Join Assam Study Centre Channel

Daily G.K., 1st November

১) দামোদৰ ভেলী উপত্যকা নিগম কিমান চনত গঠন হৈছিল ?

ক) ১৯৪৮

খ) ১৯৫১

গ) ১৯৫৩

ঘ) ১৯৫৬

= ১৯৪৮

 

২) মাষ্ট্রিত চুক্তি তলৰ কোনটো বিষয়ৰ লগত জড়িত ?

ক) পৰিবেশৰ পৰিৱর্তন

খ) ইউৰোপৰ একত্রীকৰণ

গ) পাৰমাণবিক নিৰস্ত্রীকৰণ

ঘ) পাৰমাণবিক যোগান গোট

= ইউৰোপৰ একত্রীকৰণ

 

৩) মৌলিক অধিকাৰসমুহ বলবৎ কৰিবৰ বাবে তলত উল্লেখ কৰা কোনটো কতৃপক্ষ জড়িত ?

ক) উচ্চ নায়ালয়

খ) উচ্চতম ন্যায়ালয়

গ) ক , খ দুয়োটাই

ঘ) জিলা আদালত

= ক , খ দুয়োটাই

 

৪) কোনটো পঞ্চবার্ষিক পৰিকল্পনাত অর্থনৈতিক অন্তভূক্তিৰ ধাৰণাটো গ্রহণ কৰা হৈছিল ?

ক) অষ্টম

খ) নৱ্ম

গ) দশম

ঘ) ১১ ত্‌ম

= ১১ ত্‌ম

 

৫)  স্বাধীন ভাৰতৰ বুৰঞ্জীত আটাইতকৈ উচ্চ মুল্যৰ মুদ্রা হৈছে –

ক) ৫০০০ টকা

খ) ১০০০ টকা

গ) ২০০০ টকা

ঘ) ১০০০০ টকা

= ১০০০০ টকা

 

৬) অক্টোবৰ বিপ্লৱ কোন দেশৰ লগত জড়িত ?

ক) আমেৰিকা

খ) ফ্রান্স

গ) ৰাছিয়া

ঘ) জার্মানী

= ৰাছিয়া

 

৭) আধাৰ মুল্যৰ ক্ষেত্রত তলৰ কোনখন সমিতিৰ পৰামর্শ RBI য়ে ২০১০ চনৰ ১ জুলাইৰ পৰা প্রয়োগ কৰিছে ?

ক) উষা থ্রট

খ) দীপক মহান্তি

গ) জি. গোপালন

ঘ) এন সদাভিয়ান

= দীপক মহান্তি

 

৮ ) Graphical User Interface ৰ বিষয়ে কোনে প্রথম ধাৰণা আগবঢ়াইছিল ?

ক) ষ্টিভ জবচ

খ) দ্গলাচ এঞ্জেলবার্ট

গ) এলান কে

ঘ) বিল গেটচ

= এলান কে

 

৯) চাবোন প্রস্তুতত সাধাৰণতে কি পদার্থ ব্যবহাৰ কৰা হয় ?

ক) Sodium or Potassium salts of long chain fatty acids

খ) Magnesium or Aluminium salts of long chain fatty acids

গ) Cobalt or Copper salts of long chain fatty acids

ঘ) সকলো

= Sodium or Potassium salts of long chain fatty acids

 

১০)  Hypoglycemia আৰু Hyperglycemia শব্দ দুটা তলৰ কিহৰ লগত জড়িত ?

ক) Body Fat          

খ) Blood Sugar

গ) Metabolism of Sugar galactose

ঘ) Resipiration

= Blood Sugar

Leave a Comment

error: Warning, you aare not allowed to copy this element