Join Assam Study Centre Channel

Vacancy in Indian Army

নামনি অসমৰ জিলাৰ বাবে ভাৰতীয় সৈন্যবাহিনীত নিয়োগ মেলা

অন্তিম তাৰিখঃ ১৮ নবেম্বৰ, ২০১৯


নাৰেংগীস্থিত ভাৰতীয় সৈন্যবাহিনীত খালী হোৱা পদ পুৰণৰ বাবে অহা ৪ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈকে এক নিয়োগ মেলা অনুস্থিত কৰিব । এই মেলা অভয়াপুৰী বঙাইগাওঁত থকা অষ্টম অসম বেটেলিয়ন পুলিচ গ্রাউণ্ডত অনুষ্ঠিত হব ।

এই পদসমুহ তলত উলেখ কৰা জিলাকেইখনৰ বাবে-

বৰপেটা

কোকৰাঝাৰ

ধুবুৰী

বঙাইগাওঁ

চিৰাং

গোৱালপাৰা

কামৰূপ (নগৰ)

কামৰূপ (গ্রাম্য)

নলবাৰী

ওদালগুৰি

দৰং

দক্ষিণ শালমৰা মানকাচাৰ



পুৰণ কৰিবলগীয়া পদসমুহ হৈছে-


Soldier (General Duty)

Soldier (Tradesman)

Soldier (Technician)

Soldier ( Clerk / Store Keeper)

Soldier (Nursing Assistant)

Sepoy (Pharma)




কেনেকৈ আবেদন কৰিব ?

 

এই ৰেলীত অংশগ্রহণ কৰিব বিচৰা প্রার্থীসকসকলে অনলাইন আবেদন কৰি লব লাগিব । অনলাইন আবেদন আৰম্ভ হব ৫ অক্টোবৰ ২০১৯ ৰ পৰা ১৮ নবেম্বৰলৈকে। আবেদন কৰিবলৈ হলে www.joinindianarmy.nic.in ত গৈ আবেদন কৰিব পাৰিব । প্রার্থীসকলে নিজৰ এডমিট কার্ড ৰেলী আৰম্ভ হোৱাৰ ১০-১৫ দিন আগতে ডাউনলোড কৰি লব পাৰিব । এডিমিট কার্ডত নিদিষ্ট জিলাৰ ৰেলীৰ তাৰিখ ঘোষণা কৰা হব। প্রার্থীসকলে ৰেলীলৈ আহোঁতে এডমিট কার্ড, মুল নথি-পত্র, একপি শেহতীয়া পাছপর্ট ফটো লগত লৈ আনিব লাগিব ।

Leave a Comment

error: Warning, you aare not allowed to copy this element