Helow Assam TET aspirants, in this Assam TET Solution Series-3 we are providing probable questions along with the answers so that you can prepare for upcoming Assam TET examination. Assam TET Solution Series will bring you thousands of questions and answers to you. So keep visiting to our blog to get the best of the best data from Assam TET Solution Series.
১৯) দিল্লী বিশ্ববিদ্যালয়ৰ ডাকযোগে দিয়া পাঠ্যক্রম আৰম্ভ হয়-
ক) ১৯৫২ চনত
খ) ১৯৫৭ চনত
গ) ১৯৫৫ চনত
ঘ) ১৯৮৪ চনত
উঃ ক
২০) Technology শব্দটো হৈছে –
ক) গ্রীক শব্দ
খ) ৰোমান শব্দ
গ) ইংৰাজী শব্দ
ঘ) লেটিন শব্দ
উঃ ক
২১) Computer শব্দটো হৈছে-
ক) লেটিন শব্দ
খ) গ্রীক শব্দ
গ) ৰোমান শব্দ
ঘ) ইংৰাজী শব্দ
উঃ ক
২২) কৈশোৰ কালত যৌনশক্তি অধিক সক্রিয় আৰু শক্তিশালী হৈ উঠে । এই যৌনশক্তিক কি বোলে ?
ক) সমকামিতা
খ) বিপৰীত লিংগকামিতা
গ) ক আৰু খ দুয়োটাই
ঘ) ওপৰৰ এটাও নহয়
উঃ খ
২৩) ভাৰতৰ কোনটো পর্যায়ত বাণিজ্য শিক্ষা আৰম্ভ হয় ?
ক) উচ্চতৰ পর্যায়ত
খ) মাধ্যমিক পর্যায়ত
গ) মধ্যমীয়া পর্যায়ত
ঘ) প্রাথমিক পর্যায়ত
উঃ খ
২৪) এজন ব্যক্তিক মানুহ হিচাপে গঢ় দিবলৈ উল্লেখযোগ্য অনুষ্ঠানটো-
ক) স্কুল
খ) গীর্জা
গ) পৰিয়াল
ঘ) সম্প্রদায়
উঃ ক
২৫) সৃষ্টিশীল শিক্ষক সেইজন, যিজনে-
ক) কাহিনী লিখে
খ) কবিতা লিখে
গ) পাঠ্যপুথিৰ বাবে প্রৱন্ধ লিখে
ঘ) শিশুৰ সৃষ্টিশীলতাৰ উন্নয়ন ঘটায়
উঃ ঘ
২৬) ছাত্র-ছাত্রীয়ে পঢ়াত মনোযোগ দিয়ে তেতিয়া-
ক) শিক্ষকে তেওঁলোকৰ লগত বন্ধুত্বমুলক ব্যবহাৰ কৰে
খ) তেওঁলোকে বিচৰা মতে শিক্ষকে তেওঁলোকক আৱশ্যকীয় জ্ঞান দিয়ে
গ) ভিডি অ প্রগেমৰ সৈতে শিক্ষকে শিকায়
ঘ) শিক্ষকে তেওঁলোকক কয় যে শিকিবৰ বাবে এইটো আবশ্যকীয়
উঃ ঘ
২৭) সংযোগ তত্ববাদ দাঙি ধৰিছিল-
ক) এডৱার্ড লি থর্ন্ডাইক
খ) ষ্টেনলি হ’ল
গ) দার্শনিক ফ্রোৱেল
ঘ) মার্গাৰেট মেক মিলান
উঃ ক
২৮) এডৱার্ড লি থর্নডাইকে সংযোগবাদ তত্বটো আগবঢ়াইছিল-
ক) ১৮৭৫-১৯৪০ চনত
খ) ১৮৭৪-১৯৪৯ চনত
গ) ১৮৭০-১৯৪০ চনত
ঘ) ১৮৬৪-১৯৩৯ চনত
উঃ খ
২৯) Animal Intelligence নামৰ কিতাপখন প্রকাশ পাইছিল-
ক) ১৮৯০ চনত
খ) ১৯০১ চনত
গ) ১৯১০ চনত
ঘ) ১৯১১ চনত
উঃ ঘ
৩০) শিক্ষা মনোবিজ্ঞানত পর্যবেক্ষণ পদ্ধতিৰ কোনটো আসোঁৱাহ নহয় ?
ক) এই পদ্ধতিৰ প্রাপ্ত তথ্যবিলাকৰ সমস্যা
খ) সম্পুর্ণ বস্তুনিষ্ঠ পদ্ধতি নহয়
গ) প্রশিক্ষণ প্রাপ্ত লোকৰ প্রয়োজন
ঘ) অভিজ্ঞ লোকৰ প্রয়োজন নহয়
উঃ ঘ
৩১) শিক্ষার্থী অপৰাধ প্রৱণ হোৱাৰ বাবে তলৰ কোনটো কাৰক জগৰীয়া নহয় ?
ক) পৰিৱেশজনিত কাৰণ
খ) পিতৃ-মাতৃৰ অৱহেলা
গ) নিৰাপত্তাৰ অভাব
ঘ) নিজৰ ভনীয়েকৰ অভাব
উঃ ঘ
৩২) তলৰ কোনটো বিদ্যালয়ৰ প্রধান কাম নহয় ?
ক) শিক্ষাদান
খ) জনসম্পর্ক ৰক্ষা
গ) শৈক্ষিক কার্যাৱলীৰ পৰিদর্শন
ঘ) পাঠ্যপুথি প্রণয়ন
উঃ ঘ
৩৩) ডেমনষ্ট্রেচন মানে কি ?
ক) কথিত প্রক্রিয়াৰে কোনো ঘটনাৰ উপস্থাপন
খ) লিখিত প্রক্রিয়াৰে কোনো ঘটনাৰ উপস্থাপন
গ) শিকণীয় সঁজুলিৰে কোনো ঘটনাৰ উপস্থাপন
ঘ) নিয়মিতভাবে কোনো ঘটনাৰ উপস্থাপন
উঃক
৩৪) ছাত্র-ছাত্রীয়ে সেইজন শিক্ষকক সন্মান কৰে, যিজন-
ক) যথেষ্ট চহকী
খ) অতি সৰল
গ) ভালদৰে পিন্ধা-মেলা কৰে
ঘ) তেওঁৰ বিষয় শিক্ষক
উঃ ঘ
৩৫) শিক্ষা দানৰ ক্ষেত্রত কেইলাৰ আচঁনিৰ কোনটো বৈশিষ্ট নহয় ?
ক) লিখা কামত গুৰুত্ব
খ) শিক্ষার্থীৰ ৰুচি অনুযায়ী শিক্ষা লাভৰ সুবিধা
গ) প্রশ্নোত্তৰত ভুল হ’লে শিক্ষকে আঙুলিয়াই দিয়ে
ঘ) লিখা কামত গুৰুত্ব কম
উঃ ঘ
৩৬)কেইলাৰ শিক্ষা আচঁনিৰ কোনটো সুফল নহয় ?
ক) শিক্ষার্থীয়ে বিষয়বস্তুৰ সম্পুর্ণ জ্ঞান আয়ত্ব কৰিব পাৰে
খ) শিক্ষার্থীয়ে নিজৰ সামর্থ অনুসৰি আগবাঢ়িব পাৰে
গ) জানিবলগীয়া কথাখিনি লিখিতভাবে পাব পাৰে
ঘ) মুখস্থ ৰখাৰ ভাল উপায়
উঃ ঘ
৩৭) মাধ্যমিক বিদ্যালয়ৰ পঞ্জীকৰণ কিমান চনৰ পৰা বাধ্যতামুলক কৰা হৈছিল ?
ক) ১৯২৫ চনত
খ) ১৯৬০ চনত
গ) ১৯০৪ চনত
ঘ) ১৯১০ চনত
উঃ গ
৩৮) তলৰ কোনটো আনবোৰৰ লগত নিমিলে ?
ক) সমাজ কল্যাণৰ বাবে শিক্ষা
খ) শিক্ষাৰ উদেশ্য হব লাগে
গ) ৰাজ্যৰ বাবে শিক্ষা
ঘ) স্ব-জ্ঞানৰ বাবে শিক্ষা
উঃ ঘ
৩৯) এজন আকর্ষণীয় শিক্ষক সেইজন-
ক) তেওঁ নিজৰ বিষয়ে জানে
খ) শিক্ষণ আকর্ষণীয়কৈ দিব পাৰে
গ) ছাত্র-ছাত্রীক অধিক গুৰুত্ব দিয়ে
ঘ) শ্রেণীত নিয়মানুবর্তিতা বজাই ৰাখে
উঃ খ
৪০) টিউটৰিয়েলত পোৱা সুবিধাটো হ’ল-
ক) ছাত্রজনে পুংখানুপুংখভাবে যিকোনো কথা খৰচি মাৰি আয়ত্ব কৰিব পাৰে
খ) পাঠ্যপুথিসমুহ স্কুল নগলেও শিকিব পাৰে
গ) পাঠ্যপুথিসমুহৰ বাবে স্কুলীয়া শিক্ষকৰ প্রয়োজন নহয়
ঘ) ছাত্রজনে যিকোনো কথা শিকিব পাৰে
উঃ ক
৪১) অনুবন্ধনবাদ মতবাদৰ স্রষ্টা হ’ল-
ক) পেভলভ
খ) ৰুছো
গ) জন ষ্টুৱার্ট
ঘ) ডাৰউইন
৪২) মাংস দেখিলে কুকুৰৰ জিভাৰ পানী পৰে । ইয়াৰ উদ্দীপকটো হ’ল-
ক) কুকুৰ
খ) জিভা
গ) মাংস
ঘ) খাদ্য
উঃ গ
৪৩) অনুবন্ধনবাদৰ মতে শিক্ষা হৈছে-
ক) কৃত্রিম ক্রিয়া
খ) নির্গম ক্রিয়া
গ) পৰিৱর্তিত ক্রিয়া
ঘ) অনুবন্ধিত ক্রিয়া
উঃ ঘ
৪৪) এটা ভাল প্রকল্পৰ থাকিবলগীয়া বিশেষ গুণসমুহ হ’ল-
ক) প্রায়োগিক জ্ঞান আহৰণৰ সুবিধা থকা
খ) সময় সাপেক্ষ হোৱা
গ) শিক্ষার্থী শাৰিৰীক, মানসিক, নৈতিক আৰু সামাজিক বিকাশৰ সুবিধা
ঘ) আটাইকেইটা শুদ্ধ
উঃ ঘ
৪৫) ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদ গঠন হৈছিল-
ক) ১৯৫৫ চনত
খ) ১৯৬০ চনত
গ) ১৯৭৩ চনত
ঘ) ১৯৯৬ চনত
উঃ গ
৪৬) ৰাষ্ট্রীয় শিক্ষক শিক্ষা পৰিষদৰ প্রধান কার্যালয় আছে-
ক) ভুবনেশ্বৰত
খ) নতুন দিল্লীত
গ) ভূপালত
ঘ) জয়পুৰত
উঃ খ
৪৭) প্রচেষ্টা আৰু ভুল পদ্ধতিত শুদ্ধ বাক্যটো হ’ল-
ক) একেবাৰে ভুল নহয়
খ) প্রথম অবস্থাত ভুল হয়
গ) কমকৈ ভুল হয়
ঘ) ভুলৰ মাত্রা কম হয়
উঃ খ
৪৮) অজ্ঞান অনুকৰণ হ’ল-
ক) স্বতস্ফত
খ) অনুকৰণশীল
গ) বিবেক
ঘ) মানসিক
উঃ ক
৪৯) জেমচৰ মতে প্রবৃত্তি হ’ল-
ক) প্রবৃত্তিৰ ৰূপ
খ) অভ্যাসৰ জনক
গ) অভ্যাসৰ পৰিণতি
ঘ) অভ্যসাসৰ অনুকৰণ
উঃ খ
৫০) তলৰ কোনটো অভ্যাস গঠনৰ চর্ত ?
ক) অভ্যাস সদায় আনক শিকাব লাগে
খ) অভ্যাস সদায় ৰাতিপুৱা কৰিব লাগে
গ) অভ্যাস সদায় কম বয়সত কৰিব লাগে
ঘ) ওপৰৰ এটাও নহয়
উঃ গ
৫১) তলৰ কোনটো মনোযোগৰ এটা মূল কাৰণ ?
ক) নতুনত্ব
খ) সাদৃশ্যতা
গ) অপৰিবর্তন
ঘ) গতিবিহীন
উঃ ক
৫২) তলৰ কোনটো আগ্রহৰ প্রকাৰ ?
ক) মানসিক আগ্রহ
খ) দৈহিক আগ্রহ
গ) স্থায়ী আগ্রহ
ঘ) সামাজিক আগ্রহ
উঃ গ
৫৩) বিদ্যালয়ৰ মানব সম্পদ হৈছে-
ক) মেজ-চকী
খ) অভিভাবকসকল
গ) স্কুললৈ নোযোৱা ছাত্র-ছাত্রী
ঘ) ছাত্র-ছাত্রীসকল
উঃ ঘ
৫৪) শিকণৰ অর্থ কি ?
ক) শ্রেণীত প্রথম হোৱা
খ) অভিজ্ঞতাৰ দ্বাৰা ব্যবহাৰৰ পৰিবর্তন
গ) কাম কৰাৰ বাবে সক্রিয়তা
ঘ) জ্ঞানী হোৱা
উঃ খ
৫৫) প্রকল্প এটা আৰম্ভণিৰ পৰা শেষলৈকে অতিক্রম কৰিবলগীয়া পর্যায় হ’ল-
ক) পৰিবেশ সৃষ্টি
খ) প্রকল্প নির্বাচন
গ) কার্যকৰীকৰণ
ঘ) আটাইকেইতা শুদ্ধ
উঃ ঘ
৫৬) নিদর্শন বা ডেমনষ্ট্রেচন সময়ত ব্যবহাৰ কৰা ভাষা আৰু শব্দবোৰ-
ক) সহজ হোৱা অনুচিত
খ) কঠিন হোৱা অনুচিত
গ) স্পষ্ট হোৱা অনুচিত
ঘ) এটাও নহয়
উঃ খ
৫৭) ছাত্র-শিক্ষকৰ মাজত পাৰস্পৰিক ক্রিয়া যাতে কথোপকথনৰ মাজেৰে সম্পাদিত হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয়-
ক) প্রজেক্ট পদ্ধতিত
খ) বক্ততা পদ্ধতিত
গ) ডেমনষ্ট্রেচন পদ্ধতিত
ঘ) মুল্যায়ন পদ্ধতিত
উঃ গ
৫৮) প্রতিযোগিতাৰ অর্থ কি?
ক) একে বয়সৰ লৰা-ছোৱালীৰ মাজত প্রতিযোগিতা
খ) এটা নিদিষ্ট সময়ৰ পাছত প্রতিযোগিতা
গ) প্রতিযোগিতাত লৰা-ছোৱালীৰ বাবে উত্তৰ নথকা কামৰ বিশ্লেষণ
ঘ) প্রত্যেক লৰা-ছোৱালীৰ নতুন আৰু পূর্বৰ নম্বৰৰ তুলনা
উঃ ঘ
৫৯) পাঠ মনত ৰাখিবৰ বাবে ডাঙৰ লৰা-ছোৱালীৰ বাবে কোনটো পদ্ধতি উৎকৃষ্ট ?
ক) পুনৰাবৃত্তি কৰা
খ) মনত ৰাখিব পভা লৰা-ছোৱালীক পুৰস্কাৰ দিয়া
গ) মনত ৰাখিব নোৱাৰা লৰা-ছোৱালীক শাস্তি দিয়া
ঘ) পুনৰ পুনৰ মনত পেলোৱা
উঃ ঘ
৬০) শিক্ষা ব্যবস্থাৰ মুলকেন্দ্র-
ক) শিক্ষক
খ) ব্যবস্থাপক
গ) শিশু
ঘ) অভিভাবক
উঃ গ
৬১) পাঠক্রম হল-
ক) কিতাপসমুহ
খ) সুনির্বাচিত নিয়মাৱলী
গ) স্কুলৰ কিতাপ
ঘ) সাধাৰণ কিতাপ
উঃ খ
৬২) মানুহৰ প্রয়োজনৰ এটা ভাগ হ’ল-
ক) চাৰিত্রিক প্রয়োজন
খ) সামাজিক প্রয়োজন
গ) পাৰিবাৰিক প্রয়োজন
ঘ) জৈৱিক প্রয়োজন
উঃ ঘ
৬৩) সাতজন ছাত্রৰ ইংৰাজিত পোৱা নম্বৰ ক্রমে- ১৫, ১৮, ২৩, ২৫, ৩৩, ৪০ । ইয়াৰ গড় বিচ্যুতি-
ক) ৭.৬
খ) ৬.৪
গ) ৬.৬
ঘ) ৬.৮
উঃ গ
৬৪) তলৰ কোনটো শিকা আৰু স্মৰণ কৰিব পাৰি ?
ক) প্রবল আগ্রহেৰে
খ) শিক্ষকৰ শিক্ষাৰে
গ) পুথিগত শিক্ষাৰে
ঘ) ব্যবহাৰিক শিক্ষাৰে
উঃ ক
৬৫) তলৰ কোনটো কৈশোৰ কালৰ অপৰাধ প্রবণতাৰ প্রধান কাৰণ নহয় ?
ক) পৰিয়ালত অসুস্থ পৰিবেশ
খ) পিতৃ-মাতৃৰ অবহেলা
গ) কু-সংগ
ঘ) অশিক্ষিত পিতৃ-মাতৃ
উঃ ঘ
৬৬) তলৰ কোনটো দুৰালাপ শৈক্ষিক মুল্যৰ ভিতৰুৱা নহয় ?
ক) ৰসাল আৰু অর্থপুর্ণ
খ) কম ব্যয় বহুল
গ) যথেষ্ট নমনীয়তা
ঘ) গতিশীলতাৰ অভাব
উঃ ঘ
৬৭) শিক্ষাদানৰ ক্ষেত্রত বক্ততা পদ্ধতি হ’ল-
ক) শিক্ষাকেন্দ্রিক
খ) অভিভাবক কেন্দ্রিক
গ) শিক্ষক কেন্দ্রিক
ঘ) সমাজ কেন্দ্রিক
উঃ গ
৬৮) বক্ততা পদ্ধতিৰ বিশেষ সুবিধা হৈছে-
ক) কম খৰছতে অধিক শিক্ষার্থীক শিক্ষা প্রদান
খ) এজন শিক্ষকে বহু শিক্ষার্থীক শিক্ষা প্রদান
গ) একে সময়তে অধিক শিক্ষার্থীক শিক্ষা প্রদান
ঘ) আটাইকেইটা শুদ্ধ
উঃ ঘ
৬৯) প্রকল্প মানে কি?
ক) শিক্ষার্থীয়ে কৰিবলগা কাম
খ) উদেশ্যপ্রণোদিত কাম
গ) বাস্তব জীবনৰ লগত সম্পর্ক থকা কাম
ঘ) আটাইকেইটা শুদ্ধ
উঃ ঘ
৭০) NCERT ৰ আর্হিত প্রত্যেক ৰাজ্যতে গঢ়ি উঠা এটা শৈক্ষিক অনুষ্ঠান হৈছে-
ক) SCERT
খ) DIET
গ) NET
ঘ) SET
উঃ ক
৭১) গুৰুকুল প্রথা প্রচলন আছিল –
ক) বৈদিক যুগত
খ) আহোমৰ দিনত
গ) মোগলৰ দিনত
ঘ) ওপৰৰ এটাও নহয়
উঃ ক
৭২) “ব্যক্তিৰ জন্মগত স্বাভাবিক আৰু অভিজ্ঞতাৰ দ্বাৰা আর্জিত প্রবৃত্তি, হেঁপাহ, প্রেৰণা, অনুৰাগ, অনুভুতি, আশা, আকাংক্ষা, প্রৱণতা আদিৰ সমষ্টিয়েই হ’ল ব্যক্তিত্ব”- কোনে কৈছিল?
ক) মর্টন
খ) উদৱর্থ
গ) ই.জি.বৰিঙৰ
ঘ) অৱাৰেণৰ
উঃ ক
৭৩) উদৰ ক্রিয়াশীল পর্যায়ৰ কাম হ’ল-
ক) ক্রিয়াদান প্রক্রিয়াৰ সহায়ত পৰিবর্তন সাধন
খ) পৰীক্ষা কৰাৰ বাবে উপযুক্ত কৌশল
গ) শিক্ষাদান কৌশলসমুহৰ আয়ত্বকৰণ
ঘ) আটাইকেইটা শুদ্ধ
উঃ ঘ
৭৪) শ্রেণীত যেতিয়া শিক্ষকে এটা নিদিষ্ট বিষয়বস্তুৰ ওপৰত নিজকে চিন্তা-চর্চা, দৃষ্টিভংগী, বিষয়বস্তু সম্পর্কীয় তথ্যপাতি চমু বা দীঘলীয়া ভাবে শিক্ষার্থীৰ আগত বর্ণনা কৰা হয় তাকেই বুজা যায়-
ক) পাঠদান প্রক্রিয়া
খ) বক্ততা প্রক্রিয়া
গ) নিদর্শন প্রক্রিয়া
ঘ) এটাও নহয়
উঃ খ
৭৫) বক্ত্রতা পদ্ধতি হ’ল-
ক) স্বেচ্ছাচাৰী কৌশলৰ অন্তগত
খ) গণতান্ত্রিক কৌশলৰ অন্তগত
গ) নির্দশনৰ অন্তগত
ঘ) প্রযুক্তিবিদ্যাৰ অন্তগত
উঃ খ
৭৬) তলৰ কোনটো শিক্ষকৰ গুণ ?
ক) মনোবিজ্ঞানৰ ছাত্র
খ) নিৰপেক্ষ দৃষ্টিভংগী
গ) বাকপটুটা
ঘ) ওপৰৰ আটাইকেইটা
উঃ ঘ
৭৭) অতি বুদ্ধিসম্পন্ন ছাত্রৰ বুদ্ধ্যাংক –
ক) ২২০-১৪০
খ) ১৪০ ৰ ওপৰৰ
গ) ১১০-১১৯
ঘ) ৫০-৭০
উঃ ক
৭৮) শিক্ষক এজন ছাত্র-ছাত্রীৰ বাবে-
ক) চলন্ত বিশ্বকোষ
খ) পুথিঁভড়াল
গ) প্রখ্যাত বিজ্ঞানী
ঘ) ওপৰৰ কোনো এটা নহয়
উঃ ক
৭৯) তলৰ কোনটো delicate child ৰ বৈশিষ্ট নহয় ?
ক) বয়স অনুসৰি শাৰীৰিক গঠন নহয় ।
খ) দেখাত কোনো বেমাৰ নাথাকে
গ) অলপ পৰিশ্রমতেই ভাগৰি পৰে
ঘ) চকু ৰঙা পৰে
উঃ ঘ
৮০) তলৰ কোনটো অ-গতানুগতিক শিক্ষা ব্যবস্থাৰ ভিতৰুৱা ?
ক) মুক্ত বিশ্ববিদ্যালয়
খ) স্কুল
গ) কলেজ
ঘ) বিশ্ববিদ্যালয়
উঃ ক
৮১) তলৰ কোনটো দৃষ্টি মাধ্যমৰ ভিতৰুৱা নহয় ?
ক) নক্সা
খ) ছবি
গ) গ্লোব
ঘ) বায়ু
উঃ ঘ
৮২) তলৰ কোনটো দুৰায়ত শিক্ষাৰ লক্ষ্য নহয় ?
ক) গতানুগতিক শিক্ষাৰ ফলপ্রসু বিকল্প
খ) উচ্চ শিক্ষাৰ বহুল প্রসাৰ কৰা
গ) ধাৰাবাহিক শিক্ষা প্রক্রিয়াৰ সুবিধা প্রদান
ঘ) শিক্ষাৰ ধাৰাবাহিকতা বিচ্ছিন্ন কৰা
উঃ ঘ
৮৩) ভাৰতত কৰেচপণ্ডেচ কর্চৰ অনুমোদন জনাইছিল-
ক) ডি এচ কোঠাৰী আয়োগে
খ) ৰাধাকৃষ্ণন আয়োগে
গ) ৰাষ্ট্রীয় শিক্ষা আয়োগে
ঘ) ওপৰৰ এটাও নহয়
উঃ ক
৮৪) দেশৰ কোনখন বিশ্ববিদ্যালয়ে প্রথমতে School of Correspondence কর্চ আৰম্ভ হৈছিল ?
ক) দিল্লী বিশ্ববিদ্যালয়
খ) পঞ্জাব বিশ্ববিদ্যালয়
গ) ৰাজস্থান বিশ্ববিদ্যালয়
ঘ) গুৱাহাটী বিশ্ববিদ্যালয়
উঃ ক
৮৫) বিনে চাইমনৰ বুদ্ধি পৰীক্ষাক জনা যায় –
ক) বিনে চাইমন পৰীক্ষা
খ) বিনে চাইমন অভিক্ষা
গ) বিনে চাইমন কাঠি
ঘ) বুদ্ধি পৰীক্ষা
উঃ গ
৮৬) বুদ্ধিৰ একক বা ৰাজতন্ত্রবাদী তত্বৰ সমর্থক আছিল –
ক) জনচন
খ) ছিৰিল বার্ট
গ)ৱাটচন
ঘ) থর্ণডাইক
উঃ ক
৮৭) মুক্ত বিদ্যালয় সংগীন স্বায়ত্বশাসিত সংগঠন হিচাপে স্বীকৃত হয়-
ক) ১৯৮৯ চনত
খ) ১৯৬৫ চনত
গ) ১৯৯৪ চনত
ঘ) ১৯৭৪ চনত
উঃ ক
৮৮) ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় গঠিত হয় –
ক) ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰত
খ) ১৯৮৫ চনৰ ১০ ছেপ্তেম্বৰত
গ) ১৯৬৭ চনৰ ২০ ছেপ্তেম্বৰত
ঘ) ১৯৬৭ চনৰ ১০ ছেপ্তেম্বৰত
উঃ ক
৮৯) IGNOU ৰ প্রথম উপাচার্য হ’ল-
ক) অধ্যাপক জি এম ৰেড্ডী
খ) অধ্যাপক বি আম্বেদকাৰ
গ) অধ্যাপক পি চিদাম্বৰন
ঘ) অধ্যাপক ৰাহুল দেববর্মন
উঃ ক
৯০) ছাত্র-ছাত্রীয়ে জ্যেষ্ঠজনক সন্মান জনোৱাৰ আচৰণৰ বাবে শিক্ষকে-
ক) উদাহৰণ দাঙি ধৰিব আৰু তেওঁলোকক বুজাই কব
খ) প্রথমে নিজেই জ্যেষ্ঠজনক সন্মান দেখুৱাব আৰু পাছত ছাত্র-ছাত্রীক তেনেদৰে কৰিবলৈ কব
গ) কাহিনী শুনাই তেওঁলোকক অনুপ্রাণিত কৰিব
ঘ) তেওঁলোকক সন্মান কৰাৰ দোষ-গুণবোৰ ব্যাখ্যা কৰিব
উঃ খ
৯১) ৱার্ধা আচঁনি প্রৱর্তন হৈছিল-
ক) ১৯৩৭ চনত
খ) ১৯৫২ চনত
গ) ১৯৬৪ চনত
ঘ) ১৯০১ চনত
উঃ ক
৯২) পাঠ পৰিকল্পনাৰ এটা অংশ হ’ল-
ক) প্রাথমিক তথ্য
খ) তাৰিখ
গ) নাম
ঘ) তালিকা
উঃ ক
৯৩) পাঠ পৰিকল্পনাৰ হার্বাটৰ এটি সপোন হ’ল-
ক) পর্যালোচনা
খ) পাঠ্যপুথি
গ) সংযোগ
ঘ) তালিকা
উঃ গ
৯৪) শিক্ষণৰ এটি প্রধান উপায় হ’ল-
ক) ব্যাখ্যা
খ) আলোচনা
গ) লিখন
ঘ) স্মৃতি
উঃ ক
৯৫) চক্রেটিছৰ ছাত্র হ’ল-
ক) এৰিষ্টটল
খ) হেনৰী
গ)প্লেটো
ঘ) ৰায়বার্ণ
উঃ ক
৯৬) প্লেটোৰ ছাত্র হ’ল-
ক) এৰিষ্টটল
খ) ছক্রেটিচ
গ) হেনৰী
ঘ) ৰায়বার্ণ
উঃ ক
৯৭) শিকোৱা কৌশল হিচাপে বক্ততা কৌশলৰ কোনটো উপাদান নহয় ?
ক) শিক্ষকৰ ব্যক্তিত্ব
খ) বিদ্যালয় ভবনৰ উন্নত মান
গ) ধুনীয়া মেজ-চকী
ঘ) ওপৰৰ এটাও নহয় ।
উঃ ক
৯৮) অভ্যাস হ’ল-
ক) জন্মগত অভিজ্ঞতা
খ) আর্জিত অভিজ্ঞতা
গ) কৃট্রিম অভিজ্ঞতা
ঘ) এটাও নহয়
উঃ খ
৯৯) একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি হলে-
ক) আগ্রহ
খ) মনোযোগ
গ) শিক্ষণ
ঘ) অভ্যাস
উঃ ঘ
১০০) অভ্যাস হ’ল প্রাণীয়ে আচৰণ পুনৰাবৃত্তি কৰা এক প্রবণতা- উক্তিটো কৈছিল ?
ক) জেমচ
খ) ৰুছো
গ) ল’ক
ঘ) স্পেনচাৰ
উঃ ক
Thank you for visiting our log. Keep watching for Assam TET preparation next series www.assamstudy.com