Join Assam Study Centre Channel

Daily G.K. Series

১) কোন শাসকবর্গই বিশ্বৰ পশ্চিম প্রান্তৰ বহু আঁতৰৰ দেশৰ লগত কুটনৈতিক সম্বন্ধ ৰাখিছিল ?

ক) মৌর্য    

খ) গুপ্ত

গ) পল্লব

গ) চোলা   

= মৌর্য     

 

২) Baba Amte তলৰ কিহৰ বাবে বিখ্যাত ?

ক) দৰিদ্র আৰু গৃহহীন লোকৰ বাবে কৰা কাম

খ) গংগা ৰক্ষাৰ বাবে কৰা কাম

গ) কুষ্ঠ ৰোগীৰ বাবে কৰা কাম

ঘ) ভূমিহীন শ্রমিকৰ বাবে কৰা কাম

= কুষ্ঠ ৰোগীৰ বাবে কৰা কাম

 

৩) Integrated Guided Missile Development Programme কিমান চনত ভাৰত চৰকাৰে আৰম্ভ কৰিছিল ?

ক) ১৯৮১

খ) ১৯৮৩

গ) ১৯৯০

ঘ) ১৯৯৯

=  ১৯৮৩

 

৪) তলৰ কোন চৰকাৰে কুঁহিয়াৰ কৃষকৰ বাবে e-ganna App আৰম্ভ কৰিছে ?

ক) চট্টীশগড়

খ) উত্তৰপ্রদেশ

গ) মহাৰাষ্ট্র

ঘ) গুজৰাট

= উত্তৰপ্রদেশ

 

৫) ৯ সংখ্যক ভাৰত আন্তৰাষ্ট্রীয় বাণিজ্য মেলাত তলৰ কোনখন দেশ গুৰুত্বপূর্ণ ?

ক) দক্ষিণ আফ্রিকা

খ) দক্ষিণ কোৰিয়া

গ) ভিয়েটনাম

ঘ) মালয়েছিয়া

= দক্ষিণ কোৰিয়া

 

৬) মেচ ফিক্সিংক অপৰাধৰ মর্যাদা দিয়া প্রথম দক্ষিণ এচিয়াৰ দেশ কোনখন ?

ক) বাংলাদেশ

খ) পাকিস্থান

গ) শ্রীলংকা

ঘ) ভাৰত

= শ্রী লংকা

 

৭) মৰিচাচৰ নতুন প্রধানমন্ত্রী হিচাপে ২০১৯ বর্ষত কোনে শপত গ্রহণ কৰিছে ?

ক) Navin Ramgoolam

খ) Nando Bodha

গ) Ameenah Gurib

ঘ) Pravind Jugnauth

= Pravind Jugnauth

 

৮) মহাৰাষ্ট্রত বর্তমানলৈকে কিমানবাৰ ৰাষ্ট্রপতি শাসন বলবৎৎ কৰা হৈছে ?

ক) ৬

খ) ৩

গ) ৪

ঘ) ৫

= ৩ বাৰ

 

৯) সপ্তম সংখ্যক উত্তৰ পুব মেলা ক’ত অনুষ্ঠিত হৈছিল ?

ক) লক্ষ্মৌ

খ) লাডাখ

গ) নিউ দিল্লী

ঘ) গুৱাহাটী                                                                      

= নিউ দিল্লী

 

১০) অলপতে আৰম্ভ কৰা Swacch Nirmal Tat Abhiyann কোন মন্ত্রনালয়ৰ অধীনত হৈছে ?

ক) জল শক্তি বিভাগ

খ) পশুপালন আৰু মীন বিভাগ

গ) পৰিবেশ, বন আৰু জলবায়ু পৰিবর্তন বিভাগ    

ঘ) কৃষি বিভাগ

= পৰিবেশ, বন আৰু জলবায়ু পৰিবর্তন বিভাগ

Leave a Comment

error: Warning, you aare not allowed to copy this element