Join Assam Study Centre Channel

Assam General Knowledge (GK) Questions and Answers 2019

-Assam General Knowledge for UP TET examination 2019-

Helow Assam TET aspirants. Here We Assam Study Centre bring out a series for preparation of TET examination both for Lower Primary (L.P.) and Upper Primary (UP) level. In this series we forwarded 100 objective questions along with answers. In these questions we mainly focused on the questions based on Assam covering mainly  geography and environmental science. You can download these questions in PDF format also. All the questions and answers are in Assamese language.

ইয়াত আমি আগবঢ়াইছো আগন্তুক অসম টেট পৰীক্ষাত প্রস্তুতিৰ বাবে সাধাৰণ জ্ঞান বিষয়ৰ ওপৰত ১০০ টা বস্তুনিষ্ঠ প্রশ্ন আৰু উত্তৰ সমুহ । বিশেষকৈ নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক টেট পৰীক্ষাৰ বাবে প্রস্তুতি হব পৰাকৈ এই প্রশ্নসমুহ  প্রস্তুত কৰা হৈছে । ইয়াত বিশেষ গুৰুত্ব দিয়া হৈছে অসমৰ বিভিন্ন বিষয়ৰ ওপৰত। ভুগোল আৰু পৰিৱেশ বিজ্ঞান বিষয়ক লৈ এই প্রশ্ন সমুহ প্রস্তুত কৰা হৈছে । এই প্রশ্নসমুহ PDF আকাৰটো দাউনলোড কৰিব পাৰিব ।
Why  Assam General Knowledge for UP TET examination 2019 ?
Assam Study Centre is a pioneer blog who are preparing a series of study materials for the help of the students who are planning to appear in various competitive examination. We prepare this questions along with answers by various experts of different fields. Students are asked to read carefully all the questions to crack the examination.



    Assam General Knowledge for UP TET examination 2019

১) ভাৰতৰ পুব আৰু পশ্চিম সীমান্তত থকা দুখন ঠাইৰ সময়ৰ পার্থক্য কিমান ?
= প্রায় ২ ঘণ্টা ।

২) ভাৰত মহাসাগৰত অবস্থিত এখন বিদেশী ৰাষ্ট্রৰ নাম লিখা ।
= মালদ্বীপ

৩) সিন্ধু নদীৰ মূল উপনদীখনৰ নাম কি ?
= ঝিলাম

৪) “পঞ্চনদ”ত কোনখন নদী অন্তভূক্ত হোৱা নাই ?
= সিন্ধু
৫)সিন্ধুৰ বৃহত্তম উপনৈ খনৰ নাম লিখা ।
= চেনাব

৬) ভাগীৰথী নৈ অলকানন্দাৰ লগত ক’ত মিলিত হৈছে ?
= দেৱ প্রয়াগত

৭)গংগোত্রী হিমবাহৰ ওচৰত গংগা নদীৰ নাম কি ?
= ভাগীৰথী

৮ ) কোনখন নদীক “বংগৰ দুখ” বুলি কোৱা হয় ?
= দামোদৰ ।

৯) “চাংপো” কোনখন নৈৰ অন্য নাম ?
= ব্রহ্মপুত্র

১০) বাংলাদেশত কোনখন নৈৰ লগত ব্রহ্মপুত্র লগ লাগিছে ?
= তিস্তা

১১) দক্ষিণ ভাৰতৰ আটাইতকৈ বৃহৎ নদীখনৰ নাম লিখা ।
= গোদাবৰী

১২) “আম-বৃষ্টি” ভাৰতৰ ক’ত হোৱা দেখা যায় ?
= কেৰালা আৰু উপকুলীয় কর্ণাটকত

১৩) শিলৰ বয়স কেনেকৈ জানিব পাৰি ?
= জীৱশ্মৰ পৰা

১৪) সেউজীয়া উদ্ভিদ সমুহক কি বুলি জনা যায় ?
= উৎপাদক

১৫) কিমান চনত ভাৰতত হাতী প্রকল্প আৰম্ভ কৰা হৈছিল ?
= ১৯৯২ চনত

১৬) কিমান চনত ভাৰতত ব্যাঘ্র প্রকল্প আৰম্ভ হৈছিল ?
= ১৯৭৩ চনত ।

১৭) “ মাছমাৰি” জৈৱ সংৰক্ষিত বনাঞ্চল ক’ত অবস্থিত ?
= মধ্য প্রদেশত

১৮) ভাৰতৰ কোনখন নৈক “বৃদ্ধ গংগা” বুলি কোৱা হয় ?
= গোদাবৰী

১৯) ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সর্বাধিক ?
= পশ্চিমবংগ ।

২০) ভাৰতৰ কোনখন ৰাজ্য আয়তনত ডাঙৰ ?
= ৰাজস্থান

২১) ভাৰতৰ কোণখন ৰাজ্য আয়তনত সৰু ?
= গোৱা

২২) ভাৰতৰ সর্বাধিক ৰাজ্যই চুই যোৱা ৰাজ্য কোনখন ?
= উত্তৰ প্রদেশ

২৩) বিশ্বত ভাৰতৰ ভৌগোলিক অবস্থিতি কি ?
= ৮˚৪ আৰু ৩৭.˚ ৬ উত্তৰ অক্ষাংশৰ ভিতৰত

২৪) কোনখন মহাসাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে ?
= বংগোপসাগৰত

২৫) কোনখন সাগৰত লাক্ষদীপ আছে ?
= আৰব সাগৰত

২৬) ভাৰতত কোনটো প্রতিষ্ঠানে টপগ্রাফিকেল মেপ প্রস্তুত কৰে ?
= ছার্ভে অৱ ইণ্ডিয়াই

২৭) ভাৰতৰ প্রথমটো কপাহী বস্ত্রৰ কাৰখানা কোনখন ৰাজ্যত প্রতিষ্ঠা কৰা হৈছিল ?
= পশ্চিমবংগ

২৮) ভাৰতৰ কোনটো অংশক “ব্রেড বাছকেট” বুলি কোৱা হয় ?
= উত্তৰ ভাৰত

২৯) কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান ?
= তৃতীয়

৩০) ৰামগিৰি সোণৰ খনি ভাৰতৰ ক’ত আছে ?
= অন্ধ্রপ্রদেশত

৩১) হুট্টি সোণ ক্ষেত্র ভাৰতৰ ক’ত আছে ?
= কর্ণাটকত

৩২) কোলাৰ সোণ ক্ষেত্র ভাৰতৰ ক’ত আছে ?
= কর্ণাটকত

৩৩) ভাৰতৰ হীৰাৰ ভাণ্ডাৰ ক’ত আছে ?
= পান্না বেল্টত

৩৪) গেফাইট উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য আগবঢ়া ?
= উৰিষ্যা
৩৫) কিমান চনত কলকাতাৰ পৰা ব্রহ্মপুত্রইদি ব্রহ্মপুতে সমতললৈ জাহাজ চলাচল আৰম্ভ হয়?
= ১৮৪৯ চনত

৩৬) উত্তৰ –পুব ভাৰতৰ দুৱাৰমুখ বুলি কাক কোৱা হয় ?
= গুৱাহাটী

৩৭) কলকাতাৰ পৰা ঢাকা হৈ শিলচৰলৈ প্রথম ৰেল কিমান চনত আহে?
= ১৮৫০ চনত

৩৮) অসমৰ সর্বোচ্চ শৃংগটোৰ নাম কি ?
= লাইকেই

৩৯) অসমৰ চিমেণ্ট কাৰখানা ক’ত আছে ?
= বোকাজানত

৪০) গিবন অভয়াৰণ্য কোনখন নদীৰ কাষত অবস্থিত ?
= ভোগদৈ

৪১) অসমৰ কার্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ?
= সিংহাসন পাহাৰ

৪২) ব্রহ্মপুত্র আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰটোৰ নাম কি ?
= বৰাইল পাহাৰ

৪৩) অসমৰ ভিতৰত দীর্ঘতম ৰেলপথৰ সুৰংগ ক’ত আছে ?
= মাহুৰত

৪৪) অসমত সর্বপ্রথম জুইশলা কাৰখানা কোনখন জিলাত স্থাপিত হৈছিল ?
= ধুবুৰীত

৪৫) কলীয়াভোমোৰা দলঙে কোন দুখন জিলাক সংযোগ কৰিছে ?
= নগাঁও আৰু শোণিতপুৰক

৪৬) বগীবিল দলঙে কোন দুখন জিলাক সংযোগ কৰিছে ?
= ধেমাজি আৰু ডিব্রুগড়ক

৪৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ গৱেষণা কেন্দ্রটো ক’ত আছে ?
= যোৰহাটত

৪৮) কিমান চনত নুনমাটি তেল শোধনাগাৰত তেল উৎপাদন আৰম্ভ হয় ?
= ১৯৬২ চনত

৪৯) কার্বি আংলং জিলাৰ মাজেদি নগাঁও-ডিমাপুৰক সংযোগ কৰা ৰাষ্ট্রীয় ঘাই পথটো কিমান নং ৰাষ্ট্রীয় পথ ?
= ৩৬ নং

৫০) অসমৰ আন্তঃজার্তিক বিমান বন্দৰটোৰ নাম কি ?

= লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃজার্তিক বিমান বন্দৰ

৫১) কোনটো মাহত প্রতিবছৰে কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হয় ?
= জুন – জুলাইত

৫২) ব্রহ্মপুত্র নদীৰ গতিৰ প্রবণতা কোন দিশে ?
= দক্ষিণ দিশে

৫৩) “পণীয়া সোণৰ দেশ” বুলি কাক কোৱা হয় ?
= অসম

৫৪) অসমত প্রথম খাৰুৱা তেলৰ সন্ধান কিমান চনত পোৱা গৈছিল ?
= ১৮৮৬ চনত

৫৫) এছিয়াৰ প্রথমটো তেল শোধনাগাৰ ডিগবৈত কিমান চনত স্থাপিত হৈছিল ?
= ১৯০১ চনত

৫৬) চক্রশীলা অভয়াৰণ্য কোন ঠাইত আছে ?
= ধুবুৰী জিলাত

৫৭) মুর্কংচেলেং ৰেলষ্টেচনটো অসমৰ কোনখন জিলাত আছে ?
= ধেমাজি জিলাত

৫৮) অসমৰ মুঠ মাটিকালি কিমান ?
= ৭৮, ৪৩৮ বর্গ কি.মি.

৫৯) অসমৰ পশ্চিমফালে থকা এখন বিদেশী ৰাষ্ট্রৰ নাম লিখা ।
= বাংলাদেশ

৬০) মাজুলী নদী দ্বীপ কোনখন জিলাত আছে ?
=মাজুলীত

৬১) দুলুং সংৰক্ষিত বনাঞ্চল ক’ত অবস্থিত ?
= লক্ষীম্পুৰ জিলাত

৬২) মানস ৰাষ্ট্রীয় উদ্যান ক’ত অবস্থিত ?
= বৰপেটা জিলাত

৬৩) লাওখোলা অভয়াৰণ্য কোনখন জিলাত অবস্থিত ?
= নগাঁও জিলাত

৬৪) নামবৰ দৈগ্রোং অভয়াৰণ্য কোনখন জিলাত অবস্থিত ?
= গোলাঘাট জিলাত

৬৫) নামেৰী ৰাষ্ট্রীয় উদ্যান ক’ত অবস্থিত ?
= শোণিতপুৰ জিলাত

৬৬) পবিতৰা অভয়াৰণ্য কোনখন জিলাত অবস্থিত ?
= মৰিগাঁও জিলাত

৬৭) ওৰাং ৰাষ্ট্রীয় উদ্যান ক’ত অবস্থিত ?
= দৰং জিলাত

৬৮) দীপৰ বিল পক্ষী উদ্যান কোনখন জিলাত অবস্থিত ?
= কামৰূপ জিলাত

৬৯) কাঁহৰ বাচন-বর্তন প্রস্তুত কৰা অসমৰ প্রসিদ্ধ স্থানৰ নাম কি ?
= সর্থেবাৰী

৭০) ব্রহ্মপুত্র উপত্যকাত ৰেল সেৱা আৰম্ভ কিমান চনত হয় ?

= ১৮৮৪ চনত 

৭১) হীৰাকুণ্ড নদী বান্ধ কোনখন নৈত আছে ?
= মহানদী

৭২) কোন দুটা ষ্টেচনৰ মাজত ভাৰতত প্রথম ৰেলগাড়ী চলিছিল ?
= বোম্বাইৰ পৰা থানে লৈ

৭৩) লগটক হৃদ কোনখন ৰাজ্যত অবস্থিত ?
= মণিপুৰ

৭৪) আকাৰত উত্তৰ পুর্বাঞ্চলৰ কোনখন ৰাজ্য বৃহৎ ?
= অৰুণাচল

৭৫) সাগৰপৃষ্ঠৰ পৰা কাশ্মীৰ সমভূমিৰ উচ্চতা কিমান ?
= প্রায় ১৭০০ মিটাৰ

৭৬) এছিয়াৰ ভিতৰত থকা উত্তৰ পুর্বাঞ্চলৰ বৃহৎ গাওঁখনৰ নাম কি ?
= কহিমা

৭৭) কাক উত্তৰ পুব ভাৰতৰ প্রথম বাসিন্দা বুলি কোৱা হয় ?
= অষ্ট্র-এছীয়সকলক

৭৮) ভাৰতৰ আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি ?
= উত্তৰ প্রদেশ

৭৯) কিমান চনত অৰুণাচল প্রদেশ গঠন হৈছিল ?
= ১৯৮৭ চনত

৮০) হিন্দুসকলৰ পবিত্র স্থান হৰিদ্বাৰ কোণখন নদীৰ পাৰত অবস্থিত ?

= গংগা

৮১) ভাৰতত দক্ষিণ-পশ্চিম মৌচুমী বতাহ কিমান মাহত বলে ?
= জুনৰ পৰা ছেপ্তেম্বৰলৈকে

৮২) অসম চুক্তিৰ আধাৰত স্থাপন হোৱা তেল শোধনাগাৰটোৰ নাম কি ?
= নুমলীগড় তেল শোধনাগাৰ

৮৩) ভাৰতৰ প্রথম কৃষি বিশ্ববিদ্যালয়খনৰ নাম কি ?
= গোবিন্দ বল্লভ পণ্ট কৃষি বিশ্ববিদ্যালয়

৮৪) ভাৰতৰ প্রত্ম পশু চিকিৎসক জনৰ নাম কি ?
= উইলিয়াম মুৰক্রফট

৮৫)ভাৰতৰ প্রথমজন অস্থায়ী কার্যবাহী ৰাষ্ট্রপতি কোন আছিল ?
= ভি.ভি.গিৰি

৮৬) ভাৰতৰ কোনজন প্রধানমন্ত্রীক প্রথমবাৰৰ বাবে আদালতে চমন জাৰি কৰিছিল ?
= পি ভি নৰসিংহ ৰাও

৮৭) ভাৰতৰ ইতিহাসত কোনজন প্রধানমন্ত্রীয়ে প্রথমবাৰৰ বাবে পদত্যাগ কৰিছিল ?
= মোৰাৰজী দেশাই

৮৮) বিশ্ব খাদ্য বঁটা লাভ কৰা প্রথমজন ভাৰতীয় কোন আছিল ?
= ড˚ এম এছ স্বামীনাথন

৮৯) লোকসভাৰ প্রথম উপাধ্যক্ষৰ নাম লিখা ।
= অনন্তশয়নম আয়েংগাৰ

৯০) ভাৰতৰ সংসদৰ সদস্যপদ হেৰুওৱা প্রথম সাংসদ জন কোন আছিল ?

=লালধুমা, মিজোৰাম


৯১) ৰাষ্ট্রসংঘত হিন্দীত ভাষণ দিয়া প্রথমজন প্রধানমন্ত্রী কোন আছিল ?
= অটল বিহাৰী বাজপেয়ী 
৯২) অ’জন স্তৰ বায়ুমমডলৰ কোনটো স্তৰত আছে ?
= ষ্ট্রেটস্ফিয়েৰত

৯৩) হেপাটাইটিছ অণুজীৱৰ পৰা হোৱা ৰোগবিধৰ নাম কি ?
= জণ্ডিচ

৯৪) কোনবিধ মৌলই গছৰ পাত সেউজীয়া কৰে ?
= নাইট্রজেন

৯৫) কোনজন ৰজাই বন্যপ্রাণী সংৰক্ষণত গুৰুত্ব দিছিল ?
= সম্রাট অশোক

৯৬) ভাৰতৰ ৰাষ্ট্রীয় গছ কি ?
= বৰগছ

৯৭) পাকিস্তানৰ ৰাষ্ট্রীয় গছ কি ?
= দেওদাৰ

৯৮) পৃথিৱীৰ দীর্ঘতম দিনটো কিমান তাৰিখে হয় ?
= ২১ জুন

৯৯) “নকল সোণ” বিলি কোনটো পদার্থক কোৱা হয় ?
= আইৰণ অক্সাইডক

১০০) গোবৰ গেছৰ মুল অংশটোৰ নাম কি ?
= মিথেন


How to download Assam General Knowledge (GK) Questions and Answers 2019 ?

To help the students we made a PDF file of these Assam General Knowledge (GK) Questions and Answers 2019. It is very easy to download this file. Just click the link below and save the PDF file in your computer of mobile. 
To download Assam General Knowledge (GK) Questions and Answers 2019 click here-





Leave a Comment

error: Warning, you aare not allowed to copy this element