Join Assam Study Centre Channel

Daily G.K. Series

১) Clouded Leopard National Park ক’ত অৱস্থিত ?
ক) জম্মু কাশ্মীৰ
খ) উত্তৰাখণ্ড
গ) চিকিম
ঘ) ত্রিপুৰা

= ত্রিপুৰা

 

২) ফ্লেমিংগো উৎসৱ ভাৰতৰ ক’ত অনুষ্ঠিত কৰা হয় ?
ক) অন্ধ্রপ্রদেশ
খ) কর্ণাটক
গ) কেৰেলা
ঘ) বিহাৰ

= অন্ধ্রপ্রদেশ

 

৩) তলৰ কোনটো চনত টাইটানিক জাহাহ ডুব গৈছিল ?
ক) ১৯১১
খ) ১৯১২
গ) ১৯১৩
ঘ) ১৯১৪

=১৯১২

 

৪) ১৮৫৭ চনৰ ১১ মে তাৰিখে তলৰ কোনটো ঐতিহাসিক ঘটনা ভাৰতত সংঘটিত হৈছিল ?
ক) ৰাণী লক্ষ্মীবাঈৰ সিংহাসঞ্চ্যুত
খ) ভাৰতীয় বিপ্লৱীসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা দিল্লী দখল কৰিছিল
গ) বৃটিছ ভাৰতত ৬ খন বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল
ঘ) মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিল

= ভাৰতীয় বিপ্লৱীসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা দিল্লী দখল কৰিছিল

 

৫) ৰাজহুৱা স্থানত ধুমপান কৰাটো নিষিদ্ধ কৰা আমেৰিকাৰ প্রথম ৰাজ্যখনৰ নাম কি ?
ক) মণ্টেনা
খ) কলৰা্ডো
গ) কেলিফর্ণিয়া
ঘ) মাইনচটা

= মাইনচটা

 

৬) Chloramphenicol কি ?
ক) ই এটা এণ্টিবায়টিক
খ) ই এটা এণ্টিচেপটিক
গ) ই এটা এণ্টিএচিড
ঘ) ই এটা এনেলগেছিক

= ই এটা এণ্টিবায়টিক

 

৭) তলত উল্লেখ কৰা কৰা কোনটো ঘটনাৰ বাবে বাল গংগা্ধৰ তিলকক ১৯০৮ চনত আটক কৰা হৈছিল ?
ক) ডগলাচৰ হত্যাৰ বাবে
খ) ৰাষ্ট্রদ্রোহ
গ) নিষিদ্ধ সংগঠন গঠনৰ বাবে
ঘ) হিংসাত্মক ঘটনাক উচতনি দিয়াৰ বাবে

= ৰাষ্ট্রদ্রোহ

 

৮ ) চীনৰ প্রাচীৰ তলৰ কোনজন শাসকে নির্মাণ কৰিছিল ?
ক) পেন চাও
খ) পু য়ি
গ) ৱাং চ্যু চি
ঘ) কিন চি হোৱাং

= কিন চি হোৱাং

 

৯) জম্মু কাশ্মীৰৰ পাম্পুৰ ক্ষেত্র( Wuder বুলি জনাজাত) তলৰ কিহৰ বাবে বিখ্যাত ?
ক) আপেল
খ) পর্যটন
গ) স্কেটিং
ঘ) কেশৰ

= কেশৰ

 

১০) ভাৰতীয় বন সেৱা কিমান চনত স্থাপিত হৈছিল ?
ক) ১ জুলাই ১৯৬৮
খ) ১ জুলাই ১৯৬৬
গ) ১ জুলাই ১৯৬৫
ঘ) ১ জুলাই ১৯৬৭

= ১ জুলাই ১৯৬৬

Leave a Comment

error: Warning, you aare not allowed to copy this element