Join Assam Study Centre Channel

Daily Current affairs Assam

১) নিম্নলিখিত কোনজন প্রধানমন্ত্রীৰ কার্যকালত মণ্ডল কমিচন গঠন হৈছিল ?

ক) ইন্দিৰা গান্ধী

খ) মোৰাৰজী দেশাই

গ) ৰাজীৱ গান্ধী

ঘ) ভি পি সিং

= মোৰাৰজী দেশাই

২) গ্রীষ্মমণ্ডলীয় ফল সম্পর্কিত সর্বভাৰতীয় সমন্বিত গবেষণা প্রকল্পটি নিম্ন লিখিত কোন স্থানত অৱস্থিত ?

ক) বেঙ্গালুৰু

খ) মহীশূৰ

গ) ইন্দোৰ

ঘ) জবলপুৰ

= বেঙ্গালুৰু

৩) যদি কোনো উচ্চ ন্যায়ালয়ে কোনো চৰকাৰী ভাষাৰ ওপৰত ৰায় প্রদান কৰে, তেন্তে তাভ এটা প্রতিলিপি কি ভাষাত উল্লেখ থকাটো প্রয়োজনীয় ?

ক) হিন্দী

খ) ইংৰাজী

গ) হিন্দী, ইংৰাজী দুয়োটাতে

ঘ) এটাও নহয়

= ইংৰাজী

৪) অর্থনীতিৰ নিয়ন্ত্রণৰ ক্ষেত্রত তলৰ কোনটো মুদ্রানীতিৰ অন্তঃভূক্ত নহয় ?

ক) ৰেহাই গড়

খ) চৰকাৰী ব্যয়

গ) ৰিজার্ভৰ প্রয়োজনীয়তা

ঘ) মুকলি বজাৰৰ ক্রিয়াকলাপ

= চৰকাৰী ব্যয়

৫) নিম্নলিখিত উক্তি বিবেচনা কৰা-

উক্তি ১- ‘হেলিনা আৰু নামিকা দুয়োটাই হ’ল ভবিষ্যতৰ ভাৰতৰ অ্যান্টিট্যাঙ্ক মিচাইল’

উক্তি ২- ‘হেলিনা আৰু নমিকা দুয়োটাই নাগ মিচিলৰ সংস্কৰণ’

উপৰোক্ত উক্তিৰ কোনটো সত্য ?

ক) কেৱল ১ সত্য

খ) কেৱল ২ সত্য

গ) ১ আৰু ২ এটাও সত্য নহয়

ঘ) দুয়োটাই সত্য

= ১ আৰু ২ এটাও সত্য নহয়

৬) আকাশৰ তৰাৰ পোহৰে কি ইংগিত বহন কৰে ?

ক) দূৰত্ব

খ)  উজ্জ্বলতা

গ) ভৰ

ঘ) তাপমাত্রা

= তাপমাত্রা

৭) ভাৰতৰ উৎপাদন উদ্যোগত এটা মাইক্র এণ্টাৰপ্রাইজ হোইছে এনে এটা উদ্যোগ য’ত  এবং যন্ত্রপাতি আৰু উদ্যোগটোত  বিনিয়োগ ____ বেছি হ’ব নোৱাৰিব।

ক) ৫ লাখ টকা

খ) ১৫ লাখ টকা

গ) ৩০ লাখ টকা

ঘ) ২৫ লাখ টকা

= ২৫ লাখ টকা

৮) তল কোনটো ধাতু বৈদ্যুতিক বাল্ব প্রস্তুতত ব্যবহৃত হয়?

ক) তাম

খ) ৰূপ

গ)নিকেল

ঘ) টাংষ্টেন

= টাংষ্টেন

৯) জাপানী আর্ট ইকেবানাতলৰ কিহৰ লগত সম্পর্কিত ?

ক) বালিৰ শিল্প

খ) ফুলৰ বিন্যাস

গ) কাগজৰ ভাঁজ

ঘ)  গছ কটা

=  ফুলৰ বিন্যাস

১০) নগদ ধন লেনা-দেনাৰ ক্ষেত্রত তলৰ কোনটো সংস্থাই মনিটৰিং কৰে ?

ক) ষ্টেট ব্যাংক অফ ইণ্ডিয়া

খ) গ্রামীণ বেংক অফ ইণ্ডিয়া

গ) ৰিজার্ভ বেংক অফ ইণ্ডিয়া

ঘ) এটাও নহয়

=  ৰিজার্ভ বেংক অফ ইণ্ডিয়া

Leave a Comment

error: Warning, you aare not allowed to copy this element