 

১৭৯) গোপনীয়তাৰ অধিকাৰ হৈছে এক মৌলিক অধিকাৰ- কোনটো অনুচ্ছেদে ইয়াক স্বীকৃতি দিছে ?

ক) তৃতীয় অধ্যায়ৰ ১২ ৰ পৰা ৩৫ নং অনুচ্ছেদে

খ) তৃতীয় অধ্যায়ৰ ৪০ নং অনুচ্ছেদে

গ) তৃতীয় অধ্যায়ৰ ৪৭ নং অনুচ্ছেদে

ঘ) ৩৭০ নং অনুচ্ছেদে

= তৃতীয় অধ্যায়ৰ ১২ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে

 

১৮০) GST পৰিষদৰ চেয়াৰমেন কোন ?

ক) ৰাষ্ট্রপতি

খ) প্রধানমন্ত্রী

গ) বিত্ত মন্ত্রী

ঘ) বিত্ত বিভাগৰ মুখ্য সচিব

=  বিত্তমন্ত্রী

Leave a Comment

error: Warning, you aare not allowed to copy this element