Join Assam Study Centre Channel

Daily G.K., 28th Oct.

১) সিন্ধু উপত্যকাৰ Dholvira ক্ষেত্রৰ তলৰ কোনটো আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট ?

ক) ইয়াৰ নগৰ বিলাক বহু ক্ষেত্রত বিভাজিত আছিল

খ) ইয়াৰ নগৰবিলাক যতে ততে ভাগ কৰা হৈছিল

গ) ইয়াৰ নগৰবিলাক তিনিটা ভাগত ভাগ কৰা হৈছিল।

ঘ) এটাও নহয়

= গ

 

২) কাৰ শাসন কালত বৈদ্ধ ধর্মৰ মহাযান শাখাৰ সৃষ্টি হৈছিল ?

ক) অশোক

খ) কণিস্ক

গ) চন্দ্রগুপ্ত মৌর্য

ঘ) নাগার্জুন

= খ

 

৩) প্রথম সাতবাহন ৰজা কোন আছিল ?

ক) চিমুকা

খ) সৎকর্ণি

গ) ভাষিতপুত্র

ঘ) গৌতমিপুত্র

=ক

 

৪) ক্রিপচ মিছনৰ তলৰ কোনটো প্রাথমিক উদেশ্য আছিল ?

ক) ভাৰত ত্যাগ আন্দোলনত বাধা দিয়া

খ) ভাৰতীয় নেতাসকলক ব্রিটিছৰ লগত যুদ্ধত অংশগ্রহণৰ বাবে অনুৰোধ কৰা

গ) কংগ্রেছৰ নেতাসকলক তেওঁলোকভ পদত্যগ পত্র উঠাই লবলৈ পতিয়ন নিওৱা

ঘ) এখন সংবিধান সভা গঠন কৰা

=খ

 

৫) ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেতিয়া ৰাষ্ট্রপতিক আইনগত উপদেশ দিব পাৰে ?

ক) যেতিয়া কেবিনেটে পৰামর্শ দিয়ে

খ) মন্ত্রীপৰিষদে পৰামর্শ দিলে

গ) ৰাষ্ট্রপতিয়ে নিজে বিচাৰিলে

ঘ) উচ্চতম ন্যায়ালয়ে উপদেশ নিজে দিব বিচাৰিলে

= গ

 

৬) কিমান জনসংখ্যা থাকিলে তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যবস্থা এখন ৰাজ্যত গঠন কৰা হয় ?

ক) ১০ লাখ

খ) ২০ লাখ

গ) ২৫ লাখ

ঘ) ১৫ লাখ

= খ

 

৭) MPEG ৰ সম্পুর্ণ নাম কি ?

ক) Motion Picture Expert Group

খ) Moving Picture Expert Groups

গ) Media Picture Expert Groups

ঘ) Moving Pixels Experts Groups

= গ

 

৮ ) ফিফাই কাজাখিস্তানক তলৰ কোনখন উপমাহাদেশত ধৰে ?

ক) Asian Football Confederation

খ) Confederation Africaine Football

গ) Union of European Football Association

ঘ) এতাও নহয়

=গ

 

৯)   এটুকুৰা হীৰা ভালদৰে কাটি প্রস্তুত কৰাৰ পাছত কিহৰ বাবে ইয়াৰ উজ্জলতা বৃদ্ধি পায় ?

ক) হীৰাৰ স্বচ্ছতাৰ বাবে

খ) প্রতিসৰণৰ বাবে

গ) বিশুদ্ধতাৰ অভাবৰ বাবে

ঘ) ইয়াৰ ওপৰত বেলেগ প্রলেপ দিয়াৰ বাবে

= গ

 

১০)  তলৰ কোনটো এটা CPU ৰ  উচ্চ গতিসপ্পন্ন সঞ্চয়ৰ ভাগ ?

ক) Control Unit

খ) ALU

গ) Hard Disc

ঘ) Register

= ঘ

Leave a Comment

error: Warning, you aare not allowed to copy this element