Join Assam Study Centre Channel

Daily Current Affairs G.K. 20-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  আনুষ্ঠানিক নিযুক্তি, মাস্ক দিৱস, সৰল আচঁনি, বেংক অৱ বৰোদা, UNSC আদি বিষয় সামৰি লোৱা হৈছে। পঢ়ক আমাৰ Daily Current Affairs G.K. 20-06-2020 | Updated Daily নিয়মীয়াকৈ ।

 

আজিৰ  প্রশ্নোত্তৰঃ

Daily Current Affairs G.K. 20-06-2020 | Updated Daily

 

) বেংক অৱ বৰোদাই ইয়াৰ ঋণ বিষয়ক সেৱা সম্পূর্ণভাবে ডিজিটেলাইজড কৰিছে । বর্তমান বেংক অৱ বৰোদাৰ মুখ্য প্রৱন্ধক কোন ?

ক) সঞ্জীৱ চাদ্ধা

খ) হর্ষমুখ আদিয়া

গ) অতনু কুমাৰ দাস

ঘ) পল্লব মহাপাত্র

) কোনটো বিত্তীয় কোম্পানীয়ে গৃহ ঋণ প্রদানৰ বাবে “সৰল” নামৰ এক আচঁনি আৰম্ভ কৰিছে ?

ক) আই চি আই চি আই ফাইনেন্স কোম্পানী

খ) আধাৰ হাউচিং ফাইনেন্স কোম্পানী

গ) ৰেপকো হোম ফাইনেন্স লিমিটেড

ঘ) দিৱান হাউচিং ফাইনেন্স কর্পৰেচন লিমিটেড

) কেন্দ্রীয় ৰিজার্ভ বেংকে গৃহ ঋণ প্রদান কৰা বিত্তীয় কোম্পানীবিলাকৰ নুন্যতম Net Owned Fund ১০ কোটিৰ পৰা কিমান বৃদ্ধি কৰিছে ?

ক) ১৫ কোটি

খ) ২৫৮ কোটি

গ) ২০ কোটি

ঘ) ৩০ কোটি

) ২০২১-২২ বর্ষত ৰাষ্ট্রসংঘৰ সদস্যপদৰ কার্যকালত ভাৰতৰ উদেশ্য কি হ’ব ?

আপুনি যদি আমাৰ Daily Current Affairs G.K. 20-06-2020 | Updated Daily ভাল পাইছে তেন্তে ৱেবচাইটো চাবস্ক্রাইব কৰক

ক) SORTS

খ) NORMS

গ) 3T

ঘ) PICK

) কিমানবাৰৰ বাবে ভাৰত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নির্বাচিত হৈছে ?

ক) পঞ্চম

খ) অষ্টম

গ) তৃতীয়

ঘ) একাদশ

) ১৮ জুন তাৰিখে ভাৰতৰ কোনখন ৰাজ্যই মাস্ক দিৱস উদ্‌যাপন কৰে ?

ক) কর্ণাটক

খ) তামিলনাডু

গ) অন্ধ্র প্রদেশ

ঘ) গুজৰাট

Daily Current Affairs G.K. 20-06-2020 | Updated Daily

)  কর্মচাৰী ভৱিষ্য নিধি নিগমৰ তথ্য অনুসৰি ২০১৯-২০ বর্ষত আনুষ্ঠানিক নিযুক্তিৰ শতাংশ ভাৰতত কিমান বৃদ্ধি হৈছে ?

ক) ২১.৮ %

খ) ৩০.৭ %

গ) ২৮.৬ %

ঘ) ২৫.২ %

)  পশুপতিনাথ মন্দিৰৰ চেনিটাইজেচনৰ বাবে ভাৰতে ২.৩৩ কোটি টকা মুকলি কৰি দিছে । পশুপতিনাথ মন্দিৰ কোন দেশত অৱস্থিত ?

ক) তির্বত

খ) ভূটান

গ) নেপাল

ঘ) শ্রীলংকা

 

উত্তৰসমূহঃ

Daily Current Affairs G.K. 20-06-2020 | Updated Daily

 

১) সঞ্জীৱ চাদ্ধা

বেংক অৱ বৰোদাৰ বর্তমান মুখ্য প্রৱন্ধক হৈছে সঞ্জীৱ চাদ্ধা। বেংকটোৱে শেহতীয়াকৈ ইয়াৰ ঋণ বিষয়ক সকলো সেৱা সম্পুর্ণভাবে ডিজিটেলাইজড কৰিছে।

 

২) আই চি আই চি আই হোম ফাইনেন্স কোম্পানী লিমিটেড

আই চি আই চি আই হোম ফাইনেন্স কোম্পানী লিমিটেডে “সৰল” নামৰ এখন আচঁনিৰ শুভাৰম্ভ কৰিছে। এই আচঁনিৰ যোগেদি মহিলা, আর্থিকভাবে দুর্বল, নিম্ন, মধ্যবিত্ত শ্রেণী যাৰ বছেৰেকীয়া উপার্জন ৬ লাখতকৈ অধিক নহয় তেওঁলোক উপকৃত হ’ব।

 

৩) ২০ কোটি

আপুনি যদি আমাৰ Daily Current Affairs G.K. 20-06-2020 | Updated Daily ভাল পাইছে তেন্তে ৱেবচাইটো চাবস্ক্রাইব কৰক

১৯৮৭ চনৰ NHB Act, Section 29A (1) (b) ৰ অধীনত কেন্দ্রীয় ৰিজার্ভ বেংকে হাউচিং ফাইনেন্স কোম্পানীবিলাকৰ Net Owned Funds  ১০ কোটিৰ পৰা ২০ কোটিলৈ বৃদ্ধি কৰিছে। এই বৃদ্ধি কোম্পানীবিলাকৰ মূলধন শক্তিশালী  কৰাৰ বাবে কৰা হৈছে।

 

৪) NORMS

২০২১-২২ বর্ষৰ বাবে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদলৈ নির্বাচিত হোৱাৰ পাছত ভাৰতৰ উদেশ্য হ’ব –NORMS । NORMS ৰ অর্থ হৈছে New Orientation for a Reformed Multilateral System

 

৫)  অষ্টম

কর্ণাটকৰ মুখ্যমন্ত্রী বি এচ য়েডিৰাপ্পাই ১৮ জুন, ২০২০ তাৰিখে ৰাজ্যখনত মাস্ক দিৱস উদ্‌যাপন কৰে। এই দিৱস জনসাধাৰণৰ মাজত কভিড-১৯ ৰ বাবে মাস্ক পৰিধানৰ গুৰুত্ব, চেনিটাইজাৰ ব্যবহাৰ, হাত ধোৱা, সামাজিক দুৰত্ব বজাই ৰখা আদিৰ ক্ষেত্রত সচেতনতা বৃদ্ধিৰ বাবে উদ্‌যাপন কৰা হয়।

 

) কর্ণাটক

কর্ণাটকৰ মুখ্যমন্ত্রী বি এচ য়েডিৰাপ্পাই ১৮ জুন, ২০২০ তাৰিখে ৰাজ্যখনত মাস্ক দিৱস উদ্‌যাপন কৰে। এই দিৱস জনসাধাৰণৰ মাজত কভিড-১৯ ৰ বাবে মাস্ক পৰিধানৰ গুৰুত্ব, চেনিটাইজাৰ ব্যবহাৰ, হাত ধোৱা, সামাজিক দুৰত্ব বজাই ৰখা আদিৰ ক্ষেত্রত সচেতনতা বৃদ্ধিৰ বাবে উদ্‌যাপন কৰা হয়।

 

৭) ২৮.৬ %

 কর্মচাৰী ভৱিষ্য নিধি নিগমৰ পে-ৰোল তথ্য অনুসৰি ২০১৯-২০ বর্ষত ভাৰতত আনুষ্ঠানিক নিযুক্তি ২৮.৬ শতাংশ বৃদ্ধি হৈছে। ২০১৮-১৯ বর্ষত ইয়াৰ পৰিমাণ ৬১.১২ লাখ আছিল, ২০১৯-২০ চনত ই ৭৮.৫৮ লাখলৈ বৃদ্ধি পায়।

 

৮) নেপাল

ভাৰতে নেপালৰ কাঠমাণ্ডুত অৱস্থিত পশুপতিনাথ মন্দিৰত চেনিটাইজেচনৰ বাবে ২.৩৩ কোটি টকা আগবঢ়াইছে। নেপাল-ভাৰত মৈত্রীৰ অধীনত  আগবঢ়োৱা এই ধনৰাশিৰ যোগেদি মন্দিৰটোত পর্যটকৰসকলৰ বাবে চেনিটাইজেচনৰ সুবিধা উপলব্ধ কৰা হ’ব।

Daily Current Affairs G.K. 20-06-2020 | Updated Daily

Daily Current Affairs G.K. 20-06-2020 | Updated Daily আপোনাৰ মেইলত লাভ কৰি থাকিবৰ বাবে আমাৰ ৱেবচাইট চান্সক্রাইব কৰক।

Leave a Comment

error: Warning, you aare not allowed to copy this element