১) লক-ডাউনৰ মাজত প্রয়োজনীয় সামগ্রী সৰহবৰাহৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই ই-পাছ ব্যবস্থা চমুকৈ PRAGYAAM প্রৱর্তন কৰিছে ?
ক) তেলেঙ্গানা
খ) ওড়িষ্যা
গ) ঝাড়খণ্ড
ঘ) পাঞ্জাৱ
= ঝাড়খণ্ড
২) আন্তর্জাতিক অলিম্পিক কমিটিয়ে ২০২১ বর্ষ টকিও অলিম্পিক তলৰ কোনখন দেশলৈ স্থানান্তৰিত কৰে ?
ক) গ্রীচ
খ) চুইজাৰলেণ্ড
গ) ইটালি
ঘ) মার্কিন যুক্তৰাষ্ট্র
= চুইজাৰলেণ্ড
৩) ৰিজার্ভ বেংকৰ নতুন নিয়মাৱলী অনুসৰি সকলো ব্যক্তিগত আৰু বিদেশী বেংকে তেওঁলোকৰ এম. ডি. আৰু চি.ই.অ. নিযুক্তিৰ বাবে কিমান মাহৰ পূর্বে ৰিজাভ বেংকক অৱগত কৰাব লাগে ?
ক) তিনি
খ) চাৰি
গ) ছয়
ঘ) আঁঠ
= ছয়
৪) ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজ্যিক দিৱসক উৎকল দিৱস হিচাপে উদ্যাপন কৰা হয় ?
ক) ৰাজস্থান
খ) ওড়িষ্যা
গ) গুজৰাট
ঘ) কর্ণাটক
=ওড়িষ্যা
৫) ভাৰতত কোনখন ৰাষ্ট্রৰ লগত থকা কুটনৈতিক সম্পর্কৰ ৭০ তম্ প্রতিষ্ঠা দিৱস ১ এপ্রিল তাৰিখে উদ্যাপন কৰা হয় ?
ক) থাইলেণ্ড
খ) চীন
গ) জাপান
ঘ) নেপাল
= চীন
৬) কৰণাভাইৰাছৰ সংক্রমণৰ তথ্য লাভ কৰিবৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰা মবাইল এপটোৰ নাম কি ?
ক) ভাৰত কৰোণা
খ) ইণ্ডিয়া ফ্লাইট
গ) আৰোগ্য সেতু
ঘ) কভিড ইণ্ডিয়া
= আৰোগ্য সেতু
৭) সম্প্রতি বন্ধ হৈ যোৱা ‘নাইবাৰলি” এপ্লিকেশ্বন কোনটো কোম্পানীৰ আছিল ?
ক) মাইক্রচফত
খ) গুগল
গ) ফেচবুক
ঘ) অ্যামাজন
= গুগল
৮) এছিয়ান উন্নয়ন বেংকৰ (এডিবি) সাম্প্রতিক প্রতিবেদন অনুযায়ী চলিত বিত্তীয় বছৰৰ ভাৰতৰ বৃদ্ধিৰ হাৰ কিমান হ’ব?
ক) ৫.০ %
খ) ৪.৫ %
গ) ৪.০ %
ঘ) ৩.৫ %
= ৪.০ %
৯) ‘প্রাণী অধিকাৰ সংস্থা’ চমুকৈ পেটা ইণ্ডিয়াই ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্রীক “Hero to Animals Award” প্রদান কৰিছে ?
ক) পশ্চিমবঙ্গ
খ) ৰাজস্থান
গ) কেৰেলা
ঘ) ওড়িষ্যা
= ওড়িষ্যা
১০) কোন সংস্থাৰ গবেষণা কেন্দ্রটি ‘Personnel Sanitization Enclosure’নামে সম্পূর্ণ শৰীৰ নির্বীজন চেম্বাৰ তৈয়াৰ কৰিছে ?
ক) প্রতিৰক্ষা গৱেষণা ও উন্নয়ন সংস্থা
খ) অল ইন্ডিয়া মেডিকেল চায়েন্স ইনস্টিটিউট
গ) ভাৰতীয় বিজ্ঞান ইনস্টিটিউট
ঘ) ভাৰত ইলেকট্রনিক্স লিমিটেড
= প্রতিৰক্ষা গৱেষণা ও উন্নয়ন সংস্থা