Join Assam Study Centre Channel

Daily G.K., 27th Oct.

১) National Institute of Food Technology, Entrepreneurship and Management (NIFTEM) ত  অৱস্থিত ?

 ক) ৰাজস্থান

খ) হাৰিয়ানা

গ) অন্ধ্র প্রদেশ

ঘ) কর্ণাটক

=খ

 

 ২) Pangong হৃদ কত অৱস্থিত ?

ক) চিকিম

খ) অসম

গ) বিহাৰ

ঘ) জম্মু কাশ্মীৰ

= ঘ

 

 ৩) তলৰ কোন দুখন ৰাজ্য কয়লা উৎপাদনত আগস্থান লাভ কৰিছে ?

ক) ঝাৰখণ্ড, ছট্টীশগড়

খ) মধ্যপ্রদেশ, উৰিষ্যা

গ) বিহাৰ , পশ্চিমবংগ

ঘ) অন্ধ্রপ্রদেশ, ছট্টীশগড়

= ক

 

৪) আত্মসহায়ক গোটৰ ধাৰণা তলৰ কোনখন আঁচনিৰ যোগেদি আহিছিল ?

ক) National Rural Employment Guarantee Act

খ) Sampoorna Grameen Rozgar Yojna

গ)  Swarna Jayanti Gram Swarozgar Yojna

ঘ)  National Food for Work Programme

= গ

 

 ৫) কোনখন বাতৰি কাকতে প্রথম বংগ বিভাজনৰ বাতৰি প্রকাশ কৰিছিল ?

ক) স্বৰাজ

খ) সঞ্জীবনী

গ) কালান্তৰ

ঘ) আনন্দবাজাৰ পত্রিকা  

 =ঘ

 

৬) কোনে প্রথম আধুনিক কম্পিউটাৰৰ ব্যবহাৰৰ বিষয়ে নিজৰ আলোচনা পত্রত উল্লেখ কৰিছিল ?

 ক) Alan Turing

খ) Geoff Tootill

গ) Ferranti Mark

ঘ) Grace Hopper  

 = ক

 

৭) ভাৰতীয় সভ্যতা প্রথম কত স্থাপিত হৈছিল ?

ক) গঙ্গা উপত্যকাত

খ) ব্রহ্মপুত্র উপত্যকাত

গ) সিন্ধু উপত্যকাত

ঘ) কাশ্মীৰত

= গ

 

 ৮ ) তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ব্যবস্থা নাই ?

ক) নাগালেণ্ড

খ) অসম

গ) কেৰেলা

ঘ) পশ্চিমবংগ    

=ক 

 

৯) তলৰ কোন কতৃপক্ষই প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতিৰ মাজৰ বিবাদ মীমাংসা কৰে ?

ক) উচ্চ ন্যায়লয়

খ) নির্বাচনী আয়োগ

গ) মুখ্য নির্বাচনী বিষয়া

ঘ) এটাও নহয়    

= ঘ

 

১০) দক্ষিণ ভাৰতত কাৰ নেতৃত্বত জৈন ধর্মই প্রসাৰ লাভ কৰিছিল ?

ক) স্থলবাহু

খ) ভদ্রবাহু

গ) অশোক

ঘ) চন্দ্রগুপ্ত মৌর্য

= খ

Leave a Comment

error: Warning, you aare not allowed to copy this element