Join Assam Study Centre Channel

Daily G.K. Series 13th Nov.

১) তলৰ কোনজন শাসকে প্রথমবাৰৰ বাবে ৰাষ্ট্রৰ উদ্যোগত হজ যাত্রা আৰম্ভ কৰিছিল ?

ক) আল্লাউদ্দিন খিলিজি

খ) ফিৰোজ টোগলক

গ) আকবৰ

ঘ) ঔৰংজেব

= আকবৰ

 

২) তলৰ কোনে City of Joy ৰচনা কৰিছিল ?

ক) ডমিনিক লেপায়াৰ

খ) ৰনাল্ড জফি

গ) লেৰী কলিনচ

ঘ) জাভিয়াৰ ম’ৰ

= ডমিনিক লেপায়াৰ

 

৩) কোন চনত সবৰমতী আশ্রম প্রতিষ্ঠা হৈছিল ?

ক) ১৯১৪

খ) ১৯১৫

গ) ১৯১৬

ঘ) ১৯১৭

= ১৯১৫

 

৪) মধ্য এছিয়াৰ পর্বতৰ শৃংখলা অনুসৰি ৰাছিয়া, চীন, মংগোলিয়া, কাজাখাস্তান একেলগে ক’ত আহে ?

ক) Altai Mountai

খ) Sayan Mountain

গ) Ural Mountain

ঘ) Baikal Mountain

= Altai Mountain

 

৫) সন্দেহজনক একাউণ্ট ৰাখিবৰ বাবে বেংকে কিমান বছৰ ল’ব পাৰে ?

ক) ৫ বছৰ

খ) ৮ বছৰ

গ) ১০ বছৰ

ঘ) ১৫ বছৰ

= ১০ বছৰ

 

৬) পুৰুষৰ T-20 ক্রিকেট খেলত হেটট্রিক অর্জন কৰা প্রথম ভাৰতীয় বলাৰজন কোন ?

ক) আৰ অশ্বিন

খ) বুমৰাহ

গ) দীপক চহৰ

ঘ) মহম্মদ চিৰাজ

= দীপক চহৰ

 

৭) ২০১৯ বর্ষৰ শান্তি উন্নয়ণৰ বিশ্ব বিজ্ঞান দিৱসৰ প্রধান Theme  কি ?

ক) বিজ্ঞান এক মানব অধিকাৰ

খ) বিজ্ঞান এক গোলকীয় বুজাপৰা

গ) বিজ্ঞান কেন্দ্র আৰু মিউজিয়াম উদ্‌যাপন কৰা

ঘ) কাকো এৰি নোযোৱাকৈ মুক্ত বিজ্ঞান

= কাকো এৰি নোযোৱাকৈ মুক্ত বিজ্ঞান

 

৮) জর্জ শ্বেলাৰ জীৱনজোৰা বঁটাৰ বাবে কোনজন ভাৰতীয় বন্যপ্রণী বিজ্ঞানীক নির্বাচিত কৰা হৈছে ?

ক) লতিকা নাথ

খ) বিজু দাস

গ) পুর্ণিমা শর্মা

ঘ) কে উল্লাস কাৰনাথ

= কে উল্লাস সাৰনাথ

 

৯) কেন্দ্রীয় গৃহ বিভাগে তলৰ কোনটো ফর্চক কেন্দ্রীয় পেৰামিলিটেৰী ফর্চৰ লগত একত্রিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ?

ক) বি এচ এফ

খ) অসম ৰাাইফলচ

গ) চি আই এচ এফ

ঘ) এচ এচ বি

= অসম ৰাইফলচ

১০)মোগল সম্রাট শ্বাহ আলম দ্বিতীয়ৰ প্রকৃত নাম হৈছে –

ক) আলমগীৰ দ্বিতীয়

খ) আহমদ শ্বাহ দুৰাণী

গ) মির্জা নাজফ খান

ঘ) আলি গৌহৰ

= আলি গৌহৰ 

Leave a Comment

error: Warning, you aare not allowed to copy this element