Join Assam Study Centre Channel

Daily G.K. Series, 6th November

১) ৰাষ্ট্রীয় কীর্তিচিহ্ন কতৃপক্ষ ( National Monuments Authority)ৰ সভাপতিক কোনে নির্বাচন কৰে ?

ক) ৰাষ্ট্রপতি

খ) প্রধানমন্ত্রী

গ) সাংস্কৃতিক মন্ত্রণালয়

ঘ)  কেবিনেটৰ নিয়োগ সমিটিয়ে

= ৰাষ্ট্রপতিয়ে

২) Qila Rai Pithora তলৰ কোনখন চহৰত অৱস্থিত ?

ক) আগ্রা

খ) নিউ দিল্লী

গ) জয়পুৰ

ঘ) আজমীৰ

= নিউ  দিল্লী

৩) তলত উল্লেখ কৰা কাক দ্বিতীয় বৌদ্ধ বুলি কোৱা হয় ?

ক) পদ্মসম্ভব

খ) অভেলোকিতেশ্বৰ

গ) মৈত্র্যেয়

ঘ)মহাস্থাম্রপ্রতাপ

= পদ্মসম্ভব

৪) কিমান চনত দাদা চাহেব ফাল্কে বঁটা আৰম্ভ হৈছিল ?

ক) ১৯৬৩

খ) ১৯৬৫

গ) ১৯৬৭

ঘ) ১৯৬৯

=১৯৬৯

৫) প্রত্যেক বছৰে পবিত্র ৰমজান মাহ পূর্বৰ বছৰৰ কিমানদিনৰ আগত আৰম্ভ হয়?

ক)  ১১ দিন আগত

খ)  ১১ দিন পাছত

গ) ১৭ দিন আগত

ঘ) ১৭ দিনৰ পাছত

= ১১ দিন আগত

৬) Singhe Khababs উৎসৱ তলৰ কোনখন ৰাজ্যত উদ্‌যাপন কৰা হয় ?

ক) জম্মু কাশ্মীৰ

খ) হিমাচল প্রদেশ

গ) পঞ্জাৱ

ঘ) উত্তৰাখণ্ড

= জম্মু কাশ্মীৰ

৭) জাপানীজ আর্ট Ikebana তলৰ কোনটো বিষয়ৰ লগত জড়িত ?

ক) ফুলৰ সজ্জা

খ) দেৱাল অংকণ

গ) দলীয় নৃত্য

ঘ) স্থাপত্য

= ফুলৰ সজ্জা

৮ ) ভগত আন্দোলন তলৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত ?

ক) বিৰহৰ

খ) ভীল

গ) চাণ্টাল

ঘ) ক’ল

= ভীল

৯) এলিফেণ্টা গুহা তলৰ কোনটো শাসকীয় বংশৰ লগত জড়িত ?

ক) Chalukyas

খ) Cholas

গ) Rasthrakutas

ঘ) Pallavas

= Rasthrakutas

১০) Central Institute of Indian Languages ক’ত অৱস্থিত ?

ক) বাংগালোৰ

খ) মাইচৰ

গ) ভূপাল

ঘ) লক্ষ্মৌ

= মাইচৰ

Leave a Comment

error: Warning, you aare not allowed to copy this element