Join Assam Study Centre Channel

Assam General Knowledge for TET and other competitive examination 2019


Assam General Knowledge for TET and other competitive examination 2019

Assam Study Centre bring a series of General Knowledge for the aspirants of various competitive examinations. In this series we bring out Assam General Knowledge for TET and other competitive examination 2019 to the candidates who are planning to appear in TET  Examination in 2019. These questions are prepared by various experts of different fields.

While preparing these questions we keep in mind about the probable questions along with their answers for upcoming TET Examination 2019. Total 100 numbers of questions with their answers are given here. You can download these questions in PDF format also.


Why Assam General Knowledge for TET and other competitive examination 2019 ?

Assam Study Centre is doing very hard work in preparation of these questions. These are prepared by various experts of different subjects. Each and every importance is given in preparation of these questions. We strongly believe that many questions may come in the examinations from these questions. All are checked and verified by the experts.
How to Download Assam General Knowledge for TET and other competitive examination 2019 ?

To download these questions in PDF format just click the link given at the end of the questions. The questions ans answers are prepared in local Assamese language so that one can easily understood..
Assam General Knowledge for TET and other               competitive examination 2019


১) কিমান চনত ভাৰতত পৰিৱেশ সুৰক্ষা আইন বলবৎ কৰা হয় ?
= ১৯৮৬ চনত

২) কোনখন নদীৰ অৱবাহিকাক সিংহৰ মুখ বুলি কোৱা হয় ?
= সিন্ধু নদী

৩) “মোক পৃথিবীৰ বাহিৰত থিয় হবলৈ এডোখৰ ঠাই দিয়া, মই পৃথিবীখন ডাঙি ধৰিম”- কোনে কৈছিল ?
=আর্কিমিডিছে

৪) নির্জন মহাদেশ বুলি কাক কোৱা হয় ?
= এণ্টাকর্টিকাক

৫) পৰুৱা সম্পর্কে গৱেষণা চলোৱা শক্তিৰ নাম লিখা ।
= মার্মিকলজী

৬) অগ্নি নির্বাপকত ব্যবহাৰ কৰা গেছবিধৰ নাম কি?
=কার্বন ডাই অক্সাইড

৭) জিম কৰবেট ৰাষ্ট্রীয় উদ্যান ক’ত অবস্থিত ?
= উত্তৰাখণ্ডত

৮ ) “হাজাৰ হৃদৰ দেশ” বুলি কোনখন দেশক কোৱা হয় ?
= ফিনলেণ্ডক

৯) কিমান তাৰিখে বিশ্ব জনসংখ্যা দিৱস উদ্‌যাপন কৰা হয় ?
= ১১ জুলাই

১০) বতৰ অধ্যয়নকাৰী সকলক কি বুলি কোৱা হয় ?
= মেটিঅৰজিষ্ট

১১) চিপকো আন্দোলনে কি বিষয়ত বাধা দিছিল ?
= গছ কটা

১২) পৰিৱেশ অধ্যয়ন বিষয়টো উচ্চতম ন্যায়ালয়ে কেতিয়াৰ পৰা শৈক্ষিক শিতানত বাধ্যতামুলক কৰে ?
= ১৯৯১ চনত

১৩) বহনক্ষম বিকাশৰ বিশ্ব সন্মিলন কিমান চনত অনুষ্ঠিত হৈছিল ?
= ২০০২ চনত

১৪)প্রকৃতিৰ হাওঁফাওঁ বুলিলে কাক বুজায় ?
= অৰণ্যক

১৫) প্রকৃতিৰ বৃক্ক বুলিলে কাক বুজায় ?
= জলাশয়

১৬) ভূ-গর্ভৰ পানীত নাইট্রজেনৰ পৰিমান ২৫ mgil তকৈ অধিক হলে দেখা দিয়া শাৰীৰিক বিকাৰটোৰ নাম কি ?
= Blue Baby Syndrome

১৭) বৰষুণৰ ওপৰত ভিত্তি কৰি ভাৰতক মুঠতে কেইটা জল্বায়িক অঞ্চলত ভাগ কৰা হৈছে ?
= চাৰিটা

১৮) দীর্ঘকাল চলি থকা তুষাৰ ধুমুহাজাকক কি বুলি কোৱা হয় ?
= ব্লিজার্ভ

১৯) কিমান চনত ভাৰতত উদাৰ অর্থনীতি গ্রহণ কৰা হৈছিল ?
= ১৯৯১-৯২ চনত

২০) ভাৰতত কিমান চনত আকাশী পৰিবহণ ব্যবস্থা আৰম্ভ হৈছিল ?
= ১৯২০ চনত

২১) ভাৰতত আন্তঃৰাষ্ট্রীয় বিমান প্রাধিকৰণ কিমান চনত প্রতিষ্ঠা হৈছিল ?
= ১৯৭২ চনত

২২) ভাৰতত পৱন হংস হেলিকপ্তাৰ সেৱা কিমান চনত মুকলি হৈছিল ?
= ১৯৮৫ চনত

২৩) নগৰীকৰণত আটাইতকৈ নিম্ন স্থানত থকা অসমৰ জিলাখনৰ নাম কি?
= বাক্সা

২৪) কিমান চনত ভাৰতৰ ১৪ বেংক ৰাষ্ট্রীয়কৰণ কৰা হৈছিল ?
= ১৯৬৯ চনত

২৫) অসম গ্রামীন বেংক কিমান চনত গঠন হৈছিল ?
= ২০০৬ চনত

২৬) উত্তৰ পুব উন্নয়ন নিগম কিমান চনত স্থাপন হৈছিল ?
= ১৯৯৬ চনত

২৭) মহেঞ্জোদাৰোত পোৱা আটাইতকৈ ডাঙৰ ঘৰটোৰ নাম কি ?
= বৃহৎ ভঁৰাল

২৮) হৰপ্পা কোন যুগৰ সভ্যতা ?
= ব্রঞ্জ যুগৰ

২৯) হৰপ্পা সভ্যতাত মৃতকৰ সৎকাৰ পদ্ধতি কেইটা আছিল ?
= ৩ টা

৩০)ঋকবেদৰ কোনটো মণ্ডলত চাৰি জাতিৰ উৎপত্তিৰ বিষয়ে উল্লেখ আছে ?
= ১০ মণ্ডল

শুদ্ধ উত্তৰ বাচি উলিওৱা

৩১) হৰপ্পা সভ্যতা প্রধানকৈ ব্যাপ্তি আছিল-

ক) পঞ্জাব, ৰাজস্থান, গুজৰাট
খ) পঞ্জাব, ৰাজস্থান, উত্তৰপ্রদেশ
গ) হাৰিয়ানা, ৰাজস্থান, দিল্লী
 = ক

৩২) হৰপ্পা সভ্যতাৰ বিশেষত্ব –

ক) নগৰকেন্দ্রিক সভ্যতা
খ) পৰিবেশ সুৰক্ষা
গ) ব্যবসায় বাণিজ্যত দক্ষতা
= ক

৩৩) হৰপ্পাৰ চীল মোহৰ পোৱা গৈছে-

ক) চিৰিয়াত
খ) ওমান
গ) মেচোপটেমিয়া
= গ

৩৪) হৰপ্পা সভ্যতাৰ প্রধান শাসক আছিল –

ক) ৰাজন
খ) গণসংঘ
গ) এটাও নহয়
= গ

৩৫) তাম্রী সংস্কৃতি বিকাশ হৈছিল –

ক) কচ্চ
খ) আফগানিস্তান
গ) সিন্ধ
= গ

৩৬) মহেঞ্জেদাৰো শব্দৰ অর্থ  হৈছে-

ক) ব্যবসায়ী চহৰ
খ) পৰিস্কাৰ চহৰ
গ) মৃতকৰ চহৰ
= গ

৩৭) হৰপ্পা সভ্যতাৰ নগৰ চহৰবোৰ –

ক) ত্রিভুজ আকৃতিৰ
খ) সমকোণী
গ) মেল খোৱা আছিল
= খ

৩৮) হৰপ্পা সভ্যতাত কৰ পৰিশোধ কৰা হৈছিল –

ক) অর্থৰে
খ) কর্মেৰে
গ) শস্যৰে
= গ

৩৯) বেছিকৈ উদ্ধাৰ কৰা হৰপ্পাৰ চীল মোহৰ বোৰ-

ক) চাৰিচুকীয়া
খ) ত্রিভুজাকৃতিৰ
গ) দীঘলীয়া
= ক

৪০) তলত দিয়া কোনটো পোৰা মাটিৰে নির্মিত আটাইতকৈ ডাঙৰ হৰপ্পা সভ্যতাৰ ভিতৰত –

ক) স্নানাগাৰ
খ) শস্যৰ ভঁড়াল
গ) লোথাল জাহাজ ঘাট
= গ

৪১) হৰপ্পা সভ্যতাৰ অধিবাসীসকলে কপাৰ সংগ্রহ কৰিছিল –

ক) বেলুচিস্তান
খ) মেচোপটেমিয়া
গ) ফেনী খনিৰ
= গ

৪২) হৰপ্পা সভ্যতাত অধিবাসীসকলৰ মুখ্য খাদ্য আছিল –

ক) আটা
খ) চাউল
গ) বার্লি
= ক

৪৩) তলৰ কোনটো ধাতু হৰপ্পা সভ্যতাৰ অধিবাসীসকলে ব্যবহাৰ কৰা নাছিল ?

ক) তাম
খ) সোণ, তাম
গ) লো, টিন
= গ

৪৪) তলৰ কোনটো খনন ক্ষেত্রই চাউল উদ্ধাৰৰ তথ্য দিছে –

ক) কালিবাগান
খ) লো থাল
গ) হৰপ্পা
= খ

৪৫) তলত দিয়া জীৱজন্তু সমুহৰ কোনটো জন্তু হৰপ্পা সভ্যতাৰ চীলমোহৰ আৰু টেৰাকটাত নাই ?

ক) ঘোঁৰা
খ) হৰিণ
গ) বাঘ
= ক
৪৬) বিখ্যাত বাক্য – “যুদ্ধ মানুহৰ মনৰ পৰা উৎপন্ন হয়”- কত উল্লেখ আছে ?

ক) ঋকবেদ
খ) সামবেদ
গ) অর্থবেদ
= গ

৪৭) ঋকবেদৰ নৱম মণ্ডল উৎসগীকৃত কৰা হৈছে –

ক) সোম
খ) অগ্নি
গ) ইন্দ্র
= ক

৪৮) বিখ্যাত গায়ত্রী মন্ত্র কোনখন পুথিত উল্লেখ আছে ?

ক) বৃহদাৰণ্য উপনিষদ
খ) ঋকবেদ সংহিতা
গ) অর্থবেদ সংহিতা
= খ

৪৯) আর্যসকলে হিন্দুকুশ পাৰ হৈ ভাৰতত প্রবেশ কৰিছিল –
ক) পঞ্জাবেদি
খ) আফগানিস্তানেদি
গ) ইৰাণেদি
= খ

৫০) শ্রুতি সাহিত্য অন্তঃভূক্ত নহয় –

ক) বেদাংগ
খ) ব্রাহ্মণ
গ) উপনিষদ
= গ

৫১) প্রথম জনজাতি সভা আছিল –

ক) গণ
খ) বিধাতা
গ) সমিতি
= গ

৫২) “গোত্র”ৰ উল্লেখ পথমবাৰৰ বাবে পোৱা যায় –

ক) সামবেদ
খ) অর্থবেদ
গ) ঋকবেদ
= খ

৫৩) গায়ত্রী মন্ত্র উৎসগা কৰা হৈছে –

ক) সাবিত্রী
খ) সোম
গ) সুর্য
= ক

৫৪) স্বত্ব বিলোপ নীতি কোনে প্রৱর্তন কৰিছিল ?

ক) লর্ড কেনিং
খ) লর্ড ডেলহাউচি
গ) লর্ড মেকেঞ্জী
= খ

৫৫) চিপাহী বিদ্রোহ শব্দটো প্রথম ব্যবহাৰ কৰিছিল –

ক) লর্ড কেনিং
খ) আর্ল ষ্টেনলী
গ) পি চি ৰবার্টচ
= খ

৫৬) চিৰস্থায়ী বন্দবস্ত চিপাহী বিদ্রোহৰ-

ক) প্রকৃত কাৰণ আছিল
খ) তাৎক্ষণিক কাৰণ আছিল
গ) অর্থনৈতিক কাৰণ আছিল
=গ

৫৭) আত্মীয় সভা নামৰ অনুষ্ঠানটোৰ জন্ম দিছিল –

ক) ৰাজা ৰামমোহন ৰায়
খ) দ্ব্বাৰকানাথ ঠাকুৰ
গ) ইশ্বৰচন্দ্র বিদ্যাসাগৰ
= ক

৫৮) তত্ববোধিনী সভাৰ জন্ম দিছিল –

ক) দেবেন্দ্র নাথ ঠাকুৰ
খ) পৰমহংস
গ) ইশ্বৰচন্দ্র বিদ্যাসাগৰ
= ক

৫৯) ভিভিয়েন ডিৰেজিও আছিল-

ক) ইয়ং বেংগলৰ নেতা
খ) ব্রাহ্ম সমাজৰ নেতা
গ) আর্য সমাজৰ নেতা
= ক

৬০) আর্য সমাজ প্রতিষ্ঠা কৰিছিল-

ক) ৰামমোহন ৰায়
খ) দয়ানন্দ সৰস্বতী
গ) ইশ্বৰচন্দ্র বিদ্যাসাগৰ

= খ

৬১) ভাৰতৰ সর্বমুঠ স্থলপথৰ দুৰত্ব হৈছে-

ক) ৩০.১ লাখ কি.মি.
খ) ৩২.১ লাখ কি.মি.
গ) ৩৩.১ লাখ কি.মি.
= গ

৬২) তলৰ কোনটো পথক ৰাষ্ট্রীয় পথ ১ নামে জনা যায় ?

ক) দিল্লী-কলিকতা
খ) অমৃতচৰ-দিল্লী
গ) দিল্লী-চেন্নাই
= খ

৬৩) ভাৰতৰ সীমান্ত পথ সংস্থা কিমান চনত গঠন হৈছিল ?

ক) ১৯৪৭ চনত
খ) ১৯৬০ চনত
গ) ১৯৫২ চনত
= খ

৬৪) লাডাখত থকা ভাৰতৰ সর্বোচ্চ সীমান্ত পথছোৱাৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা হৈছে-

ক) ৪২৭০ মিটাৰ
খ) ৫২৭০ মিটাৰ
গ) ৫৩৬০ মিটাৰ
=ক

৬৫) প্রতি ১০০ বর্গ কিলোমিটাৰত অসমত পথৰ ঘনত্ব হৈছে-

ক) ১০৯.২৬ কি.মি.
খ) ২০৯.২৬ কি.মি.
গ) ১০১.২৫ কি.মি.
= ক

৬৬) ভাৰতত প্রথম কিমান চনত যাত্রীবাহী ৰেল চলাচল আৰম্ভ হৈছিল ?

ক) ১৯৫৩ চনত
খ) ১৮৫৩ চনত
গ) ১৯১৮ চনত
= খ

৬৭) ভাৰতীয় ৰেলক কিমানটা মণ্ডলত ভাগ কৰা হৈছে ?

ক) ১৬ টা
খ) ১৮ টা
গ) ২২ টা
= ক

৬৮) ডিব্রুগড়ৰ পৰা কন্যাকুমাৰীলৈ চলাচল কৰা ‘বিবেক এক্সপ্রেছ’ নামৰ ৰেলগাড়ীখন প্রথম যাত্রা আৰম্ভ কৰিছিল –

ক) ২০১১, ১ ডিচেম্বৰ
খ) ২০১১, ১৯ নবেম্বৰ
গ) ২০১২, ১৯ জানুৱাৰী
= খ

৬৯) ভাৰতীয় ৰেল মন্ত্রণালয়ে INTEGRATED SECURITY SYSTEM ৰ যোগেদি দেশৰ কিমানটা ৰেল ষ্টেচনক প্রাথমিক স্তৰত অধিক নিৰাপত্তাৰ বাবে সামৰি লৈছে ?

ক) ২০২ তা
খ) ১০৫ টা
গ) ৩০০ টা
= ক

৭০) কোন দুটা ষ্টেচনৰ মাজত ভাৰতৰ প্রথমখন দুমহলীয়া বাতানুকুল ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছিল ?

ক) হাওৰা-ধানবাদ
খ) মুম্বাই-দিল্লী
গ) হাওৰা-দিল্লী
= ক

৭১) অসমৰ নাহৰকটীয়া তৈলক্ষেত্রক কোনটো শোধনাগাৰাৰে সংযোগ কৰা হৈছে ?

ক) বঙাইগাওঁ
খ) বাৰাউনী
গ) কোয়ালি
= খ

৭২) নুমলীগড় শোধনাগাৰৰ পৰা শিলিগুৰিলৈ সংযোজিত নলিকাপথৰ দৈঘ্য হৈছে-

ক) ৬৬০ কি.মি.
খ) ৫২০ কি.মি.
গ) ৮৬০ কি.মি.
=ক

৭৩) আভ্যন্তৰীণ জল-পৰিবহণ প্রাধিকৰণ কিমান চনত গঠন হৈছিল ?

ক) ১৯৬৮ চনত
খ) ১৯৮৬ চনত
গ) ১৯৭৮ চনত
= খ

৭৪) ভাৰতৰ উপকুলত কিমানটা বৃহৎ বন্দৰ আছে ?

ক) ১২ টা
খ) ১৪ টা
গ) ১৮ টা
= ক

৭৫)  ভাৰতত কিমানটা আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ আছে ?

ক) ১০ টা
খ) ১২ টা
গ) ১৪ টা
= খ

৭৬) ভাৰতত সর্বমুঠ কিমানটা বিমানকোঠ আছে ?

ক) ১০১ টা
খ) ১২৬ টা
গ)  ২২৬ টা
= খ

৭৭) অসমৰ শ্রীৰামপুৰৰ পৰা ডিব্রুগড়লৈ থকা মূখ্য ৰেলপথটোৰ দৈঘ্য হৈছে-

ক) ৭৯৫ কি.মি.
খ) ৭৫৯ কি.মি.
গ) ৮৫৯ কি.মি.
= ক

৭৮) অসমত সর্বমুঠ কিমান্টা অসামৰিক বিমানবন্দৰ আছে ?

ক) ৫ টা
খ) ৬ টা
গ) ৭ টা
= খ

৭৯) তলৰ কোনটো অসামৰিক বিমানবন্দৰ নহয় ?

ক) মোহনবাৰী
খ) দিনজান
গ) লীলাবাৰী
= খ

৮০) কার্বি আংলং জিলাত অৱস্থিত ধনশিৰী আৰু কপিলী নদীৰ মাজত থকা উচ্চভুমি খণ্ডটো হৈছে-

ক) স্তুপ পর্বত
খ) ভংগীল পর্বত
গ) নদীৰ অবক্ষেপ
= খ

৮১) ব্রহ্মপুত্র ক্রেকাৰ আৰু পলিমাৰ উদ্যোগ কাৰ লগত জড়িত ?

ক) Assam Gas Company Limited
খ) নুমলীগড় শোধনাগাৰ
গ) Assam Gas Cracker Project
=

৮২) অসমৰ তলৰ কোনখন ঠাইত বার্ষিক বৃষ্টিপাত আটাইতকৈ কম ?

ক) ডিব্রুগড়
খ) লামডিং
গ) শিলচৰ
= খ

৮৩) অসমৰ চাৰিসীমাত থকা ব্রহ্মপুত্রৰ উল্লেখযোগ্য উপনৈৰ সংখ্যা হৈছে-

ক) ৯০ খন
খ) ১১০ খন
গ) ৫৭ খন
= ক

৮৪) তলত উল্লেখ কৰা ব্রহ্মপুত্রৰ কোনখন উপনৈ হিমালয়ভেদী শ্রেণীভুক্ত নহয় ?

ক) মানাহ
খ) বুঢ়ীদিহিং
গ) সোণকোষ
= খ

৮৫) তলৰ কোনখন নদী ব্রহ্মপুত্রৰ পোনপটীয়া উপ-নদীৰ পৰিবর্তে এখন প্রধান উপ-নদী ?

ক) চম্পাৱতী
খ) দৈয়াং
গ) জাঁজী
=খ

৮৬) ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত-

ক) ৩৭২ জন
খ) ৩৮২ জন
গ) ৩৯২ জন
= খ

৮৭) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সর্বাধিক ?

ক) নগাঁও
খ) ধুবুৰী
গ) মৰিগাঁও
= খ

৮৮) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সর্বনিম্ন ?

ক) কোকৰাঝাৰ
খ) যোৰহাট
গ) দৰং
= ক

৮৯) ২০১১ চনৰ লোকপিয়ল মতে অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে –

ক) ১৭.৬৪ %
খ) ১৬.৯৩ %
গ) ১৮.২৪ %
= খ

৯০) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ গ্রাম্য জনসংখ্যাৰ হাৰ হৈছে-

ক) ৭৫.৯৪ %
খ) ৮৫.৯২ %
গ) ৮০.৯২ %
= খ

৯১) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ চহৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ হৈছে-

ক) ১৪.০৮ %
খ) ১৩.০৮ %
গ) ১২.০৮ %
= ক

৯২) লো উৎপাদনত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰত –

ক) প্রথম
খ) তৃতীয়
গ) পঞ্চম
= গ

৯৩) ভাৰতৰ কোনখন নদী নৌ পৰিবহণৰ বাবে প্রশস্ত ?

ক) গংগা
খ) গোদাবৰী
গ) নর্মদা
= ক

৯৪) ভাৰতৰ পুৰণি তেল শোধনাগাৰটো হৈছে-

ক) নুনমাটি তেল শোধনাগাৰ
খ) ডিগবৈ তেল শোধনাগাৰ
গ) বাৰাউনী তেল শোধনাগাৰ
= খ

৯৫) অৰুণাচল প্রদেশৰ জনবসতিৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত-

ক) ৪ জন
খ) ১৭ জন
গ) ২০ জন
= খ

৯৬) মেঘালয়ৰ মৌচিনৰা্মত বছৰি কিমান ছেণ্টিমিটাৰ বৰষুণ হয় ?

ক) ৭৫০ চেঃমিঃ
খ) ১২৫০ চেঃমিঃ
গ) ৬৫০ চেঃমিঃ
= খ

৯৭) দক্ষিণ-পশ্চিম মৌচুমী বতাহ_____________ সাগৰৰ ওপৰেদি প্রৱাহিত হয় ।

ক) আৰব সাগৰ
খ) প্রশান্ত মহাসাগৰ
গ) বংগ উপসাগৰ
= ক

৯৮) বর্তমান ভাৰতৰ কোনখন মহানগৰত জনসংখ্যা বেছি ?

ক) মুম্বাই
খ) কলকাতা
গ) চেন্নাই
= ক

৯৯) বর্তমান ভাৰতত কিমানটা তেল শোধনাগাৰ আছে ?

ক) ১০ টা
খ) ১২ টা
গ) ১৮ টা
= গ

১০০) ভাৰতৰ কোনখন ৰাজ্যত প্রথম সেউজ বিপ্লবৰ সুচনা হৈছিল ?

ক) পশ্চিমবংগ
খ) পঞ্জাব
গ) বিহাৰত

= খ


You can download these questions in PDF format also. To download Assam General Knowledge for TET and other competitive examination 2019 in PDF format click here.




Leave a Comment

error: Warning, you aare not allowed to copy this element