Join Assam Study Centre Channel

Daily G.K., 29th Oct

১) সমান বৰষুণ দিয়া অঞ্চলসমুহক সংযোগ কৰি মেপ এখনত অংকন কৰা লাইনক কি বুলি কোৱা হয় ?

ক) Isobars

খ) Isohytes

গ) Isocons

ঘ) Isotherms

= খ

২) দ্রাভিড় মন্দিৰ সমুহৰ স্থাপত্যবিদ্যা বিলাকৰ প্রধান বৈশিষ্ট কি ?

ক) চিকাৰ

খ) গপুৰ

গ) বিমান

ঘ) মণ্ডপ

=গ

৩) Gypsum, Chalk আৰু Limestone তলৰ কিহৰ উদাহৰণ ?

ক) Metamorphic Rocks

খ) Sedimentary Rocks

গ) Igneous Rocks

ঘ) Primary Rocks

= খ

৪) লাল বাহাদুৰ শাস্ত্রী ৰাষ্ট্রীয় বঁটা তলৰ কোনটো খণ্ডৰ বাবে দিয়া হয় ?

 ক) লোক প্রশাসন, শৈক্ষিক আৰু পৰিচালনা ক্ষেত্রত

 খ) সামাজিক সেৱা , গ্রাম্য উন্নয়ণ

 গ) পৰিৱেশ সুৰক্ষা

 ঘ) বন সংৰক্ষণ

=ক

 ৫) Mach number তলৰ কোনটো জোখাৰ মাপকাঠি ?

ক) Speed

খ) Heat Transfer

গ) Static Volume

ঘ) Volume

=ক

 ৬) Biological Oxygen Demand তলৰ কোনটোৰ মাপকাঠি ?

ক) Metabolism Rate

খ) Pollution

গ)  Concentration of Oxygen Generation in water bodies.

ঘ) Rate of Oxygen Generation in plant leave

=খ

৭) কিমান চনত IDBI বেংকক পুনৰ গঠন কৰি ৰিজার্ভ বেংকৰ নিয়ন্ত্রণৰ পৰা মুক্ত কৰা হৈছিল ?

ক) ১৯৭২

খ) ১৯৭৪

গ) ১৯৭৬

ঘ) ১৯৮০

 = গ

৮ ) তলৰ কোনখন ৰাজ্যত থকা Jawai অৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে ?

ক) ৰাজস্থান

খ) কেৰেলা

গ) অসম

ঘ) বিহাৰ

= ক

৯) ৰন্ধন কার্যত তলৰ কোনবিধ পোছাক পিন্ধাটো সুৰক্ষিত ?

ক) নাইলন

খ) টেৰিলন

গ) চিল্ক

ঘ) কটন

=ঘ

১০)   তলৰ কোনবিধ শুদ্ধ Statement নহয় ?

ক) এক লিটাৰ ঠাণ্ডা বায়ু এক লিটাৰ গৰম বায়ুতকৈ বেছি গ্ধুৰ ।

খ) বাদুলী কণা কিন্তু তৰংগ শব্দৰ যোগেদি উৰিব পাৰে ।

গ) মানব দেহত লিভাৰে Glucose ক গ্লাইকজেন হিচাপে সংৰক্ষণ কৰে

ঘ) গৰুৰ মুখ আৰু ভৰিৰ ৰোগ এক সংক্রামক বেমাৰ

=খ

Leave a Comment

error: Warning, you aare not allowed to copy this element