১) নিম্নলিখিত কোন দেশৰ কৃষ্ণ সাগৰৰ লগত ইয়াৰ সীমা ভাগ কৰা নাই ?
ক) জর্জিয়া
খ) বুলগেৰিয়া
গ) বেলাৰুচ
ঘ) তুৰস্ক
= বেলাৰুচ
২) কিমান চনত মহাত্মা গান্ধীয়ে সবৰমতী আশ্রম প্রতিষ্ঠা কৰিছিল ?
ক) ১৯১০ চনত
খ) ১৯১২ চনত
গ) ১৯১৫ চনত
ঘ) ১৯১৭ চনত
= ১৯১৭ চনত
৩) কিমান চনত ৰবার্ট এডউইন পেৰি সর্বপ্রথম উত্তৰ মেৰুত উপস্থিত হৈছিল ?
ক) ১৯০৬ চনত
খ) ১৯০৯ চনত
গ) ১৯১১ চনত
ঘ) ১৯১২ চনত
= ১৯০৯ চনত
৪) Hydaspes যুদ্ধ খ্রীষ্টপূর্ব ৩২৬ ত আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত হৈছিল । Hydaspes মানে কোন নদী ?
ক) ঝিলাম
খ) সিন্ধু
গ) বীচ্চ
ঘ) ৰবি
= ঝিলাম
৫) ১৯৯২ চনত শীতল যুদ্ধৰ সমাপ্তিৰ পাছত যেতিয়া ছোভিয়েট ইউনিয়ৰ পতন হৈছিল, তলৰ কি নীতি আৰম্ভ হৈছিল ?
ক) অর্থনৈতিক উদাৰীকৰণ
খ) পূবলৈ চোৱা নীতি
গ) জাতীয় জনসংখ্যা নীতি
ঘ) শিক্ষাৰ জাতীয় নীতি
= পূবলৈ চোৱা নীতি
৬) পিতৃত্ব নির্ণয়ৰ বাবে তলৰ কোনটো পৰীক্ষা আটাইতকৈ উপযুক্ত?
ক) তেজৰ গ্রুপিং
খ) টিচু কালচাৰ
গ) ডি এন এ পৰীক্ষা
ঘ) জিনেটিক পৰীক্ষা
= ডি এন এ পৰীক্ষা
৭) ইকুৱেডৰৰ ৰাজধানী কি ?
ক) Bogotá
খ) Asunción
গ) Lima
ঘ) Quinto
= Quinto
৮) ‘ফুটবল’ খেলৰ লগত তলৰ কোন ট্রফি সম্পর্কিত?
ক) মুম্বাই গোল্ড কাপ
খ) এভাৰেষ্ট কাপ
গ) মেৰডেকা কাপ
ঘ) ভি. চি. চি. কাপ
= মেৰডেকা কাপ
৯) কোনখন দেশে Indian Ocean Rim Association for Regional Cooperation (IOR-ARC) প্রতিষ্ঠাত আগভাগ লৈছিল ?
ক) ভাৰত
খ) শ্রীলঙ্কা
গ) মালদ্বীপ
ঘ) মৰিচাছ
= মৰিচাছ
১০) তলৰ কোনবিধ কাম কোনটো বিভাগৰ লগত জড়িত ?
(১)প্রকল্প স্বর্ণ – ৰেলপথ মন্ত্রণালয়
(২)প্রকল্প চমন – কৃষি মন্ত্রণালয়
(৩)প্রকল্প DARPAN – যোগাযোগ মন্ত্রণালয়
ওপৰৰ কোনটো শুদ্ধ ?
ক) কেৱল ১ আৰু ২
খ) কেৱল ২ আৰু ৩
গ) কেৱল ১ আৰু ৩
ঘ) ১, ২ আৰু ৩ শুদ্ধ
= ১, ২ আৰু ৩ শুদ্ধ