Join Assam Study Centre Channel

Assam TET Study Materials-Child Development & Pedagogy-Series-4

ASSAM TET SOLUTION SERIES-4

-PEDAGOGY-
 
-শিক্ষণ বিজ্ঞান-
 

Helow Assam TET aspirants, in this  Assam TET Solution Series-4  we are providing probable questions along with the answers so that you can prepare for upcoming Assam TET examination. Assam TET Solution Series  will bring you thousands of questions and answers to you. So keep visiting to our blog to get the best of the best data from Assam TET Solution Series.

 
 
ছাত্র-ছাত্রীসকল, আমি আগবঢ়াইছো আগন্তুক অসম টেট পৰীক্ষাৰ প্রস্তুতিৰ বাবে এক Online প্রশ্নোত্তৰ চিৰিজ – Assam TET Solution Series 4  এইটো হৈছে আমি আগবঢ়োৱা তৃতীয়টো চিৰিজ । আগন্তুক সময়ত আমি হাজাৰৰো অধিক প্রশ্ন উত্তৰসহ লৈ আনিম যাতে অসম টেট পৰীক্ষাত অৱর্তীর্ণ হব বিচৰা ছাত্র-ছাত্রীসকল উপকৃত হয় । গতিকে আমাৰ ব্লগ নিয়মিত ভাবে চাই থাকিব যাতে Assam TET Solution Series ৰ কোনো এটা বিষয় আপুনি নোপোৱাকৈ নাথাকে ।
 
 
ASSAM TET SOLUTION SERIES-4
 
                                           শিক্ষণ বিজ্ঞান
 
                                            PEDAGOGY
 
                                                                                                           
 
 
 
                                                                                                           
 
 
১) অভ্যাসজনিত কামত-
 
ক) মনোযোগৰ প্রয়োজন নহয়
 
খ) ভাগৰৰ পৰিমাণ কম
 
গ) নৈপুন্যতা বাঢ়ে
 
ঘ) আটাইকেইটা শুদ্ধ
 
 
উঃ ঘ
 
 
২) বোধগম্যতা আমি কিদৰে পৰীক্ষা কৰিম ?
 
ক) পৰীক্ষাৰ যোগেদি
 
খ) লৰা ছোৱালীৰ প্রকৃত সলনি হোৱাটো পর্যবেক্ষণ কৰি
 
গ) লৰা ছোৱালীক কথা সুধি
 
ঘ) স্কুলত তর্ক প্রতিযোগিতা অনুষ্ঠিত কৰি
 
 
উঃ খ
 
 
 
৩) তলৰ কোনটো বক্ততা কৌশলৰ সুবিধা নহয় ?
 
ক) কম খৰচী
 
ক) এজন শিক্ষকে বহুতো ছাত্র-ছাত্রীক শিক্ষাদান কৰিব পাৰে
 
গ) ই এটা নমনীয় পদ্ধতি
 
ঘ) খৰচী প্রক্রিয়া
 
 
উঃ ঘ
 
 
৪) শিকোৱাৰ কৌশল হিচাপে বক্ততা কৌশলৰ কোনটো প্রকাৰ নহয় ?
 
ক) পৰিবর্তিত বক্ততা
 
খ) আচাৰনিষ্ঠ বক্ততা
 
গ) বৈদ্যুতিক বক্ততা
 
ঘ) ৰসাল বক্ততা
 
 
উঃ ঘ
 
 
৫) যদি লৰা আৰু ছোৱালী পৰ্সপৰ আকর্ষিত হয়-
 
ক) তেওঁলোকক বেলেগে বহুৱাব
 
খ) তেওঁলোকক শ্রেণীকোঠাত থিয় কৰাই থব
 
গ) আজিকালিৰ সামাজিক জীৱনৰ বিষয়ে তেওঁলোকক কেবি লাগে
 
ঘ) তৎক্ষণাত দুয়োকে বহিস্কাৰ কৰিব
 
 
উঃ গ
 
 
৬) অধ্যয়নৰ সময়ত লৰা-ছোৱালীৰ উপযুক্ত মনোযোগ পাবলৈ শিক্ষকে-
 
ক) পঢ়াৰ সময়ত হাহিঁৰ খোৰাক যোগাব লাগে
 
খ) পাঠদান বন্ধ কৰি কাহিনী কব লাগে
 
গ) তেওঁলোকক শ্রেণীৰ পৰা পঠাই দিব
 
ঘ) পাঠটো উপভোগ্য কৰিবলৈ চেষ্টা কৰিব
 
 
উঃ ঘ
 
 
৭) দলীয় প্শিক্ষণ পদ্ধতিত কোনটো নীতি মানি লয়-
 
ক) এনে শিক্ষণ পদ্ধিতিত দুজন বা ততোধিক শিক্ষক থাকে
 
খ) এনে শিক্ষণ পদ্ধতিত মাত্র এজন শিক্ষক থাকে
 
গ) এনে শিক্ষণ পদ্ধতিত মাত্র দুজন শিক্ষক থাকে
 
ঘ) এনে শিক্ষণ পদ্ধতিত মাত্র তিনিজন শিক্ষক থাকে 
 
 
উঃক
 
 
৮ ) গৱেষণাৰ চৰিত্র বিকাশ কৰিবলৈ আপুনি তেওঁলোকক কেনেদৰে শিকাব ?
 
ক) বিজ্ঞান অধ্যয়নৰ ওপৰত জোৰ দি
 
খ) আৱিস্কাৰসকলৰ জীবনৰ সম্পর্কে কব
 
গ)অনুসন্ধান সামর্থ্য বিকাশৰ বাবে চেষ্টা কৰিব
 
ঘ) শ্রেণীত কাম কৰিবলৈ দিব আৰু অনুসন্ধান কৰিব
 
 
উঃগ
 
 
৯) ১৯৬৪-৬৬ চনত জাতীয় শিক্ষা আয়োগৰ সভাপতি আছিল-
 
ক) লক্ষ্মণস্বামী মুডালিয়াৰ
 
খ) বল্লভ ভাই পেটেল
 
গ) ডি এচ কোঠাৰী
 
ঘ) মৌলানা আব্দুল কালাম আজাদ
 
 
উঃ ক
 
 
১০) তলৰ কোনবিধ শ্রৱণৰ আহিলা ?
 
 
ক) ৰেডিও
 
খ) চক বর্ড
 
গ) আভিনয়
 
ঘ) মেপ
 
 
উঃক
 
 
১১) কেতিয়াবা কিবা এটা বিষয়ত অর্জন কৰা জ্ঞান অভিজ্ঞতাই আন এটা কামত বাধাৰ সৃষ্টি কৰে । ইয়াক কোৱা হয়-
 
ক) ইতিবাচকস স্থানান্তৰ
 
খ) প্রশিক্ষণৰ স্থানান্তৰ
 
গ) নেতিবাচক স্থানান্তৰ
 
ঘ) এটাও নহয়
 
 
উঃ গ
 
 
১২) শিক্ষণ স্থানান্তৰৰ সত্যাসত্য প্রমাণ কৰিবৰ বাবে ১৯৮০ চনতেই নানাবিধ পৰীক্ষা নিৰিক্ষা চলাইছিল-
 
ক) উদৱর্থে
 
খ) জেমচে
 
গ) শ্লাইট
 
ঘ) থর্ণডাইকে
 
 
উঃ খ
 
 
১৩) আপাতকালীন অভিপ্রায় হ’ল-
 
ক) বহিঃজগতৰ আকস্মিক পৰিবর্তনৰ পৰা নিজকে বচাবৰ বাবে চলোৱা প্রচেষ্টা
 
খ) বহিঃজগতৰ সমস্যা
 
গ) বহিঃজগতৰ পৰিবর্তনত হোৱা সমসক্স্যা
 
ঘ) ওপৰৰ কোনো এটাও নহয়
 
উঃ  ক
 
 
১৪) সাম্প্রতিক সময়ৰ ভাল শিক্ষা প্রণালী হ’ল-
 
ক) ভিন্ন শ্রেণীৰ সকলো ছাত্রৰ বাবে ভিন্ন শিক্ষা প্রণালী সাজু কৰে
 
খ) টকাৰ ওপৰত ভিত্তি কৰি শিক্ষা দিয়া হয়
 
গ) ভিন্ন শ্রেণীৰ সকলো ছাত্রৰ বাবে একেই শিক্ষা প্রণালী সাজু কৰা হয়
 
ঘ) এই পদ্ধতিত টিউচন জৰুৰী
 
 
উঃ গ
 
 
১৫) ছাত্র-ছাত্রীৰ মাজত পাৰস্পৰিক ব্যৱহাৰ বুজিবলৈ কি পদ্ধতিৰ আশ্রয় লোৱা হয় ?
 
ক) ব্যক্তিত্ব পৰীক্ষা
 
খ) ছচিওগ্রাম
 
গ) গৱেষণা
 
ঘ) এনেকডলাৰ পদ্ধতি
 
 
উঃ খ
 
 
১৬) পৰীক্ষাৰ বাবে ছাত্রক কেনেদৰে সাজু কৰিব ?
 
ক) তেওঁলোকক পৰীক্ষাৰ বিষয়ে একোৱেই নকব
 
খ) দৰকাৰী প্রশ্নবোৰ তেওঁলোকে সমাধান কৰিব
 
গ) পৰীক্ষাৰ গুৰুত্ব বুজাই দিব আৰু অনুশীলনত গুৰুত্ব দিব
 
ঘ) পৰীক্ষাত কৃতকার্যজনক পুৰস্কাৰ দিয়াৰ ঘোষনা কৰিব
 
 
উঃ গ
 
 
১৭) আপুনি এজন শিক্ষক । আপোনাক গাঁৱৰ পৰা চহৰলৈ বদলি কৰা হ’ল। আপুনি কেনেদৰে তেওঁলোকক শিক্ষা দিব?
 
ক) কিছু সময়ৰ বাবে চহৰত বাস কৰিব আৰু পাছত শিক্ষা দিব 
 
খ) আপোনাৰ শিক্ষা প্রদানত কোনো সলনি নহয়
 
গ) ইণ্টাৰনেটকে ধৰি আধুনিক উপায়বোৰৰ শিক্ষা দিব
 
ঘ) আপুনি আন শিক্ষকৰ লগত কথাবতৰা পাতিব আৰু পাছত আধুনিক কৌশলেৰে শিক্ষা দিব
 
 
উঃ ঘ
 
 
১৮) অভিৰোচন হ’ল-
 
ক) অভিপ্রায়ে সৃষ্টি কৰা দেহ-মনৰ গতিশীল অবস্থা
 
খ) অভিপ্রায়ে সৃষ্টি কৰা মনৰ অবস্থা
 
গ) অভিপ্রায়ে সৃষ্টি কৰা দেহৰ অবস্থা
 
ঘ) অভিপ্রায়ে সৃষ্টি কৰা সামাজিক অবস্থা
 
 
উঃ ক
 
 
১৯) শিক্ষাত অভিৰোচন সৃষ্টি কৰিব পাৰি-
 
ক) পুৰস্কাৰ আৰু শাস্তি প্রদান কৰি
 
খ) গৃহকর্ম দি
 
গ) লিখিবলৈ দি
 
ঘ) আইন প্রণয়ন কৰি
 
 
উঃ ক
 
 
২০) “আবেগ হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলিত কৰা অবস্থা”- কোনে কৈছিল ?
 
ক) ৰুছো
 
খ) হিটলাৰ
 
গ) উডৱর্থ
 
ঘ) জনচন
 
 

উঃ গ

২১) থর্ণডাইকে বহলভাবে বুদ্ধিক কেইটা ভাগত ভাগ কৰিছিল ?

ক) দুটা ভাগত

খ) তিনিটা ভাগত

গ) চাৰিটা ভাগত

ঘ) পাচঁটা ভাগত

উঃ খ

২২) মুল্যবোধ মানে-

ক) মানুহক প্রভাবিত কৰা আদর্শগত জ্ঞান

খ) জীৱনৰ সমস্যা সমাধান কৰা

গ) ভাৰতীয় ধর্মসমুহ

ঘ) ভাৰতীয় সংস্কৃতি

উঃ ক

২৩)মনোবিজ্ঞানক শিক্ষাত ব্যৱহাৰ কৰা সম্পর্কে প্রথম চিন্তা কৰিছিল-

ক) মেক ডুগালে

খ) ৱাটচনে

গ) ফ্রয়ডে

ঘ) আলেকজেণ্ডাৰে

উঃ ক

২৪)তলৰ উক্তিটোৰ লগত চাৰিজন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে – কোনজনৰ বাচি উলিওৱা-

” শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্রশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধনৰ কার্য”

ক) গিলফোর্ড

খ) গেইট

গ) ক্রো আৰু ক্রো

ঘ) কাফকা

উঃ খ

২৫)”সামগ্রীকতাবাদ” তত্বৰ ল্গত কোনজন জড়িত ?

ক) কাফকা

খ) থর্ণডাইক

গ) জন ডিউ

ঘ) উনডট

উঃ ক

২৬) অন্তদর্শন শিক্ষাতত্বৰ সমর্থকসকলক কি বুলি জনা যায় ?

ক) আচৰণবাদী

খ) প্রকৃতবাদী

গ) সামগ্রিকতাবাদী

ঘ) প্রয়োগবাদী

উঃ খ

২৭) কোনো এটা বিষয় শিকাৰ পাছতে একে ধৰণৰ অন্য কথা শিকিব গলে পাছৰ শিক্ষণে আগৰ কথা মনঅত ৰখাত বাধা দিয়ে ।ইয়াৰ কাৰণ হ;ল-

ক) অবদমন

খ) পশ্চাদমুখী প্রতিৰোধ

গ) অতিশিক্ষণ

ঘ) পুর্বমুখী প্রতিৰোধ

উঃ খ

২৮) “গেষ্টাল্ট” শব্দটো হ’ল-

ক) ইংৰাজী

খ) ফৰাচী

গ) জার্মান

ঘ) লেটিন

উঃ গ

২৯) যিবোৰ লৰা ছোৱালীয়ে লেতেৰা কাপোৰ-কানি পিন্ধে তেওঁলোকক-

ক) শ্রেণীৰ বাহিৰত থিয় কৰাই থব লাগে

খ) তেওঁলোকৰ পিতৃ মাতৃক কব লাগে

গ) পৰিস্কাৰ পৰিছন্নতাৰ বিষয়ে শিক্ষা দিব লাগে

ঘ) আর্থিক সাহার্য দিব লাগে যাতে তেওঁলোকে নতুন কাপোৰ কিনিব পাৰে

উঃ গ

৩০)তলৰ কোনটো পদ্ধতিয়ে শিক্ষার্থীসকলক অভিৰোচিত কৰিব পাৰে ?

ক) ভবিষয়ত জীবনৰ আশাপ্রদ ছবি এখন মনত সুমুৱাবলৈ যত্ন কৰা

খ) ডাঙৰ মানুহৰ উদাহৰণ দিয়া

গ) পুৰস্কাৰ আৰু শাস্তি প্রদান

ঘ) আটাইকেইটা শুদ্ধ

উঃগ

৩১) ছাত্র-ছাত্রীসকলক অভিৰোচিত কৰিবলৈ পৰিবেশৰ ভিন্নতা অনুসৰি-

ক) বেলেগ বেলেগ পদ্ধতি ব্যবহাৰ কৰিব লাগে

খ) খেলা-ধুলাৰ মাধ্যমেদি শিকাব লাগে

গ) একে পদ্ধতি ব্যবহাৰ কৰিব লাগে

ঘ) এটাও নহয়

উঃ ক

৩২) শ্রেণী কোঠাত নিয়মানুবর্তিতা বজাই ৰখাত সহায় কৰিব পাৰে-

ক) পুৰস্কাৰে

খ) সঠিক অবচেতন

গ) শাস্তিয়ে

ঘ)সঠিক অভিৰোচন

উঃখ

৩৩)শিক্ষাৰ ভিত্তি তলৰ কোনটো ?

ক) অভিৰোচন

খ) আচৰণ

গ) অভ্যাস

ঘ) কৌশল

উঃক

৩৪) লৰা-ছোৱালীয়ে শ্রেণীত কোলাহল কৰিলে-

ক) শিক্ষকে তেওঁলোকক কাহিনী কব

খ)তেওঁলোকক শ্রেণীৰ পৰা উলিয়াই দিব

গ)তেওঁলোকক ভয় খুৱাব

ঘ)তেওঁলোকক খেলিবলৈ পঠাই দিব

উঃক

৩৫) শিশুৰ লিখাৰ ক্ষমতাৰ উন্নয়ন ঘটাবলৈ কি কৰা উচিত ?

ক) বেছিৰ পৰা বেছি হোমৱর্ক দিব লাগে

খ)শ্রুতলিপিৰ অভ্যাস কৰাব লাগে

গ) শুনা আৰু পর্যবেক্ষণৰ যোগেদি লিখাৰ অনুশীলন কৰাব লাগে

ঘ)লিখাৰ বাবে প্রেৰণা দিব লাগে আৰু তেওঁলোকক প্রতিশ্রুতি দিব লাগে

উঃগ

 

Leave a Comment

error: Warning, you aare not allowed to copy this element