Join Assam Study Centre Channel

Three Musketeers

তিনি মাস্কেটিয়াৰ

[3d-flip-book mode=”fullscreen” urlparam=”fb3d-page” id=”3570″ title=”false”]

 

তিনি মাস্কেটিয়াৰ- আলেকজেণ্ডাৰ ডুমাঃ অসমীয়া অনুবাদ – মৃদুস্মিতা ফুকন

১৬২৫ চনৰ এপ্রিল মাহৰ প্রথম  সোমবাৰৰ দিনা ফ্রান্সৰ ম্যংগ নামৰ সৰু চহৰখনত দীঘল মুখৰ এজন সুঠাম যুৱক উপস্থিত হ’ল। লগে লগে আৰম্ভ হ’ল এই সাহসী, ন্যায়পৰায়ণ, নিষ্ঠাবান যুৱক দ্যার্টান্যৰ সংঘাট-বিষাদ-প্রত্যাহব্বান-পৰীক্ষা-পুৰস্কাৰেৰে ভৰা এক সুদীর্ঘ পৰিক্রমা। তেওঁ লগ পালে মঁছিঅ’ দ্য ট্রেভিলৰ দৰে উদাৰ অভিভাবকক আৰু কার্ডিনেলৰ দৰে ষড়যন্ত্রকাৰীক। লগ পালে ৰজাৰ তৰোৱালধাৰী সাহসী সৈনিক মাস্কেটিয়াৰসকলৰ উল্লেখযোগ্য তিনিজনা – আট’ছ, পর্টছ আৰু আৰামিছক । এই তিনি মাস্কেটিয়াৰৰ লগত দ্যার্টান্যৰ জীৱন এৰান নোৱৰাকৈ বান্ধ খাই পৰিল। আনকি অত সুন্দৰী মহিলা শ্রীমতী বনাছিউৰ লগতো দ্যার্টান্যৰ হৃদয়ৰ গাঢ় সম্পর্ক স্থাপিত হ’ল। ইংলণ্ড-ফ্রান্সৰ যুদ্ধৰ লগে লগে জীৱনো চলি গৈ থাকিল। শেষত দ্যার্টান্য আৰু মাস্কেটিয়াৰ তিনিজনৰ কি হ’ল? কি হ’ল দ্যার্টান্য আৰু বনাছিউৰ মাজৰ সম্পর্ক ?

Leave a Comment

error: Warning, you aare not allowed to copy this element