Join Assam Study Centre Channel

Essay Competition

ৰচনা প্রতিযোগিতা

অতি সাৱধানে প্রপত্র পূৰণ কৰক

Max File Size: 120KB · Allowed File Types: jpg,png
Max File Size: 120KB · Allowed File Types: pdf
১) ৰচনা প্রতিযোগিতা অসমীয়া ভাষাত অনুষ্ঠিত হ'ব।

২) উচ্চতৰ মাধ্যমিক প্রথম , দ্বিতীয় বর্ষ আৰু স্নাতক মহলাৰ ছাত্র-ছাত্রী সকলেহে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব।

৩) প্রতিযোগীসকলে ৰচনাখন এখন বগা A4 চাইজ কাগজত ক'লা চিঞাহিৰে নিজ হাতে লিখিব লাগিব।

৪) লিখা ৰচনাখন PDF আকাৰত আপলোড কৰিব লাগিব।

৫) প্রপত্রত ভূল তথ্য প্রদান কৰা প্রতিযোগীৰ নাম বাতিল কৰা হ'ব।

৬) ৰচনাখনৰ প্রথম পৃষ্ঠাৰ ওপৰৰ সোঁফালে প্রতিযোগীয়ে নিজৰ নাম, শিক্ষানুষ্ঠানৰ নাম আৰু মবাইল নম্বৰ লিখি দিব লাগিব।

৭) ৰচনাখন ৮০০ শব্দৰ ভিতৰত হ'ব লাগিব। ইয়াতকৈ অধিক শব্দত লিখা ৰচনা বাতিল কৰা হ'ব।

৮) এজন প্রতিযোগীয়ে মাত্র এবাৰহে (এখন) ৰচনা লিখিব পাৰিব।

৯) প্রতিযোগিতাত অংশগ্রহণৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ ২০২২।

১০) প্রতিযোগীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিত কার্ডৰ কপি প্রপত্রত আপলোড কৰিব লাগিব। প্রয়োজন সাপেক্ষে প্রতিযোগীসকলৰ নাম পৰীক্ষা কৰিবলৈ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰা হ'ব।

১১) প্রতিযোগিতাৰ ফলাফল আমাৰ ৱেবচাইট / ইউটিউব চেনেল / টেলিগ্রাম চেনেলত ঘোষণা কৰা হ'ব।

১২) বিজয়ী সকলক ২০২৩ বর্ষৰ জানুৱাৰী মাহৰ প্রথমছোৱাত এক অনুষ্ঠানৰ যোগেদি বঁটা প্রদান কৰা হ'ব।
চর্তাৱলী সমূহ ভালদৰে পঢ়ি লৈ বাওঁফালে থকা বাকচটো টিক মার্ক দিব। লগতে আপোনাৰ নিজ হাতে লিখা ৰচনাখনৰ এটা PDF কপি ...... চাইজত আপলোড কৰি একেবাৰে তলত থকা SUBMIT BUTTON ত ক্লিক কৰিব।
Max File Size: 1MB · Allowed File Types: pdf

Form Submitted Successfully!

We will contact you as soon as possible.

Powered By
error: Warning, you aare not allowed to copy this element