Join Assam Study Centre Channel

Daily G.K. October 26th

১) ভাৰতে “Kartarpur Sahib Corridor Agreement” কাৰ লগত স্বাক্ষৰ কৰিছে ?

ক) নেপাল

খ) কাটাৰ

গ) পাকিস্তান

ঘ) আমেৰিকা যুক্তৰাষ্ট্র

= ক

 

২)“World Bank’s Ease of Doing Business 2020” ৰ প্রতিবেদনত ভাৰতৰ স্থান কিমান ?

ক) ৬২

খ) ৬৩

গ)৬৪               

ঘ) ৬৫ 

=ক

 

৩) “Wushu World Championship” ত ভাৰতৰ হৈ সোণৰ পদক জয় কৰা খেলুৱৈ জনৰ নাম কি ?

ক) ৰাজবীৰ সিং

খ) সন্তোষ কুমাৰ

গ) নৰেন্দ্রৰ গোৱেল

ঘ) প্রবীণ কুমাৰ

= ঘ

 

৪) ষ্টাফ চিলেকচ্‌ন কমিচনৰ নতুনকৈ নিয়োগিত অধ্যক্ষ জনৰ নাম কি ?

ক) ব্রজ ৰাজ শর্মা

খ) পংকজ কুমাৰ

গ) পুজা কাডিয়া

ঘ) সন্ধ্যাৰাণী দেবী

= ক

 

৫) “Ten Studies in Kashmir: History and Politics” গ্রন্থখনৰ ৰচক কোন ?

ক) কাশী নাথ পণ্ডিত

খ) ৰামচন্দ্র ঘোষ

গ) গীতা মেহতা

ঘ) আমিষা আচার্য

= ক

 

৬) ভাৰতৰ বিশ্ববিদ্যালয়সমুহৰ ৰেংকিংত কোনখন বিশ্ববিদ্যালয়ে ২০২০ চনৰ বাবে শীর্ষস্থান অধিকাৰ কৰিছে ?

ক) আই আই টি বোম্বে

খ) আই আই টি গুৱাহাটী

গ) আই আই টি হায়দৰাবাদ

ঘ) আই আই টি খর্গপুৰ

=ক

 

৭)  বিশ্ব উন্নয়ণৰ তথ্য দিৱস (World Development Information Day) ২০১৯ চনত কোন তাৰিখে উদ্‌যাপন কৰা হয় ?

ক) ২৪ অক্টোবৰ

খ) ২৪ নবেম্বৰ

গ) ২৬ অক্টোবৰ

ঘ) ২৬ নবেম্বৰ

= ক

 

৮)  ২০১৯ সংস্কৰণৰ “বিশ্ব পলিও দিৱস” কোন তাৰিখে উদ্‌যাপন কৰা হয় ?

ক) ২৪ অক্টোবৰ

খ) ২৮ অক্টোবৰ

গ) ৩০ অক্টোবৰ

ঘ) ৩০ ডিচেম্বৰ

= ক

 

৯) Melbourne Mercer Global Pension Index (MMGPI) ত ২০১৯ চনত ভাৰতৰ স্থান কিমান ?

ক) ৩২ ত্‌ম

খ) ৪২ ত্‌ম

গ) ৪৪ ত্‌ম

ঘ) ৪৬ ত্‌ম

= ক

 

১০) ২০২১ চনত প্রথমবাৰৰ বাবে ফিফাই অনুস্থিত কৰিবলৈ লোৱা বর্ধিত বিশ্বকাপ ফুটবলৰ আয়োজক দেশ কোন ?

ক) চীন

খ) ভাৰত

গ) পাকিস্তান

ঘ) আর্জেণ্টিনা

=ক

Leave a Comment

error: Warning, you aare not allowed to copy this element