Join Assam Study Centre Channel

Daily Current Affairs G.K. 21-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  আই টি জব পর্টেল, World wind Day, ২০২০ বর্ষৰ জৈৱবৈচিত্রতা বঁটা, পি. এম. কেয়াৰ পুঁজি, সুৰক্ষা দৰমহা একাউণ্ট আদি বিষয় সামৰি লোৱা হৈছে। আমাৰ Daily Current Affairs G.K. 21-06-2020 | Updated Daily নিয়মীয়াকৈ পাই থাকিবলৈ চাবস্ক্রাইব কৰক।

 

আজিৰ  প্রশ্নোত্তৰঃ

Daily Current Affairs G.K. 21-06-2020 | Updated Daily

 

) MSME খণ্ডৰ বাবে কোনটো কোম্পানীয়ে “সুৰক্ষা দৰুমহা একাউণ্ট” নামৰ এক ব্যবস্থা আৰম্ভ কৰিছে ?

ক) India Post Payment Bank

খ) Jio Payment Bank

গ) Airtel Payment Bank

ঘ) Paytm Payment Bank

 

) পি. এম. কেয়াৰ পুঁজিৰ বাবে তলৰ কোনটো কোম্পানীক অডিটৰ হিচাপে পৰৱর্তী ৩ বছৰৰ বাবে নিযুক্তি দিয়া হৈছে ?

ক) SAARC and Associates

খ) BDO International

গ) Price Waterhouse Coopers

ঘ) RSM International

 

) ভাৰতৰ তলৰ কোনে ২০২০ বর্ষৰ জৈৱবৈচিত্রতা বঁটা লাভ কৰিছে ?

ক) কুতুম্ব ফাউণ্ডেচন

খ) ডেক্কান ডেভেলপমেণ্ট চচাইটি

গ) চেলফ এমপ্লয়ড ৱমেন এচ’চিয়েচন

ঘ) চেফটি চচিয়েল চচাইটি

 

) কোন তাৰিখে World Wind Day উদ্‌যাপন কৰা হয় ?

ক) ১৮ জুন

খ) ১৫ জুন

Daily Current Affairs G.K. 21-06-2020 | Updated Daily

গ) ২৪ জুন

ঘ) ১২ জুন

 

) উড়িষ্যাৰ কোনখন নদীত শেহতীয়াকৈ ৫০০ বছৰৰ পুৰণি এক মন্দিৰৰ অৱশেষ পোৱা গৈছে ?

ক) মহানদী

খ) বৈতৰণী

গ) ভার্গৱী

ঘ) ব্রাহ্মণী

 

) পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আই টি খণ্ডৰ ব্যক্তিসকলৰ বাবে এটা ৱেব পর্টেল আৰম্ভ কৰিছে। পর্টেলটোৰ নাম কি ?

ক) চেম্পিয়নচ

খ) কর্মভূমি

গ) উদ্যম শক্তি

ঘ) অক্ষয় উর্জা

 

)  নাগপুৰ ৰেলৱে ষ্টেচনত ভাৰতীয় ৰেলৰ কোনটো শাখাই Automated Ticket Checking and Managing Access চমুকৈ ATMA (আত্মা) স্থাপন কৰিছে ?

ক) কেন্দ্রীয় ৰেলৱে

খ) দক্ষিণ ৰেলৱে

গ) পুৱ ৰেলৱে

ঘ) উত্তৰ ৰেলৱে

Daily Current Affairs G.K. 21-06-2020 | Updated Daily

 

)  শেহতীয়াকৈ বাতৰিত খ্রীষ্টিয়ান ক’লমেনৰ নাম বহুলভাবে চর্চিত। তেওঁ কি খলৰ লগত জড়িত ?

ক) শ্বতপুত

খ) ১০০ মিটাৰ দৌৰ

গ) জেভলিন থ্র’

ঘ) মল্লযুজ

 

উত্তৰসমূহঃ

 

১) Airtel Payment Bank

Daily Current Affairs G.K. 21-06-2020 | Updated Daily

MSME খণ্ডৰ বাবে এয়াৰটেল পেমেণ্ট বেংকে ‘সুৰক্ষা দৰুমহা একাউণ্ট’ নামৰ এক ব্যবস্থা  আৰম্ভ কৰিছে। ইয়াৰ যোগেদি কেছলেছ লেন-দেন আৰু এই খণ্ডৰ কর্মচাৰীসকলৰ বিত্তীয় নিৰাপত্তা নিশ্চিত কৰা হ’ব।

 

২) SAARC and Associates

প্রধানমন্ত্রী কেয়াৰ পুঁজিৰ অডিটৰ হিচাপে SAARC and Associatesক অহা ৩ বছৰৰ বাবে নিযুক্তি দিয়া হৈছে। পি এম কেয়াৰৰ সম্পূর্ণ নাম হৈছে Prime Minister’s Citizens Assistance and Relief in Emergency Situations.

 

৩) ডেক্কান ডেভেলপমেণ্ট চচাইটি

হায়দৰাবাদৰ এটা বেচৰকাৰী সংগঠন ডেক্কান ডেভেলপমেণ্ট চচাইটিয়ে মনাকো ফাঊণ্ডেচনে প্রদান কৰা ২০২০ বর্ষৰ জৈৱবৈচিত্রতা বঁটা লাভ কৰিছে। মনাকো ফাউণ্ডেচনৰ হৈ এই বঁটা যুৱৰাজ দ্বিতীয় এলবার্টে প্রদান কৰে। এই বঁটাত ৩৫ লাখ টকাৰ অনুদান আছে।

 

৪) ১৫ জুন

 প্রত্যেক বছৰে ১৫ জুন তাৰিখটোক ‘বিশ্ব বতাহ দিৱস’ হিচাপে উদ্‌যাপন কৰা হয়। এই দিৱস নৱীকৰণযুক্ত প্রাকৃতক শক্তি ব্যবহাৰ আৰু ইয়াৰ সুবিধাসমূহৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে উদ্‌যাপন কৰা হয়।

 

৫)  মহানদী

Daily Current Affairs G.K. 21-06-2020 | Updated Daily

Indian National Trust for Art and Cultural Heritage ৰ প্রজেক্ট এচিছটেণ্ট দীপক কুমাৰ নায়কে উড়িষ্যাৰ পদ্মাৱতী এলেকাত মহানদী নৈত ৫০০ বছৰীয়া এটা মন্দিৰৰ অৱশেষ উদ্ধাৰ কৰিছে।

 

৬) কর্মভূমি

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কৰণাৰ ফলত ৰাজ্যখনৰ যিসকল আই টি খণ্ডৰ ব্যক্তিয়ে চাকৰি হেৰুৱাব লগীয়া হ’ল, তেওঁলোকভ চাকৰিৰ বাবে ‘কর্মভূমি’ নামৰ এটা ৱেব পর্টেল আৰম্ভ কৰিছে।

 

৭) কেন্দ্রীয় ৰেলৱে

ভাৰতীয় ৰেল সেৱা কেন্দ্রীয় ৰেলৱেই নাগপুৰ ষ্টেচনত যাত্রীসকলৰ টিকট পৰীক্ষা আৰু ব্যবস্থাপনাৰ বাবে নতুনকৈ প্রথমবাৰৰ বাবে Automated Ticket Checking and Managing মেছিন স্থাপন কৰিছে। কৰণাৰ সংক্রমণক বাধা দিবলৈ এই মেছিন স্থাপন কৰা হৈছে।

 

৮) ১০০ মিটাদৌৰ

১০০ মিটাৰ দৌৰৰ বিশ্ব চেম্পিয়ন খ্রীষ্টিয়ান ক’লমেনক শেহতীয়াকৈ ২ বছৰৰ বাবে প্রতিযোগিতাত অংশগ্রহণত নিষেধ কৰা হৈছে। তেওঁ ড্রাগ টেষ্ট পৰীক্ষাত উর্ত্তীর্ণ হ’ব পৰা নাছিল।

Daily Current Affairs G.K. 21-06-2020

আপুনি যদি আমাৰ Daily Current Affairs G.K. 21-06-2020 | Updated Daily পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element