Join Assam Study Centre Channel

Indian Polity and Constitution of India – Questions 01 – 30

১) উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্রহণ কৰে ?

ক) ৬৫ বছৰ

খ) ৬২ বছৰ

গ) ৬৮ বছৰ

ঘ) ৭০ বছৰ

= ৬৫ বছৰ

 

২) ভাৰতৰ প্রথম মুখ্য ন্যায়াধীশ কোন আছিল ?

ক) পটঞ্জলী শাস্ত্রী

খ) এইচ জে কানিয়া

গ) এচ আৰ দাস

ঘ) চান্দ মহাজন

= এইচ জে কানিয়া

 

৩) এতিয়ালৈকে ভাৰতৰ সংবিধান কিমানবাৰ সংশোধন কৰা হৈছে ?

ক) ৯৮

খ) ৯২

গ) ১০৩

ঘ) ১২৪

= ১২৪

 

৪) ভাৰতৰ আটাইতকৈ বৃহৎ কেন্দ্রীয় শাসিত অঞ্চল হৈছে –

ক) জম্মু কাশ্মীৰ

খ) চণ্ডীগড়

গ) দমন দিউ

ঘ) পণ্ডিচেৰী

= পণ্ডিচেৰী

 

৫) ৰাজ্যসভাত সর্বমুঠ আসনৰ সংখ্যা –

ক) ২৫০

খ) ২১০

গ) ২১৫

ঘ) ২৮৪

= ২৫০

 

৬) লোক সভাৰ প্রথম অধিবেশন কেতিয়া হৈছিল ?

ক) ১৯৫০ চনৰ ১৫ আগষ্ট

খ) ১৯৫২ চনৰ ১৫ আগষ্ট

গ) ১৯৫২ চনৰ ১৩ মে

ঘ) ১৯৫৩ চনৰ ১২ জানুৱাৰী

= ১৯৫২ চনৰ ১৩ মে      

  

৭) লোক সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

ক) গি ভি মালাংকাৰ

খ) এম এ আয়েংগাৰ

গ) ৰাজেন্দ্র প্রসাদ

ঘ) এটাও নহয়

= গি ভি মালাংকাৰ

 

৮) অধ্যক্ষৰ আটাইতকৈ বেছি সময় আসনত থকা লোকসভাৰ ব্যক্তিজন হৈছে –

ক) সোমনাথ চেটার্জী

খ) পি এ চাংমা

গ) বলৰাম জাখৰ

ঘ) কে এচ হেগড়ে

= বলৰাম জাখৰ

 

৯) এটা বছৰত লোকসভাৰ অধিবেশন কিমানবাৰ অনুষ্ঠিত হয় ?

ক) ৪ বাৰ

খ) ৩ বাৰ

গ) ২ বাৰ

ঘ) ৫ বাৰ

= ৩ বাৰ

 

১০) তলৰ কোনখন ৰাজ্যভ দুয়োটা সদনতে আটাইতকৈ বেছি প্রতিনিধি আছে ?

ক) উত্তৰপ্রদেশ

খ) মধ্য প্রদেশ

গ) বিহাৰ

ঘ) পশ্চিমবংগ

= উত্তৰপ্রদেশ

 

১১) পৰিকল্পনা আয়োগৰ প্রথম ডেপুটি চেয়াৰমেন কোন আছিল ?

ক) নেহেৰু

খ) চি এম ত্রিভেদী

গ)  অশোক মেহতা

ঘ) গুলজাৰী লাল নন্দ

= গুলজাৰী লাল নন্দ

 

১২) ভাৰতৰ সর্বমুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান ?

ক) ৩২

খ) ২৪

গ) ২৫

ঘ) ২৭

=  ২৪

 

১৩) তলৰ কোনখন ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় ?

ক) কলিকতা উচ্চ ন্যায়ালয়

খ) মাদ্রাজ উচ্চ ন্যায়ালয়

গ) অন্ধ্র উচ্চ ন্যায়ালয়

ঘ) দিল্লী উচ্চ ন্যায়ালয়

=  কলিকতা উচ্চ ন্যায়ালয়

 

১৪) তলৰ কোনখন উচ্চ ন্যায়ালয়ৰ ক্ষেত্রধিকাৰ বেছি ?

ক) গুৱাহাটী উচ্চ ন্যায়ালয়

খ) দিল্লী উচ্চ ন্যায়ালয়

গ) মাদ্রাজ উচ ন্যায়ালয়

ঘ) পাটনা উচ্চ ন্যায়ালয়

= গুৱাহাটী উচ্চ ন্যায়ালয়

 

১৫) লোকসভাৰ সর্বমুঠ আসন হৈছে –

ক) ৫৪৫

খ) ৫৬৫

গ) ৫৩০

ঘ) ৫৫২

= ৫৪৫

 

১৬)  বিশ্বৰ ভিতৰত দ্বিতীয়    বৃহৎ ন্যায়িক চৌহদ হৈছে –

ক) গুৱাহাটী উচ্চ ন্যায়ালয়

খ) দিল্লী উচ্চ ন্যায়ালয়

গ) মাদ্রাজ উচ্চ ন্যায়ালয়

ঘ) বম্বে উচ্চ ন্যায়ালয়

=  মাদ্রাজ উচ্চ ন্যায়ালয়

 

১৭) ভাৰতত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ?

ক) ১৯৫০

খ) ১৯৫১

গ) ১৯৫২

ঘ) ১৯৫৫

= ১৯৫১

 

১৮)  ১৯৭৭ চনৰ লোক সভাৰ নির্বাচনত ইন্দিৰা গান্ধীক পৰাস্ত কৰা একমাত্র ব্যক্তিজন আছিল –

ক) ৰাম মনোহৰ লোহিয়া

খ) মোৰাৰজী দেশাই

গ) লাল বাহাদুৰ শাস্ত্রী

ঘ) ৰাজ নাৰায়ণ

= ৰাজ নাৰায়ণ

 

১৯) ভাৰতৰ ৰাষ্ট্রপতিয়ে পদত্যাগ কৰিব বিচাৰিলে  তেওঁৰ পদত্যাগ পত্র কাৰ ওচৰত দাখিল কৰিব লাগে ?

ক) অধ্যক্ষ

খ) উপ-ৰাষ্ট্রপতি

গ) মুখ্য ন্যায়াধীশ

ঘ) প্রধানমন্ত্রী

= উপ-ৰাষ্ট্রপতি

 

২০) তলৰ কোনখন ৰাজ্যৰ অনুসুচীত জনজাতিৰ বাবে আটাইতকৈ বেছি সংখ্যক আসন সংৰক্ষণ আছে ?

ক) বিহাৰ

খ) মধ্যপ্রদেশ

গ) অসম

ঘ) চট্টীশগড়

= মধ্যপ্রদেশ

 

২১) ভাৰতৰ আটাইতকৈ বেছি সময় মুখ্যমন্ত্রী হৈ থকা ব্যক্তিজন কোন ?

ক) এম কৰুণানিধি

খ) জ্যোতি বসু

গ) পৱ্ন কুমাৰ চামলিং

ঘ) মাণিক চৰকাৰ

= পৱন কুমাৰ চামলিং

 

২২) ভাৰতৰ কোনখন উচ্চ ন্যায়ালয়ে পোনপ্রথমবাৰৰ বাবে “বন্ধ”ক বেআইনী বুলি ঘোষণা কৰিছিল ?

ক) এলাহাবাদ উচ্চ ন্যায়ালয়

খ) গুজৰাট উচ্চ ন্যায়ালয়

গ) কেৰেলা উচ ন্যায়ালয়

ঘ) ৰাজস্থান উচ্চ ন্যায়ালয়

= কেৰেলা উচ্চ ন্যায়ালয়

 

২৩) তলৰ কোনখন ৰাজ্যত পঞ্চায়তীৰাজ ব্যবস্থা নাই ?

ক) ৰাজস্থান

খ) বিহাৰ

গ) নাগালেণ্ড

ঘ) অসম

= নাগালেণ্ড

 

২৪) কেন্দ্রীয় হিন্দী সমিতিৰ চেয়াৰমেন কোন ?

ক) ৰাষ্ট্রপতি

খ) উপ-ৰাষ্ট্রপতি

গ) প্রধানমন্ত্রী

ঘ) HRD Minister

= প্রধানমন্ত্রী

 

২৫) “তথ্য জনাৰ অধিকাৰ” প্রয়োগ হৈছিল ?

ক) ২০০৮ চনৰ অক্টোবৰত

খ) ২০০৫ চনৰ জুনত

গ) ২০০৮ চনৰ জুলাইত

ঘ) ২০০৫ চনৰ অক্টোবৰত

= ২০০৫ চনৰ অক্টোবৰত

 

২৬) সংবিধানৰ ৩৬০ নং অনুচ্ছেদ কিহৰ লগত জড়িত ?

ক) ৰাষ্ট্রপতিৰ সাংবিধানিক জৰুৰীকালীন ক্ষমতা

খ) জাতীয় জৰুৰীকালীন ক্ষমতা

গ) আর্থিক জৰুৰীকালীন ক্ষমতা

ঘ) এটাও নহয়

= আর্থিক জৰুৰীকালীন ক্ষমতা

 

২৭) তলৰ কোনখন ৰাজ্যৰ বৃহৎ বিধানসভা আছে ?

ক) কর্ণাটক

খ) পশ্চিম বংগ

গ) উত্তৰ প্রদেশ

ঘ) মহাৰাষ্ট্র

= উত্তৰ প্রদেশ

 

২৮) ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম সভাপতি কোন আছিল ?

ক) দাদাভাই নৌৰজী

খ) মহাত্মা গান্ধী

গ) জর্জ য়ুল

ঘ) উমেশ চন্দ্র বেনার্জী

= উমেশ চন্দ্র বেনার্জী

 

২৯) লোক সভাৰ নির্বাচনত প্রতিদন্দিতা কৰিবলৈ নুন্যতম বয়স হৈছে-

ক) ৩০ বছৰ

খ) ২৫ বছৰ

গ) ২৮ বছৰ

ঘ) ২৫ বছৰ

= ২৫ বছৰ

 

৩০) ভাৰতৰ ৰাষ্ট্রপতিৰ পদৰ বাবে প্রতিদন্দিতা কৰিবলৈ নুন্যতম বয়স হৈছে –

ক) ৩০ বছৰ

খ) ৩৫ বছৰ

গ) ২৮ বছৰ

ঘ) ২৫ বছৰ

= ৩৫ বছৰ                 

Leave a Comment

error: Warning, you aare not allowed to copy this element