Join Assam Study Centre Channel

General Knowledge for Assam UP, LP TET Examination 2019

General Knowledge for Assam UP, LP TET Examination 2019

Assam Government declared to conduct TET examination for Lower Primary and Upper Primary level in this year 2019. Already the syllabus and the time schedule of the examination is declared by the Education Department of Assam.
So it is high time to prepare for this examination who are planning to appear in the examination. To help the students we Assam Study Centre forwarded a series of Questions along with Answers for upcoming Assam TET Examination. Here we placed 100 numbers of questions with answers on General Knowledge for Assam UP, LP TET Examination 2019, Hope you all get benefit by these questions.

Why General Knowledge for Assam UP, LP TET Examination 2019 ?

Assam Study Centre  is a pioneer institution in online sector consists of various experts in different fields. We prepared a set of professional questions along with answers to help the students. Almost all the previous year questions are placed here. Also many important questions from CTET Examination are solved here. We strongly believe that those who are planning to appear in the upcoming Assam TET Examination for both LP and UP  will be able to crack the examination by studying these questions.

How to download General Knowledge for Assam UP, LP TET Examination 2019 ?

To help the students we also made a PDF file of these questions in Assamese language. You can download this PDF file and save it in your PC and Mobile. To download General Knowledge for Assam UP, LP TET Examination 2019, Just click the link given at the end of the questions and save it accordingly.
General Knowledge for Assam UP, LP TET Examination 2019


সাধাৰণ জ্ঞান প্রশ্নোত্তৰ সহ

১) কিমান চনত ভাৰত-পাকিস্তানৰ মাজত কার্গিল যুদ্ধ হৈছিল ?
= ২০০১ চনত

২) ব্রহ্মপুত্র সমতলত ব্রহ্মপুত্রৰ কিমানখন ডাঙৰ উপনদী আছে ?
= ৪০ খন

৩) ভাৰতৰ কোনখন ৰাজ্যত লিংগৰাজ মন্দিৰ অবস্থিত ?
= উৰিষ্যাত

৪)  অসমৰ ক’ত চাহ গৱেষণা কেন্দ্র অবস্থিত ?
= টোকলাইত

৫) আয়ত্নৰ ক্ষেত্রত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি ?
= হাইলাকান্দি

৬) ব্রহ্মপুত্র উপত্যকাত কিমান চনৰ পৰা ৰেল চলাচল আৰম্ভ হৈছিল ?
= ১৮৮৪ চনৰ পৰা

৭) কোন নদীৰ পাৰত শ্রী নগৰ অবস্থিত ?
= ঝিলাম

৮ ) ভাৰত মহাসাগৰত অবস্থিত বিদেশি ৰাষ্ট্রখনৰ নাম কি ?
= মালদ্বীপ

৯) গুৱাহাটীৰ অক্ষাংশ কিমান ?
= ২৬˚ ১১ উত্তৰ

১০) ভাৰতৰ কোনখন ৰাজ্যত সুন্দৰী মন্দিৰ অবস্থিত ?
= ত্রিপুৰাত

১১) আয়তনৰ ফালৰ পৰা অসম ৰাজ্যখন ভাৰতৰ কিমান শতাংশ ?
= ২.৩৯ শতাংশ

১২) ভাৰতত হাতী প্রকল্প কিমান চনত আৰম্ভ হৈছিল ?
= ১৯৯২ চনত

১৩) ভাৰতীয় মান সময়ত গ্রীণহাউচ মান সময়তকৈ কিমান আগবঢ়া ?
= ৫ ঘণ্টা ৩০ মিনিট

১৪) গিবন হিচাপে কোনখন অভয়াৰণ্যক স্বীকৃতি দিয়া হৈছে ?
= হোলোঙাপাৰ

১৫) হীৰাঁকুদ নদী বান্ধ কোন ৰাজ্যত অবস্থিত ?
= উৰিষ্যাত

১৬) ভাৰতৰ ক্ষুদ্রতম ৰাজ্য কোনখন ?
= গোৱা

১৭) ভাৰতৰ আটাইতকৈ চুটি ‘ইব” (IB) নামৰ ৰেলষ্টেচন কোন ৰাজ্যত অবস্থিত ?
= উৰিষ্যাত

১৮) ভাৰতৰ শিল্প সমৃদ্ধ ৰাজ্যখন কি ?
= মহাৰাষ্ট্র

১৯) কিমান চনত ভাৰতত বন্যপ্রাণী আইন প্রৱর্তন কৰা হয় ?
= ১৯৭২ চনত

২০) অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অৰণ্যই আগুৰি আছে ?
= ২০.৬ শতাংশ

২১) অসমৰ সর্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন ?
= ডিমা হাচাও

২২) ভাৰতবর্ষৰ প্রথম প্রকাশিত বাতৰি কাকত খনৰ নাম কি ?
= বেংগল গেজেট

২৩) কিমান চনত অসমত চাহ কোম্পানী গঠন হৈছিল ?
= ১৮৩৯ চনত

২৪) কিমান চনত ভাৰতত প্রথম ইলেক্ট্রিক ৰেলৰ চলাচল আৰম্ভ হয় ?
= ১৯২৫ চনত

২৫) কিমান চনত চিকিম ভাৰতৰ লগত অন্তভূক্ত হয় ?
= ১৯৭৫ চনত

২৬) ভাৰতে কিমান চনত GATT চুক্তিত স্বাক্ষৰ কৰিছিল ?
= ১৯৯৪ চনত

২৭) ভূপাল গেছ দুর্ঘটনা কিমান চনত সংঘটিত হৈছিল ?
= ১৯৮৪ চনত

২৮) “ৰাণাগানডাম” সাৰ উদ্যোগ কত অবস্থিত ?
= অন্ধ্রপ্রদেশত

২৯) ৰাণা প্রতাপ সাগৰ পৰমাণু কেন্দ্র ভাৰতৰ কত অবস্থিত ?
= ৰাজস্থানত

৩০) লাক্ষাদ্বীপৰ ৰাজধানীৰ নাম কি ?
= কাৱাৰাহী

৩১) কার্জন পার্ক কোন স্থান আছে ?
= কর্ণাটকত

৩২) ভাৰতৰ উপকুল ৰেখাৰ দৈঘ্য কিমান ?
= ৭৫১৬ কিলোমিটাৰ

৩৩) অসমৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মাটিকালিৰ পৰিমাণ কিমান ?
= ৮৫৮.৯৮ বর্গ কিলোমিটাৰ

৩৪) ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ?
= উত্তৰপ্রদেশ

৩৫)  চান্দৰডিঙা এখন বিল নে নদী ?
= বিলৰ নাম

৩৬) কিমান চনত ভাৰতৰ মহাকাশ গৱেষণাৰ বাবে ৰাষ্ট্রীয় সমিতি গঠন হয় ?
= ১৯৬২ চনত

৩৭) ভাৰতৰ দীর্ঘতম নদীখনৰ নাম কি
= গংগা

৩৮) ভাৰতৰ প্রাথমিক উদ্যোগ বুলি কাক কোৱা হয় ?
= লো , তীখা উদ্যোগ

৩৯) “ৰামগিৰী” সোণৰ খনি কোন ৰাজ্যত অবস্থিত ?
= অন্ধ্রপ্রদেশত

৪০) “কোলাৰ” কিহৰ বাবে বিখ্যাত ?
= সোণৰ বাবে

৪১) কিমান চনত কাজিৰঙাক ৰাষ্ট্রীয় উদ্যানৰ মর্যাদা প্রদান কৰা হৈছে ?
= ১৯৭৪ চনত

৪২) ভাৰতৰ বর্তমান সর্বনিম্ন জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যখনৰ নাম কি ?
= কেৰালা

৪৩) কার্বি পাহাৰৰ সর্বোচ্চ শৃংগটোৰ নাম কি ?
= সিংহাসন পাহাৰ

৪৪) সমুদ্র পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান ?
= ৭৯.৫ মিটাৰ

৪৫) পশ্চিম আৰৱ সাগৰত পৰা ভাৰতৰ উল্লেখযোগ্য নদীখনৰ নাম কি ?
= নর্মদা  নদী

৪৬) থৰ মৰুভূমি কত অবস্থিত ?
= উত্তৰ ভাৰতৰ সমভুমিত

৪৭) কোন ৰেখাই ভাৰতক প্রায় সমানে দুভাগ কৰিছে ?
= কর্কট ক্রান্তি ৰেখাই

৪৮) চাহ উৎপাদনৰ ক্ষেত্রত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান ?
= প্রথম

৪৯) আন্দামান নিকোবৰ দ্বীপপুঞ্জ ক’ত অবস্থিত ?
= বংগোপ সাগৰত

৫০) অসমৰ কোনখন জিলাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান অবস্থিত ?
= গোলাঘট জিলাত

৫১) কিমান চনত ভাৰতত প্রথম ৰঙীন টেলিভিচন সেৱা আৰম্ভ হয় ?
= ১৯৮২ চনৰ ২৫ এপ্রিলত

৫২) ভাৰতৰ ৰাষ্ট্রীয় শিক্ষা পৰিষদত কোনে অধ্যক্ষতা কৰে ?
= কেন্দ্রীয় মানৱ সম্পদ মন্ত্রীয়ে

৫৩) অজন্তা গুহা ক’ত অবস্থিত ?
= মহাৰাষ্ট্রত

৫৪) চক্রশীলা অভয়াৰণ্য অসমৰ ক’ত অবস্থিত ?
= ধুবুৰীত

৫৫) ভাৰতীয় উদ্যোগসমুহৰ ভিতৰত শ্রেষ্ঠ উদ্যোগটোৰ নাম কি ?
=বস্ত্র উদ্যোগ

৫৬) কিমান চনত ৰাষ্ট্রীয় বননীতি ঘোষণা কৰা হৈছিল ?
= ১৯৫২ চনত

৫৭) অসমৰ মুঠ বনাঞ্চলৰ সংৰক্ষিত বনাঞ্চল কিমান আছে ?
= ৫৭.৪ শতাংশ

৫৮) ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্রথম তীখা উদ্যোগটো কত আছে ?
= ভিল্লাই ত

৫৯) ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্রায় কিমান শতাংশ বনাঞ্চলে আগুৰি আছে ?
= ২৩ শতাংশ

৬০) ভাৰতৰ জাতীয় আয়ৰ প্রথম গণনাকাৰী ব্যক্তিজন কোন আছিল ?
= দাদাভাই নৌৰজী

৬১) অসমৰ সর্বাধিক চাহ বাগিছা থকা জিলাখন কি ?
= ডিব্রুগড়

৬২) কিমান চনত B T A D গঠন হৈছিল ?
= ২০০৩ চনৰ ৩০ অক্টোবৰত

৬৩) অসমত কিমান চনত প্রথম ডাঙৰ ভূমিকম্প হৈছিল ?
= ১৯৫০ চনত

৬৪) অসমৰ ৰাজহুৱা খণ্ডত স্থাপিত হোৱা তেল শোধনাগাৰটোৰ নাম কি ?
= নুনমাটি তেল শোধনাগাৰ

৬৫) কিহে ভাৰতক শ্রীলংকাৰ পৰা পৃথক কৰিছে ?
= পক্‌প্রণালীয়ে

৬৬) এঘণ্টা সময়ৰ দ্রাঘিমাংশৰ পার্থক্য কিমান ?
= ১৫˚

৬৭) সুন্দৰবন ব-দ্বীপ কোনখন ৰাজ্যত আছে ?
= পশ্চিমবংগত

৬৮) অসমৰ মুঠ মাটিকালি কিমান ?
= ৭৮৪৩৮ বর্গ কিলোমিটাৰ

৬৯) ২০১১ চনৰ লোকপিয়ল স্বাধীনতাৰ পাছত ভাৰতৰ কিমান তম্‌ লোকপিয়ল ?
= সপ্তম

৭০) ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান ?
= ৬৫.৪৬ %

৭১) দণ্ডকাৰণ্য ক’ত অবস্থিত ?
= মধ্যভাৰতত

৭২) ভাৰতৰ কোনখন ৰাজ্যত মুঠ জনসনহখ্যাৰ পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক ?
= কেৰালা

৭৩) তাপ্তি নদীৰ উৎস স্থল কি ?
= মহাদেব পর্বত

৭৪) ভাৰতৰ কোনটো অঞ্চলত মৰাপাট কল অবস্থিত ?
= হুগলী উপত্যকাত

৭৫) ৰাজস্থানৰ সর্ববৃহৎ হ্রদটোৰ নাম কি ?
= সম্বৰ

৭৬) পাৰাদ্বীপ বন্দৰ ক’ত অবস্থিত ?
= উৰিষ্যাত

৭৭) ভাৰতৰ সর্ববৃহৎ মেংগানিজ উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি ?
= উৰিষ্যা

৭৮) ২০১১ চনৰ লোকপিয়ল মতে অসমত পুৰুষৰ বিপৰীতে প্রতি হাজাৰত মহিলাৰ অনুপাত কিমান ?
= ৯৫৮ গৰাকী

৭৯) ভাৰতৰ ধান উৎপাদনকাৰী প্রধান ৰাজ্য কি ?
= পশ্চিমবংগ

৮০) তুংগভদ্রা জলসিঞ্চন প্রকল্প কোনখন ৰাজ্যত অবস্থিত ?
=অন্ধ্রপ্রদেশত

৮১) কৃষ্ণৰাজা সাগৰ ক’ত অবস্থিত ?
= মহীশুৰত

৮২) ভাৰতৰ অধীনত থকা সর্বমুঠ দ্বীপৰ সংখ্যা কিমান ?
= ৫৩৭ টা

৮৩) মেংগানিজ উৎপাদনত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰত কিমান ?
= তৃতীয়

৮৪) কোনটো কোম্পানীয়ে নুমলীগড় তেল শোধনাগাৰ স্থাপনত অসম চৰকাৰক সহায় কৰিছিল ?
= INDO BURMA PETROLEUM COMPANY

৮৫) ভাৰতৰ সর্বাধিক চেনিকল ক’ত আছে ?
= উত্তৰ প্রদেশত

৮৬) ভাৰতৰ ক’লা মাটি অঞ্চল কি খেতিৰ বাবে বিখ্যাত ?
= কপাহ খেতি

৮৭) ভাৰতত বর্তমান কিমানটা নিউক্লিয় শক্তি কেন্দ্র আছে ?
= ৫ টা

৮৮) ‘মহাত্মা গান্ধী সেঁতু” কোন নদীৰ ওপৰত নির্মাণ কৰা হৈছিল ?
= গংগা

৮৯) ভাৰতৰ সর্বাধিক জনজাতীয় জনসংখ্যা কাৰ ?
= চাওতাল জনগোষ্ঠীৰ

৯০) প্রতি একক ক্ষেত্রফলৰ পৰা সর্বাধিক বনজ সম্পদ আহৰণ কৰা ৰাজ্যখনৰ নাম কি ?
= কেৰালা

৯১) ব্রহ্মপুত্র নদীৰ মুঠ দৈঘ্য কিমান ?
= ২৮৮০ কিলোমিটাৰ

৯২) ভাৰতৰ সর্বাধিক অনুসুচিত অধ্যুষিত ৰাজ্যখনৰ নাম কি ?
= মধ্যপ্রদেশ

৯৩)এলিফেণ্টা গুহা ভাৰতৰ কোন ৰাজ্যত অবস্থিত ?
= মহাৰাষ্ট্র

৯৪) কোন পর্বতমালাই কাশ্মীৰ উপত্যকাক সিন্ধু উপত্যকাৰ পৰা পৃথক কৰিছে ?
= হিমালয়

৯৫) গঙ্গা আৰু যমুনা নদীৰ সংগমস্থলক ক’ত আছে ?
= এলাহাবাদ

৯৬) গীৰ অৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত ?
= গুজৰাট

৯৭)  সপ্ত পাহাৰৰ মহানগৰ বুলি কাক জনা যায় ?
= ৰোম নগৰীক

৯৮) ভাৰতৰ কোনখন ৰাজ্যৰ ঔদ্যোগিক বিনিয়োগ আৰু উৎপাদন সর্বাধিক ?
= মহাৰাষ্ট্রৰ

৯৯) ভাৰতৰ কোনখন ৰাজ্যত কুঁহিয়াৰৰ উৎপাদন সর্বাধিক ?
= উত্তৰ প্রদেশত

১০০) বিশ্বৰ কোনখন দেশে সর্বাধিক চাহ উৎপাদন কৰে ?

= ভাৰতে 


To download these questions along with the answers in Assamese medium in PDF format click the link below.



Leave a Comment

error: Warning, you aare not allowed to copy this element