Join Assam Study Centre Channel

Environmental Studies 50 Questions with Answers for TET Examination- Download Free Study Materials


Environmental Studies 50 Questions with Answers for TET Examination- Download Free Study Materials

Again we Assam Study Centre bring out 50 numbers of questions along with the answers in Environmental Studies 50 Questions with Answers for TET Examination- Download Free Study Materials. These questions covered different aspects of Assam like Literature, History, Geography, Sports, Environmental Science etc. These are designed for those who are planning to appear in upcoming competitive examinations particularly Assam TET .




Why Environmental Studies 50 Questions with Answers for TET Examination- Download Free Study Materials ?

We are the experts in preparing the best study materials for different competitive examinations. Our expert team are always ready and doing hard work to prepare these materials for the benefit of the students. While preparing these materials we always keep in mind about the previous year questions papers and the probable questions which may come in the examinations. Students can get maximum help by studying these questions prepared by Assam Study Centre

How to download Environmental Studies 50 Questions with Answers for TET Examination- Download Free Study Materials ?

We have made a PDF file of these question papers which can be downloaded from our site. The link of download this PDF file is given at the end of the questions. The PDF file is prepared in Assamese Language.
Read the Questions and answers of  50 Questions of Environmental Studies
পৰিৱেশ অধ্যয়ন প্রশ্নোত্তৰ সহ


১) “এ ব্রিফ হিষ্টৰী অৱ টাইমঃ দ্য বিগ বেং টু ব্লেক হোলছ”- গ্রন্থৰ লিখক কোন ?
= ষ্টিফেন হকিং

২) অসম সাহিত্য সভাৰ বর্তমান সম্পাদকজনৰ নাম কি?
= পদুম ৰাজখোৱা

৩) অসমৰ কোনজন অভিনেতাই কেনন প্রিজেন বঁটা লাভ কৰিছে ?
= আদিল হুছেইন

৪) বর্তমান APSC ৰ অধ্যক্ষজনৰ নাম কি?
= ধ্রৱ হাজৰিকা

৫) সর্প দংশনত ব্যবহৃত এণ্টিভেনম আৱিস্কাৰ কৰা অসমীয়া জনৰ নাম কি ?
= অধ্যাপক আশীষ কুমাৰ মুখার্জী

৬) অসম ট্রাংক ৰোড কিমান চনত নির্মাণ হৈছিল ?
= ১৮৬৩ চনত

৭) গুৱাহাটী – শ্বিলং ৰোড কিমান চনত নির্মাণ কৰা হৈছিল ?
= ১৮৭৭ চনত

৮ ) অসমত সর্বপ্রথম কিমান চনত , ক’ত চিটি বাছ সেৱা আৰম্ভ হৈছিল ?
= ১৯৪৬ চনত , গুৱাহাটীত

৯) অসম ৰাজ্যিক পৰিবহণ নিগম কিমান চনত গঠন হৈছিল ?
=১৯৪৮ চনৰ ২৭ ছেপ্তেম্বৰত

১০) অসম-বেংগল ৰেলৱে কিমান চনত নতুনকৈ গঠন হৈছিল ?
= ১৯৪২ চনত

১১) অসমৰ পৰা দিল্লীলৈ ৰাজধানী এক্সপ্রেছ ৰেলৰ চলাচল কিমান চনত আৰম্ভ হৈছিল ?
= ১৯৯৪ চনৰ ৬ জুলাইৰ পৰা

১২) উত্তৰ পুব ভাৰতৰ একমাত্র আন্তজার্তিক বিমান বন্দৰটোৰ নাম কি ?
= লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তজার্তিক বিমান বন্দৰ

১৩) ভাৰতৰ ভিতৰত প্রথম জাপানী আর্হিৰ ডিজেল চালিত ফেৰীখনৰ নাম কি আৰু ইয়াক আনুষ্ঠানিকভাবে ক’ত উদ্ধোধন কৰা হৈছিল ?
= নাম- পানচৈ ; উজান বজাৰত

১৪) চৰকাৰৰ তত্বাৱধানত থকা অসমৰ  জল পৰিবহণ প্রতিষ্ঠান দুটাৰ নাম কি ?
= কেন্দ্ৰীয় অন্তদেশীয় জলপথ নিগম, অসম আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়

১৫) কিমান চনত অসমত ডাক চক্র গঠন কৰা হৈছিল ?
= ১৯৮৮ চনত

১৬) গুৱাহাটীত কেতিয়া প্রথমবাৰৰ বাবে প্রধান ডাকঘৰত নৈশ ডাকসেৱা মুকলি কৰা হৈছিল ?
= ১৯৬৯ চনৰ ৪ জানুৱাৰীত

১৭) গুৱাহাটীত কেতিয়া টেলিভিচন সেৱা স্থাপন কৰা হৈছিল ?
= ১৯৪২ চনৰ ১৯ নবম্বেৰত

১৮) উত্তৰ পুব ভাৰতৰ একমাত্র ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ?
= কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

১৯) অসমৰ দ্বিতীয় কমিউনিটি ৰেডিও’ ৰ সম্প্রচাৰ ক’ ৰ পৰা আৰু কেতিয়া আৰম্ভ কৰা হৈছিল ?
= গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১১ চনৰ ১ মার্চত

২০) অসমৰ প্রথমটো ব্যক্তিগত টেলিভিচন চেনেলটোৰ নাম কি ? কিমান চনৰ পৰা ইয়াৰ সম্প্রচাৰ আৰম্ভ হৈছিল ?
= NE TV,  ২০০৪ চনৰ ১৭ মার্চৰ পৰা

২১) নিউজ লাইভ কিমান চনত স্থাপিত হৈছিল ?
= ২০০৮ চনৰ ২১ জানুৱাৰীত

২২) আহোম ৰাজত্বত চিকিৎসাৰ বাবে সৃষ্টি কৰা চিকিৎসকৰ বিশেষ পদবীটোৰ নাম কি ?
= বেজবৰুৱা

২৩) আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহৰ ৰাজবৈদ্য কোন আছিল ?
= দীননাথ বেজবৰুৱা

২৪) অসমৰ প্রথমখন নার্ছিং হোমৰ নাম কি?
= অসম মেডিকেল কর্পোৰেচন এণ্ড পলি ক্লিনিক, ১৯৬৬ চনত স্থাপন হৈছিল

২৫) ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনত “জননী সুৰক্ষা আচঁনি” অসমত কিমান চনৰ পৰা আৰম্ভ হৈছিল ?
= ২০০৬ চনৰ পৰা

২৬) “অটল অমৃত স্বাস্থ্য বীমা যোজনা” কিমান চনত আৰম্ভ হৈছিল ?
= ২০১৬ চনত

২৭) অসমত কিমান চনৰ পৰা টেলিৰেডিওলজি সেৱা আৰম্ভ হৈছিল ?
= ২০১৪ চনৰ পৰা

২৮) অসমৰ প্রথমটো ভ্রাম্যমাণ থিয়েটাৰ দলটোৰ নাম কি ?
=নটৰাজ থিয়েটাৰ

২৯) উত্তৰ পুব ভাৰতৰ প্রথমখন মুকাভিনয় প্রতিষ্ঠন অসমত কিমান চনত প্রতিষ্ঠা হৈছিল ?
= ১৯৯১ চনত

৩০) কিমান চনত কহিনুৰ থিয়েটাৰ প্রতিষ্ঠা হৈছিল ?
= ১৯৭৬ চনত

৩১) জ্যোতিপ্রসাদ আগৰৱা্লাই নির্মাণ কৰা দ্বিতীয়খন ছবিৰ নাম কি ?
= ইন্দ্রমালতী

৩২) ড˚ ভুপেন হাজৰিকাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম কি আছিল ?
= এৰা বাটৰ সুৰ, ১৯৫৬ চন

৩৩) অমিতাভ বচ্চনে অভিনয় কৰা প্রথম অসমীয়া বোলছবি খনৰ নাম কি ?
= সোণটি – ১৯৭২

৩৪) বড়ো ভাষাত নির্মাণ কৰা প্রথম ছবিখনৰ নাম কি ?
= আলয়াৰন ( ১৯৮৫)

৩৫) কিমান চনত অসমত কার্টুন ছবি নির্মাণ আৰম্ভ হৈছিল ?
= ১৯৮৯ চনত

৩৬) দুৰদর্শনযোগে সম্প্রচাৰিত হোৱা প্রথম অসমীয়া ছবিখৰ নাম কি ?
= বৃষ্টি ( ১৯৭৪)

৩৭) প্রথম অসমীয়া ধর্মমুলক ছবিখনৰ নাম কি ?
= সতী বেউলা (১৯৫৪)

৩৮) “অ মোৰ আপোনাৰ দেশ” নামৰ গীতটি লক্ষ্মীনাথ বে্জবৰুৱাৰ কোনখন পুথিত উল্লেখ কৰা আছে ?
= কদমকলি

৩৯) “ অ মোৰ আপোনাৰ দেশ” গীতটিৰ সুৰকাৰ কোন আছিল ?
= কমলাপ্রসাদ বৰুৱা

৪০) সত্রীয়া নৃত্যক কিমান চনত সংগীত নাটক একাডেমীয়ে শাস্ত্রীয় নৃত্য হিচাপে স্বীকৃতি দিছিল ?
= ২০০০ চনত

৪১) বড়োসকলৰ জনপ্রিয় বাদ্য যন্ত্রটোৰ নাম কি ?
= চিফুং

৪২) লৱ-কুশৰ যুদ্ধ নামৰ পুথিখনৰ ৰচক কোন ?
= হৰিবৰ বিপ্র

৪৩) সাঁচিপাতৰ পুথি কিহেৰে প্রস্তুত কৰা হয় ?
= সাঁচি বা অগৰু গছৰ বাকলিৰ পৰা

৪৪) অসমত আৱিস্কৃত হোৱা আটাইতকৈ প্রাচীন শিলালিপিটোৰ নাম কি ?
= গুৱাহাটীৰ নীলাচল পাহাৰত উদ্ধাৰ হোৱা উমাচল শিলালিপি

৪৫) আকাশী গংগা অসমৰ কত অবস্থিত ?
= হোজাইৰ ডবকাত

৪৬) আমবাৰীৰ খনন কার্য কিমান চনত হৈছিল ?
= ১৯৭০-৭১ চনত

৪৭)  অসমৰ কোনটো ঐতিহাসিক দ্বীপক Peacock Island বুলি কোৱা হয় ?
= উমানন্দক

৪৮) উমানন্দৰ ওচৰত থকা সৰু দ্বীপ দুটাৰ নাম কি?
= কর্মনাশা আৰু উর্বশী

৪৯) জনবিশ্বাস মতে দেবী কামাখ্যাৰ প্রিয় শিষ্য কোন আছিল ?
= কেন্দুকলা

৫০) কাৰেংঘৰ কিমান চনত কোনে নির্মাণ কৰিছিল ?
= ১৭৫১ চনত স্বর্গদেউ ৰাজেশ্বৰ সিংহই


Download the Questions in PDF file-  Click Here

Leave a Comment

error: Warning, you aare not allowed to copy this element