Join Assam Study Centre Channel

Education Department Assam- Job Vacancy-পদ খালী

অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত প্রায় ৩৭৬৭ টা পদৰ বিজ্ঞাপন প্রকাশ পোৱাৰ পথত । ইতিমধ্যে শিক্ষা বিভাগে বিত্ত বিভাগৰ পৰা এই পদ সমুহ পুৰণৰ বাবে প্রয়োজনীয় অনুমতি লাভ কৰিছে । এক সিদ্ধান্তমর্মে প্রত্যেকখন স্কুলে অহা ১৭ আগষ্টৰ ভিতৰত বিজ্ঞাপন প্রকাশ কৰিব লাগিব । এই পদ সমুহৰ দৰমহাৰ নিৰিখ হৈছে  ২২০০০/- ৰ পৰা ৮৭০০০/-ৰ ভিতৰত ।

পদসমুহৰ শিক্ষাগত অর্হতা, অন্যান্য অর্হতাৰ বিষয়ে সবিশেষ জানিবলৈ তলৰ ফটো কেইখন চাওক-

Leave a Comment

error: Warning, you aare not allowed to copy this element