Join Assam Study Centre Channel

Daily G.K., 3rd November

১) তলত উল্লেখ কৰা কিমান চনত ভাৰতত PIO কার্ড (Persons of Indian Origin Card) প্রৱর্তন কৰা হৈছিল ?

ক) ১৯৯৭

খ) ১৯৯৮

গ) ১৯৯৯

ঘ) ২০০০

= ১৯৯৯

২) ৰিজার্ভ বেংকৰ দ্বিতীয় অনুসুচীত থকা বেংকবিলাকক কি বুলি জনা যায় ?

ক) সুচীত বেংক

খ) বাণিজ্যিক বেংক

গ) ৰাষ্ট্রীয় বেংক

ঘ) আঞ্চলিক গ্রাম্য বেংক

= সুচীত বেংক

৩) কোন মাহত ভাৰত আৰু পাকিস্তানে Nuke Installation তালিকা আদান-প্রদান কৰে ?

ক) January

খ) February

গ) March

ঘ) April

= January

৪) তলৰ কোনটো ভাৰতৰ ৰাষ্ট্রপতিৰ ৩৬১ নং অনুচ্ছেদৰ অধীনৰ বিশেষ সুবিধা নহয় ?

ক) কেন্দ্রৰ কার্যবাহী ক্ষমতা তেওঁৰ ওপৰত আছে আৰু তেওঁ এইবিলাক সংবিধান মতে প্রয়োগ কৰে

খ) তেওঁ কোনো আদালতৰ ওচৰত নিজৰ দায়িত্ব পালন কৰোতে দায়বদ্ধ নহয়।

গ) তেওঁৰ কার্যকালৰ সময়ত কোনো ফৌজদাৰী গোচৰ তেওঁৰ বিৰুদ্ধে দিব নোৱাৰি

ঘ) তেওঁক আটক কৰি  জেললৈ পঠোৱাৰ ব্যবস্থা কোনো আদালতে কৰিব নোৱাৰে

= কেন্দ্রৰ কার্যবাহী ক্ষমতা তেওঁৰ ওপৰত আছে আৰু তেওঁ এইবিলাক সংবিধান মতে প্রয়োগ কৰে

৫) তলৰ উক্তিকেইষাৰ বিচাৰ কৰক

 (১) ভাৰতত জৈন ধর্ম বৌদ্ধ ধর্মৰ দৰে খৰতকীয়াকৈ প্রসাৰ লাভ কৰা নাছিল

(২) বৌদ্ধ ধর্মৰ দৰে জৈন ধর্মই কোনো ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰা নাছিল

ক) কেৱল ১ শুদ্ধ

খ) কেৱল ২ শুদ্ধ

৩) ১ আৰু ২ দুয়োটাই শুদ্ধ

ঘ) এটাও শুদ্ধ নহয়

= কেন্দ্রৰ কার্যবাহী ক্ষমতা তেওঁৰ ওপৰত আছে আৰু তেওঁ এইবিলাক সংবিধান মতে প্রয়োগ কৰে

৬) ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তলৰ কোনখন  ক, খ, গ, আৰু গ  তালিকাত থকা ৰাজ্য আটাইতকৈ সৰু আছিল ?

ক) ত্রিভাংকুৰ কোচিন

খ) দিল্লী

গ) বিলাসপুৰ

ঘ) কর্গ

= বিলাসপুৰ

৭) তলৰ কোনটো এটা Polar Vector?

ক) Displacemant

খ) Force

গ) A আৰু B দুয়োটাই

ঘ) এটাও নহয়

= A আৰু B দুয়োটাই

৮ ) পানীৰ সমতা স্থাপনৰ বাবে মানৱ দেহৰ তলৰ কোনট অংগ জড়িত ?

ক) লিভাৰ

খ) জিভা

গ) কিডনী

ঘ) মগজু

= কিডনী

৯) তলৰ কোনটো অর্থনৈতিক ব্যবস্থাই ব্যক্তিগত আৰু চৰকাৰী উদ্যোগক সামৰি লয় ?

ক) ব্যক্তিগত অর্থনীতি

খ) বজাৰ অর্থনীতি

গ) মিশ্র অর্থনীতি

ঘ) কেন্দ্রীয়ভাবে পৰিকল্পিত অর্থনীতি

= মিশ্র অর্থনীতি

 

১০) Capitol Hill ত তলৰ কোনটো অবস্থিত ?

ক) The biggest market of the world

খ) A mountanious peak from where jesus gave sermons

গ) A peak of kargil region won again by india in june 1999

ঘ) Legislative Office of United States General Assembly

= Legislative Office of United States General Assembly

Leave a Comment

error: Warning, you aare not allowed to copy this element