Join Assam Study Centre Channel

Daily G.K., 30th October

১) তলত উল্লেখ কৰা কোনখনক আটাইতকৈ প্রাচীন বেদ বুলি গণ্য কৰা হয় ?

ক) সাম্‌ বেদ

খ) যজুৰ বেদ

গ) ঋক বেদ

ঘ) অথর্ব বেদ

= ঋক বেদ

 

২) Indravati ৰাষ্ট্রীয় উদ্যান ক’ত অবস্থিত ?

ক) ছট্টিশগড়

খ) কর্ণাটক

গ) পঞ্জাৱ

ঘ) অসম

= ছট্টিশগড়

 

৩) ভাৰতৰ প্রথম চেটেলাইট বহনকাৰী যান খনৰ নাম কি?

ক) SLV-1

খ) SLV-2

গ) SLV-3

ঘ) PSLV-1

= SLV-3

 

৪) তলৰ কোনটো প্রথম মানৱ সৃষ্ট ফাইবাৰ ?

ক) Viscose

খ) Reyon

গ) Nylon

ঘ) Tericot

= Viscose

 

৫) “অধিকাৰ পৃচ্ছা” ( Habeas Corpus) লেখ আবেদন তলৰ কোনটো ক্ষেত্রত ব্যবহাৰ কৰা হয় ?

ক) নিজকে বেআইনী আটকৰ পৰা মুক্ত কৰিবলৈ

খ) অতিৰিক্ত কৰৰ পৰা ৰেহাই বিচাৰি আবেদন

গ) বাক্‌ স্বাধীনতা খর্বৰ পৰা মুক্তি বিচাৰি

ঘ) কোনো এটা নহয়

= নিজকে বেআইনী আটকৰ পৰা মুক্ত কৰিবলৈ

 

৬) ৰাষ্ট্রসংগঘৰ মানৱ উন্নয়ণ আচঁনিৰ অধীনত লিংগ সম্পর্কীয় মানদণ্ড ইয়াৰ বছেৰেকীয়া প্রতিবেদনত নির্ণয়ৰ বাবে তলৰ সুচক লোৱা হয় ?

ক) Gender Development Index

খ) Gender Empowerment Index

গ) Gender Empowerment Measure

ঘ) Gender Parity Index

= Gender Development Index

 

৭) তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস ?

ক) Shale Gas

খ) Coal bed methane

গ) Tight Sand Stones

ঘ) Methane hydrates

শুদ্ধ উত্তৰ লিখক-

১) কেৱল ক

২) ক আৰু খ

৩) ক, খ, আৰু গ

৪) আটাইকেইটা

= আটাইকেইটা

 

৮ )  কোনো এটা সামগ্রী গোটা অবস্থাৰ পৰা ভাস্পলৈ প্রত্যক্ষভাবে ৰূপান্তৰ হোৱা প্রক্রিয়াটোক কি বুলি কোৱা হয় ?

ক) Vaporisation

খ) Sublimation

গ) Regelation

ঘ) এটাও নহয়

= Sublimation

 

৯) তলত উল্লেখ কৰা কোনটো ৰাজস্থানৰ জনপ্রিয় উট বাণিজ্য মেলা ?

ক) পুস্কৰ মেলা

খ) কুম্ভ মেলা

গ) সোণপুৰ মেলা

ঘ) সুৰয কুণ্ড মেলা

= পুস্কৰ মেলা

 

১০) তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?

ক) মহম্মদ ঘৌৰী আৰু পৃথ্বীৰাজ চৌহান

খ) আকবৰ আৰু হেমু

গ) জয় চান্দ আৰু মহম্মদ ঘৌৰীো

ঘ) আলেকজেণ্ডাৰ আৰু পুৰু

= মহম্মদ ঘৌৰী আৰু পৃথ্বীৰাজ চৌহান

Leave a Comment

error: Warning, you aare not allowed to copy this element