Join Assam Study Centre Channel

Daily G.K. Series

১) কোনখন IIT এ ISRO ৰ লগত লগ লাগি মহাকাশ প্রযুক্তিবিদ্যা গোট গঠন কৰাৰ সিদ্ধান্ত লৈছে ?

ক) আই আই টি দিল্লী

খ) আই আই টি কানপুৰ

গ) আই আই টি বম্বে

ঘ) আই আই টি মাদ্রাজ

=আই আই টি দিল্লী

 

২)ভাৰতৰ প্রথমখন “eCAPA” প্রদর্শনী ক’ত অনুষ্ঠিত হৈছে?

ক) কানপুৰ

খ) কোচি

গ) ডেৰাডুন

ঘ) নিউ দিল্লী

= নিউ দিল্লী

 

৩) ৰাষ্ট্রসংঘৰ পৰিৱেশ পৰিৱর্তন সন্মিলন (UN Climate Change Conference) COP-25

চিলীয়ে বাদ দিয়াৰ পাছত ক’ত অনুষ্ঠিত হব ?

ক) নিউয়র্ক

খ) পেৰিছ

গ) মাদ্রিদ

ঘ) নিউ দিল্লী

= মাদ্রিদ

 

৪) ভাৰতৰ আন্তঃৰাষ্ট্রীয় চলচিত্র মহোৎসৱ- ২০১৯ ত কোনখন দেশ একেলগে অংশীদাৰ  হ’ব ?

ক) আফগানিস্থান

খ) চীন

গ) জাপান

ঘ) ৰাছিয়া

=ৰাছিয়া

 

৫) তলৰ কোনজন দাতাই ২০১৯ চনৰ Sasthaaram বঁটা লাভ কৰিছে ?

ক) এম. পদ্মকুমাৰ

খ) কে পি নন্দকুমাৰ

গ) ভি এ শ্রীকুমাৰ মেনন

ঘ) উন্নি মেনন

= কে পি নন্দকুমাৰ

 

৬) ভাৰতৰ কোনজন বলুকা শিল্পীয়ে ২০১৯ বর্ষৰ ইটালীয়ান গল্ডেন আর্ট এৱার্ড লাভ কৰিছে ?

ক) মনিষা সাৰংকাৰ

খ) ধনৰাজ শ্বেল্কে

গ) সুদর্শন পাটনায়ক

ঘ) নিতিশ ভাৰতী

= সুদর্শন পাটনায়ক

 

৭) মধ্যপ্রদেশ চৰকাৰে শিখ মিউজিয়াম আৰু গৱেষণা কেন্দ্র ক’ত স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ?

ক) ভূপাল

খ) জবলপুৰ

গ) ইন্দোৰ

ঘ) গোৱালিয়ৰ

=জবলপুৰ

 

৮ ) ভাৰত-ফ্রান্সৰ যুটীয়া সামৰিক অনুশীলন ” শক্তি-২০১৯” ক’ত হৈছিল ?

ক) উদয়পুৰ

খ) যোধপুৰ

গ) বিকানীৰ

ঘ) জয়পুৰ

=বিকানীৰ

 

৯) ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে “প্লাষ্টিকৰ বিনিময়ত আহাৰ” পদক্ষেপ গ্রহণ কৰিছে ?

ক) তামিলনাডু

খ) উৰিষ্যা

গ) ঝাৰখণ্ড

ঘ) পশ্চিমবংগ

=উৰিষ্যা

 

১০) বিখ্যাত অভিনেতা, কমেডিয়ান জন উইদাৰস্পন কোন দেশৰ আছিল ?

ক) আমেৰিকা

খ) ফ্রান্স

গ) জাপান

ঘ) চীন

=আমেৰিকা

Leave a Comment

error: Warning, you aare not allowed to copy this element