Join Assam Study Centre Channel

Environmental Studies 50 Questions with answers for TET Examination- Free Download of TET materials


Environmental Studies 50 Questions with answers for TET Examination- Free Download of TET materials


We Assam Study Centre bring out a series of questions along with answers for upcoming Assam TET Examinations. These questions are helpful for all types of Examinations. Attempt has been made to cover all the aspects. Our experts of different fields are doing tremendous work to prepare these questions in very shot period of time.

Here we forwarded 50 numbers of questions covering the syllabus of Social Science  for Lower Primary and Upper Primary TET Examination. The categories covered by these questions are
Social Studies
Science
Literature with special reference to Assam
Sports
Language
Awards
Geography
Why Environmental Studies 50 Questions with answers for TET Examination- Free Download of TET materials ?

The questions which are forwarded here are prepared by experts of different fields. These are educational experts of various subjects and have the experience of conducting various competitive examinations. So we do hope students will get benefit by these questions after studying carefully all these. 



পৰিৱেশ অধ্যয়ন প্রশ্নোত্তৰ সহ


১) অসমৰ প্রথম গৰাকী ৰেলমন্ত্রী হিচাপে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰা সাংসদ গৰাকী কোন ?
= ৰাজেন গোঁহাই

২) অসমৰ বর্তমান ৰাজ্যপাল গৰাকীৰ নাম কি?
= জগদীশ মুখী

৩) অসমৰ কোনখন জিলাক নদীদ্বীপ জিলা হিচাপে ঘোষণা কৰা হৈছে ?
= মাজুলী

৪) অসম সাহিত্য সভাৰ বর্তমান সভাপতিগৰাকীৰ নাম কি ?
= ড˚ পৰমানন্দ ৰাজবংশী

৫) ২০১৫ চনৰ অসম ৰত্ন বঁটা কোনে লাভ কৰিছিল ?
= ড˚ জিতেন্দ্র নাথ গোস্বামীয়ে

৬) বিশ্ব জুনিয়ৰ টেনিছৰ ডাবলছত অসমৰ হৈ খিতাপ অর্জন কৰা খেলুৱৈ জন কোন ?
= পৰীক্ষিত ছেমানি

৭) অসম বিধানসভাৰ বর্তমান অধ্যক্ষ জনৰ নাম কি?
= হিতেন্দ্র নাথ গোস্বামী

৮ ) কবি জ্ঞান পুজাৰীয়ে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ?
= মেঘমালাৰ ভ্রমণ

৯) দবা খেলৰ পুৰণি নাম কি ?
=চতুৰংগ

১০) অসম পর্যতন উন্নয়ণ বিভাগৰ ব্রেণ্ড এম্বেছেদৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে ?
= প্রিয়ংকা চোপ্রাক

১১) প্রতিমা পাণ্ডে বটাঁ ২০১৭ চনত কাক প্রদান কৰা হৈছে ?
= শম্ভু ৰাভাক

১২) অসমীয়া চলচিত্র জগতত কোনখন চিনেমাই ৩ কোটিৰ ওপৰৰ ব্যবসায় কৰিবলৈ সক্ষম হৈছিল ?
= মিচন চাইনা

১৩) ডাইনী হত্যাৰ ওপৰত নির্মাণ কৰা ছবিখনৰ নাম কি ?
= ড˚ সীতানাথ বৰুৱাৰ “এই মাটিতে”

১৪) প্রতিমা পাণ্ডে বৰুৱাৰ জীবন ভিত্তিক উপন্যাসখনৰ নাম কি ?
= সোণাৰ বৰণ পাখি

১৫) Oil India Limited ৰ বর্তমান পৰিচালন সঞ্চালক বা অধ্যক্ষ কোন ?
= উৎপল বৰা

১৬) অসমীয়া থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায় ?
= অচ্যুত লহকৰক

১৭) অসমত ২০১৭ চনত আন্তর্জাতিক চলচিত্র মহোৎসৱ ক’ত অনুষ্ঠিত হৈছিল ?
= শংকৰদেব কলাক্ষেত্র আৰু জ্যোতি চিত্রবনত

১৮) ২০১৬ চনত কোনগৰাকী বড়ো লেখিকাই সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ?
= অঞ্জলি বসুমতাৰী

১৯) অসমৰ কোন গৰাকী কবিক জাতীয় কবিৰ সন্মান দিয়া হৈছে ?
= নীলমণি ফুকনক

২০) বর্তমান জ্যোতি চিত্রবনৰ অধ্যক্ষ কোন ?
= পবিত্র মার্ঘেৰিটা

২১) অসম প্রকাশন পৰিষদে কাক ২০১৬ বর্ষৰ জীৱনজোৰা সাধনা বটাঁ প্রদান কৰিছিল ?
= ড˚ দীনেশ চন্দ্র গোস্বামীক

২২) অসমীয়া ভাষাৰ প্রথম পূর্ণদৈঘ্যৰ এনিমেচন চলচিত্র খনৰ নাম কি ?
= সর্বাগুণাকৰ শ্রী মন্ত শংকৰদেৱ

২৩) দিল্লীত অনুষ্ঠিত হোৱা দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্রীয় মহোৎসৱত অসমৰ কোন গৰাকী অভিনেত্রীয়ে শ্রেষ্ঠ অভিনেত্রীৰ বটাঁ লাভ কৰিছিল ?
= প্রস্তুতি পৰাশৰ, মৃগনাভি চলচিত্রত

২৪) উত্তৰ পুর্বাঞ্চলৰ প্রথমটো পেট্রকেমিকেল প্রজেক্টৰ নাম কি ?
= ব্রহ্মপুত্র ক্রেকাৰ আৰু পলিমাৰ লিমিটেড

২৫) বর্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জনৰ নাম কি?
= এ.এছ.বোপান্না

২৬) অসমৰ ৬ জনগোষ্ঠীক অনুসুচিত জনজাতিৰ মর্যাদা দিবৰ বাবে কি কমিটি গঠন কৰা হৈছে ?
= মহেশ কুমাৰ চাংলা সমিতি

২৭) বর্তমান অসমৰ শিক্ষা মন্ত্রী কোন ?
= সিদ্ধার্থ ভট্টাচার্য

২৮) গুৱাহাটীৰ City Animal বুলি কাক কোৱা হয় ?
= নদী ডলফিন বা শিহু

২৯) কহিনুৰ থিয়েটাৰৰ জনক কোন ?
= ৰঅতন লহকৰ

৩০) ব্রহ্মপুত্রৰ ওপৰৰ দ্বিতীয় শৰাইঘাট দলং কোনে মুকলি কৰিছিল ?
= কেন্দ্রীয় পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে

৩১) ভাৰতৰ বৃহত্তম দলংখনৰ নাম কি ?
= সুধাকণ্ঠ ড˚ ভুপেন হাজৰিকা সেতুঁ

৩২)  অসমৰ ধলা শদিয়া দলং কোনে মুকলি কৰিছিল ?
= ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে

৩৩) মায়া প্রকাশন গোষ্ঠীয়ে কাক ‘লুইত কণ্ঠ’ বটাঁ প্রদান কৰিছিল ?
= জুবিন গার্গক

৩৪) GST প্রয়োগৰ ক্ষেত্রত ভাৰতৰ প্রথম ৰাজ্যখনৰ নাম কি ?
= অসম

৩৫) অসমৰ ক’ত চিলাৰায় কলাক্ষেত্রৰ আধাৰশিলা স্থাপন কৰা হৈছে ?
= ধুবুৰী জিলাৰ গোলোকগঞ্জত

৩৬) অসম চৰকাৰে ঘোষণা কৰা দুখন ব্যতিক্রমী বিল কি কি ?
= প্রণাম বিল আৰু জনসংখ্যা নীতি বিল

৩৭) প্রণাম ( PRONAM) বিলৰ সম্পুর্ণ নাম লিখা
= The Assam employees Parents Responsibility and norms for accountability and monitoring Bill 2017

৩৮) ২০১৭ চনৰ উত্তৰ-পুব গ্রন্থমেলাত কাক ‘অসম ৰত্ন’ বটাঁ প্রদান কৰা হৈছে ?
= জুবিন গার্গক

৩৯) ২০১৭ চনত অসমৰ কো্নে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
= জয়ন্ত মাধব বৰা

৪০)  ২০১৮ চনত অসমৰ কোন কোন ব্যক্তিয়ে পদ্মশ্রী সন্মান লাভ কৰিছে ?
= প্রফুল্ল গোবিন্দ বৰুৱা, অনুপ কুমাৰ দত্ত, জয়শ্রী গোস্বামী মহন্ত

৪১) ২০১৭ চনত অসমৰ কোনে অসম উপত্যকা বঁটা লাভ কৰিছে ?
= ৰীতা চৌধুৰীয়ে

৪২)  ২০১৭ চনত উত্তৰ পুর্বাঞ্চলৰ কোনে পদ্মবিভুষণ বঁটা লাভ কৰিছিল ?
= পি.এ.চাংমা

৪৩) ডাঃ ভূবনেশ্বৰ বৰুৱাৰ জীৱন ভিত্তিক চলচিত্রখনৰ নাম কি ?
= লোকবন্ধু

৪৪) ৰীতা চৌধুৰীৰ অসমীয়া উপন্যাস “মাকাম”ৰ ইংৰাজী অনুবাদৰ নাম কি ?
= চাইনা টাউন ডেছ

৪৫) অসমৰ ক’ত ব্রহ্মপুত্র লিটাৰেৰী উৎসৱ অনুষ্ঠিত হৈছিল ?
= শ্রীমন্ত শংকৰদেব কলাক্ষেত্রত

৪৬) ২০১৭ চনৰ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিবেশনত কোনে সভাপতিত্ব কৰিছিল ?
= ড˚ লক্ষীনন্দন বৰাই

৪৭) অসমৰ কোনে সামগ্রীক ধুলি-পানীৰ পৰা ৰক্ষা কৰিবলৈ পলিমাৰিক কটিং আৱিস্কাৰ কৰিছে ?
= গুৱাহাটী আই আই টিৰ বিজ্ঞানী গৱেষক উত্তম মান্নাই

৪৮) অসমৰ কাৰ জন্মদিন কুইজ দিন হিচাপে উদ্‌যাপন কৰা হয় ?
= কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱাৰ

৪৯) কোনজন অসমীয়াই একেৰাহে ২৬ ঘণ্টা ৪১ মিনিট মেণ্ডোলিন বজাই বিশ্ব অভিলেখ কৰিছিল ?
= কুন্তলৰাজ  চক্রৱতী

৫০) অসমৰ কোনখন বিশ্ববিদ্যালয়ে ২০১৮ বর্ষত ভাৰতৰ শ্রেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান লাভ কৰিছে ?
= তেজপুৰ বিশ্ববিদ্যালয়ে


How to Download Environmental Studies 50 Questions with answers for TET Examination- Free Download of TET materials ?


we have prepared the questions and answers of the Environmental Studies in PDF format in Assamese Language also. To download the Environmental Studies 50 Questions with answers for TET Examination- Free Download of TET materials click the link below. It will be downloaded in your PC or Mobile in PDF format.





Leave a Comment

error: Warning, you aare not allowed to copy this element