Join Assam Study Centre Channel

Environmental Science Questions and Answers for UP LP TET Examination


Environmental Science Questions and Answers for UP LP TET Examination

Assam Study Centre bring to you 50 numbers of important questions along with answers on Environmental Science Questions and Answers for UP LP TET Examination. These questions are prepared by various experts of different fields. Most of the questions previously came in different examinations. Emphasis is also given on the questions of Assam.

These may help those students who are going to appear in different examinations like TET, APSC and other Examinations held by Assam Government.




How to download Environmental Science Questions and Answers for UP LP TET Examination ?

We have prepared  a PDF file of these Environmental Science Questions and Answers for UP LP TET Examination in Assamese local language. You can download Environmental Science Questions and Answers for UP LP TET Examination in PDF format also. To download the file go to the end of the questions and click the link given there.
Environmental Science Questions and Answers for UP LP TET Examination



পৰিৱেশ বিজ্ঞান 

১) তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে ?

ক) বাংগালোৰ
খ) বিশাখাপট্টনম
গ) দিল্লী
ঘ) ত্রিবান্দম

= দিল্লী
২) লাইন অব কণ্ট্রল ক’ত অবস্থিত ?

ক) পাক-ভাৰত সীমান্তত
খ) চীন-ভাৰত সীমান্তত
গ) ভুটান-ভাৰত সীমান্তত
ঘ) নেপাল-ভাৰত সীমান্তত

= পাক-ভাৰত সীমান্তত
৩)  লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?

ক) পাক-ভাৰত সীমান্তত
খ) চীন-ভাৰত সীমান্তত
গ) ভুটান-ভাৰত সীমান্তত
ঘ) নেপাল –ভাৰত সীমান্তত

= চীন-ভাৰত সীমান্তত
৪) তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে ?

ক) উৰিষ্যা
খ) মধ্যপ্রদেশ
গ)  বিহাৰ
ঘ) ত্রিপুৰা

= বিহাৰ
৫) তলৰ কোনখন চহৰত উৰাজাহাজ নির্মাণ কৰা হয় ?

ক) মুম্বাই
খ) বাংগালুৰু
গ) কলকাতা
ঘ) পাটনা

= বাংগালুৰু
৬) মিজোৰামৰ উচ্চতম পর্বত কি ?

ক) জেপভো
খ) নীল পর্বত
গ) পাটকাই
ঘ) বৰাইল

= নীল পর্বত
৭) পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে ?

ক) আন্নামালাই
খ) নীলগিৰী
গ) পলঘাট
ঘ) কার্ডামম পাহাৰ

= নীলগিৰী
8) ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি ?

ক) গুজৰাট
খ) মহাৰাষ্ট্র
গ) কেৰালা
ঘ) তামিলনাডু

= গুজৰাট
৫) ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?

ক) দিল্লী
খ) হাৰিয়ানা
গ) মহাৰাষ্ট্র
ঘ) ৰাজস্থান

= মহাৰাষ্ট্র
৬) ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –

ক) বিছপ
খ) এলিফেণ্টো
গ) গাৰচোল্লা
ঘ) এটাও নহয়

= গাৰচোল্লা
৭) ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন ?

ক) বিহাৰ
খ) নাগালেণ্ড
গ) ঝাৰখণ্ড
ঘ) অৰুণাচল প্রদেশ

= বিহাৰ
৮ ) ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন ?

ক) চিকিম
খ) গোৱা
গ) মিজোৰাম
ঘ) অৰুণাচল প্রদেশ

= অৰুণাচল প্রদেশ
৯) ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?

ক) কন্যাকুমাৰী
খ) আন্দামান
গ) নিকোবৰ
ঘ) পিগ্‌মেলিয়ন

= পিগ্‌মেলিয়ন
১০) ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?

ক) চণ্ডীগড়
খ) দমন, দিউ
গ) পণ্ডিচেৰী
ঘ) লাক্ষাদ্বীপ

= লাক্ষাদ্বীপ
১১) ১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?

ক) বোম্বাই
খ) নাগপুৰ
গ) মাদ্রাজ
ঘ) কলিকতা

= মাদ্রাজ
১২) ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?

ক) মেৰিয়ানা
খ) জাভা
গ) চুণ্ডো
ঘ) মিণ্ডানা

= মেৰিয়ানা
১৩) তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?

ক) চণ্ডীগড়
খ) জয়পুৰ
গ) ভুবনেশ্বৰ
ঘ) ফাতেহপুৰ চিক্রী

= ভুবনেশ্বৰ
১৪) ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?

ক) কৃষ্ণা
খ) কাবেৰী
গ) মহানদী
ঘ) গোদাবৰী

= গোদাবৰী
১৫) অৰণ্য ধ্বংসৰ পৰিণতি হৈছে-

ক) খৰাং
খ) বানপানী
গ) ভুমিস্খলন
ঘ) আটাইকেইটা

= আটাইকেইটা
১৬) আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে ?

ক) ২৫০ টা
খ) ২৪১ টা
গ) ২১৯ টা
ঘ) ২২৯ টা

= ২১৯ টা
১৭) ভাৰতৰ সর্বাধিক ধপাত উৎপাদনকাৰী ৰাজ্য কোনখন ?

ক) উৰিষ্যা
খ) অন্ধ্রপ্রদেশ
গ) মধ্যপ্রদেশ
ঘ) উত্তৰপ্রদেশ

= অন্ধ্রপ্রদেশ
১৮) তলৰ কোনখন মালভূমি খনিপ্রধান অঞ্চল হিচাপে বিশ্ব বিখ্যাত ?

ক) শ্বিলং
খ) মালৱা
গ) ছোটনাগপুৰ
ঘ) দাক্ষিণাত্য

= ছোটনাগপুৰ
১৯) ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ?

ক) কেৰালা
খ) অসম
গ) কর্ণাটক
ঘ) হিমাচল প্রদেশ

= কেৰালা
২০) ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটো কি ?

ক) শ্রী লংকা
খ) আন্দামান নিকোবৰ
গ) মাদাগাস্কাৰ
ঘ) মৰিচাছ

= মাদাগাস্কাৰ
২১) ভাৰতৰ কোন ঠাইত নিস্কলংক তীখা প্রস্তুত কৰা হয় ?

ক) জামছেদপুৰ
খ) দুর্গাপুৰ
গ) খড়্গপুৰ
ঘ) ৰায়পুৰ

= দুর্গাপুৰ
২২) ভাৰতৰ সর্বাধিক কৃষিভূমিত জলসিঞ্চনৰ মাধ্যম হৈছে-

ক) নাদ
খ) খাল
গ) জলধাৰা
ঘ) এটাও নহয়

= নাদ
২৩) ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি ?

ক) হাওৰা
খ) কটক
গ) মোগলচৰাই
ঘ) গোৰখপুৰ

= মোগলচৰাই
২৪) ভাক্রা-নাংগল বান্ধ কোন নদীত নির্মান কৰা হৈছে ?

ক) চেনাব
খ) চুটলেজ
গ) ৰবি
ঘ) যমুনা

= চুটলেজ
২৫) ভাৰতৰ খনিত সঞ্চিত লো-আকৰৰ পৰিমাণ প্রায়-

ক) ১৭৫৭ কোটি টন
খ) ১৭৪৬ কোটি টন
গ) ১৭৮৬ কোটি টন
ঘ) ১৬৯০ কোটি টন

= ১৭৫৭ কোটি টন
২৬) অসমত ব্রহ্মপুত্র উপত্যকাৰ দৈঘ্য কিমান ?

ক) ৬২০ কিলোমিটাৰ
খ) ৭২০ কিলোমিটাৰ
গ) ৫২০ কিলোমিটাৰ
ঘ) ৫৮০ কিলোমিটাৰ

= ৭২০ কিলোমিটাৰ
২৭) অসমৰ বৃহত্তম জিলাখনৰ নাম কি?

ক) কার্বি আংলং
খ) কামৰূপ (গ্রাম্য)
গ) দৰং
ঘ) যোৰহাট

= কার্বি আংলং
২৮) কাছাৰ জিলা আৰু ত্রিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি ?

ক) জিৰি
খ) চিৰি
গ) মধুৰা
ঘ) জাতিংগা

= জিৰি
২৯) অসমৰ তেল শধনাগাৰ থকা ঠাই সমুহৰ নাম হ’ল-

ক) ডিগবৈ, লিডু, মার্ঘেৰিটা, নুনমাটি
খ) ডিগবৈ, বঙাইগাঁও, লিডু, নুনমাটি
গ) ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়
ঘ) বঙাইগাঁও, ডিগবৈ, মার্ঘেৰিটা, নুমলীগড়

= ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়
৩০) অসমৰ সর্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম হৈছে-

ক) তিনিচুকীয়া
খ) ডিব্রুগড়
গ) যোৰহাট
ঘ) ধেমাজি

= ধেমাজি

৩১) ব্রহ্মপুত্রৰ ওপৰৰ নৰনাৰায়ণ সেতুঁৱে কোন দুখন জিলাক সংযোগ কৰিছে ?

ক) বঙাইগাঁও আৰু গোৱালপাৰা
খ) ধুবুৰী আৰু গোৱালপাৰা
গ) বঙাইগাঁও আৰু ধুবুৰী
ঘ) কোকৰাঝাৰ আৰু ধুবুৰী

= বঙাইগাঁও আৰু গোৱালপাৰা


৩২) গুৱাহাটীৰ চাহ নিলাম কেন্দ্রটো কিমান চনত স্থাপন হৈছিল ?

ক) ১৯৬০
খ) ১৯৭০
গ) ১৯৭৪
ঘ) ১৯৭৬

= ১৯৭০ চনত

৩৩) কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?

ক) ১৯৮৫ চনত
খ) ১৯৮৬ চনত
গ) ১৯৮৭ চনত
ঘ) ১৯৮৯ চনত

= ১৯৮৫ চনত

৩৪) ৩৮ নং ৰাষ্ট্রীয় ঘাইপথে কোন দুখন ঠাইক সংযোগ কৰিছে ?

ক) তিনিচুকীয়া আৰু ডাঙৰী
খ) নতুন বঙাইগাঁও আৰু যোগীঘোপা
গ) শিলচৰ আৰু জিৰিবাম
ঘ) মাকম আৰু লেখাপানী

= মাকুম আৰু লেখাপানী

৩৫)  তলৰ কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায় ?

ক) তিতাচপা
খ) কদম
গ) হোলোং
ঘ) শাল

= হোলোং

৩৬) কার্বি লাংপি জলবিদ্যুত প্রকল্প ক’ত অবস্থিত ?

ক) উত্তৰ কাছাৰ
খ) হাইলাকান্দি
গ) কার্বি আংলং
ঘ) কাছাৰ

= কার্বি আংলং

৩৭) দুলীয়াজান- নুমলীগড় গেছ লাইন প্রকল্প কিহৰ যৌথ প্রচেষ্টাৰ প্রকল্প ?

ক) নুমলীগড় আৰু গুৱাহাটী শোধনাগাৰ
খ) অসম গেছ কোঃ আৰু গুৱাহাটী শোধনাগাৰ
গ) নুমলীগড় আৰু অসম গেছ কোঃ পঃ
ঘ) এটাও নহয়

=নুমলীগড় আৰু অসম গেছ কোঃ পঃ

৩৮) ব্রহ্মপুত্রৰ উৎপত্তিস্থল হৈছে –

ক) মানস সৰোবৰ হ্রদ
খ) কৈলাস হিমবাহ
গ) নাম-বৰৱা শৃংগ
ঘ) টামচুক খামবাৰ হিমবাহ

= টামচুক খামবাৰ হিমবাহ

৩৯) আন্দামান নিকোবৰ দ্বীপপুঞ্জত মানুহে বসবাস কৰা দ্বীপৰ সংখ্যা হৈছে-

ক) ৩২৫ টা
খ) ১ টা
গ) ৫ তা
ঘ) ২১ টা

= ২১ টা

৪০) লাক্ষাদ্বীপপুঞ্জৰ মুঠ দ্বীপৰ সংখ্যা হৈছে-

ক) ৫০০ টা
খ) ৪০০ টা
গ) ৩০০ তা
ঘ) ৩৬ টা

= ৩৬ টা

৪১) বর্তমানৰ পৃথিবীৰ মহাদেশবোৰ কোন যুগৰ সৃষ্টি ?

ক)কার্বনিফেৰাচ
খ) লৰেছিয়া
গ)পাৰমিয়ান
ঘ) জুৰাচিক

= জুৰাচিক

৪২) জৈৱ বৈচিত্রৰ ফালৰ পৰা পৃথিবীত ভাৰতৰ স্থা কিমান ?

ক) প্রথম
খ) দ্বিতীয়
গ) ষষ্ঠ
ঘ) দশম

= ষষ্ঠ

৪৩) পৃথিবীৰ ২৫ টা জৈৱ-বৈচিত্রৰ হটস্পটৰ ভিতৰত ভাৰতৰ জৈৱ বৈচিত্র হটস্পটৰ সংখ্যা কিমান ?

ক) ১ টা
খ) ২ টা
গ) ৩ টা
ঘ) ৪ টা

= ২ টা
৪৪) ব্রাজিলত পৰিৱেশ সম্পর্কীয় আৰু জৈৱ বৈচিত্র ৰক্ষাৰ ওপৰত অনুষ্ঠিত আন্তঃজার্তিক সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?
ক) ১৯২০ চনত
খ) ১৯৩২ চনত
গ) ১৯৯২ চনত
ঘ) ২০০০ চনত

= ১৯৯২ চনত
৪৫) জৈৱ বৈচিত্র ৰক্ষা চুক্তি স্বাক্ষৰিত হোৱা পৰিৱেশ সন্মিলনখন কত অনুষ্ঠিত হৈছিল ?

ক) দিল্লীত
খ) লণ্ডনত
গ) ব্রাজিলত
ঘ) কাঠমাণ্ডুত

= ব্রাজিলত
৪৬) বর্তমান ভাৰতৰ বনভূমিৰ সংখ্যা কিমান ?

ক) ৩৩ %
খ) ২০ %
গ) ২৫ %
ঘ) ৪০ %

= ২০ %
৪৭) দুস্প্রাপ্য বা Rare প্রাণী মানে-

ক) লুপ্তপ্রায়
খ) লুপ্ত
গ) বিপন্ন
ঘ) বিশেষ ঠাইত পোৱা প্রাণী

= বিশেষ ঠাইত পোৱা প্রাণী
৪৮) ভাৰতৰ সামুদ্রিক ৰাষ্ট্রীয় উদ্যান কত অন্সথিত ?

ক) পশ্চিমবংগ
খ) মহাৰাষ্ট্র
গ) তামিলনাডু
ঘ) গুজৰাট

= গুজৰাট
৪৯) কাজিৰঙাক কিমান চনত ৰাষ্ট্রীয় উদ্যানৰ মর্যাদা দিয়া হৈছিল ?

ক) ১৯৫০
খ) ১৯৬৪
গ) ১৯৭৪
ঘ) ১৯৮০

= ১৯৭৪
৫০) ওৰাং ৰাষ্ট্রীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি ?

ক) ডব্লিউ ডব্লিঊ এফ
খ) পিপলছ ফৰ এনিমেলছ
গ) অৰণ্য সুৰক্ষা সমিতি
ঘ) নেচাৰেল হিষ্টৰী ছচাইটি

= অৰণ্য সুৰক্ষা সমিতি

To download the Environmental Science Questions and Answers for UP LP TET
Examination in PDF format click here


Leave a Comment

error: Warning, you aare not allowed to copy this element