Join Assam Study Centre Channel

MCQ on Indian Polity and Government- Series 37

Political Science MCQ GK . প্ৰিয় শিক্ষাৰ্থী, আমি আপোনালোকৰ ভাৰতীয় ৰাজনীতিৰ ওপৰত ১০ টা MCQ প্রশ্নোত্তৰৰ এটা ছেট উপস্থাপন কৰিছো। আমাৰ অভিজ্ঞ দলে আপোনাকলৈ বিষয় অনুসৰি প্ৰশ্ন  আগবঢ়াই আহিছে  যাতে আপুনি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত সকলো প্ৰাসঙ্গিক প্ৰশ্নৰ সম্পূৰ্ণ ধাৰণা কৰিব পাৰে।

Political Science MCQ GK

তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা 

১)  নিম্নলিখিত কোনটো বিবৃতি জম্মু আৰু কাশ্মীৰৰ বিষয়ে শুদ্ধ আছিল ?

i) ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ স্থিতি প্ৰদান কৰিছিল

ii)  ভাৰতীয় সংবিধানৰ XX অংশত জম্মু আৰু কাশ্মীৰৰ বাবে বিশেষ স্থিতি উল্লেখ কৰা হৈছিল

iii) ভাৰতৰ সংবিধানৰ সকলো বিধান জম্মু আৰু কাশ্মীৰৰ ওপৰত প্ৰযোজ্য নাছিল

ক) কেৱল i

খ) কেৱল i, ii

গ) কেৱল i,iii

ঘ) সকলো i, ii, iii

২) জম্মু-কাশ্মীৰক ভাৰতৰ লগত  অন্তভূক্ত কৰা হৈছিল ?

ক) ২৬ অক্টোবৰ ১৯৪৭

খ) ১৫ আগষ্ট, ১৯৪৭

গ) ২০ জুন ১৯৪৮

ঘ) ২০ ডিচেম্বৰ ১৯৪৯

৩)  সংবিধানত  ১১ ত্‌ম মৌলিক কর্তব্যটো অন্তভূক্ত কৰা হৈছিল –

ক) ৯২ তম সাংবিধানিক সংশোধনী আইনৰ যোগেদি

খ) ৮৬ তম সাংবিধানিক সংশোধনী আইনৰ যোগেদি

গ) ১০২ তম সাংবিধানিক সংশোধনী আইনৰ যোগেদি

ঘ) এইবোৰৰ কোনো নহয়

৪) নিম্নলিখিত কোনটো বিবৃতি শুদ্ধ নহয়?

ক) ৰাষ্ট্ৰপতি হৈছে কেন্দ্রৰ  প্ৰধান কার্যপালিকা

খ) ভাৰতৰ ৰাষ্ট্ৰপতি হ’বলৈ, এজন ব্যক্তিৰ বয়স ৩০ বছৰ সম্পূৰ্ণ হ’ব লাগিব

গ) ভাৰতৰ ৰাষ্ট্ৰপতি হ’বলৈ, ভাৰত চৰকাৰৰ অধীনত  কোনো লাভজনক পদত অধিষ্ঠিত হৈ থাকিব নালাগিবো

আপুনি যদি আমাৰ এই Political Science GK MCQপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ বা টুইটাৰত বা টেলিগ্ৰাম ‘ত অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

ঘ) ভাৰতৰ ৰাষ্ট্ৰপতি হ’বলৈ এজন ব্যক্তিৰ সংসদৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগিব 

৫) নিম্নলিখিত কোনজন ব্যক্তিক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি নিদিয়ে ?

ক) ভাৰতৰ প্ৰধানমন্ত্ৰী

খ) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল

গ) মুখ্য নিৰ্বাচ্নী আয়ুক্ত

ঘ) এইবোৰৰ কোনো নহয়

৬) নিম্নলিখিত কোনজন ব্যক্তিয়েও তেওঁৰ পদত্যাগ পত্র ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল নকৰে?

ক) ভাৰতৰ উপৰাষ্ট্ৰপতি

খ) ভাৰতৰ মুখ্য ন্যায়াধীশ

গ) লোকসভাৰ অধ্যক্ষ

ঘ) ভাৰতৰ প্ৰধানমন্ত্ৰী

৭)  নিম্নলিখিত কোনটো ৰাজ্যৰ ৰাজ্যপাল হ‘বলৈ বাধ্যতামূলক যোগ্যতা নহয়?

ক) ৰাষ্ট্রপতিৰ পদৰ বাবে থকা অৰ্হতা

খ) ৩০ বছৰ বয়স

গ)  কোনো লাভজনক পদত থাকিব নালাগিব

ঘ) তেওঁক ভাৰতৰ ৰাষ্ট্রপতিৰ দ্বাৰা নিযুক্ত দিয়া হয়

৮) নিম্নলিখিত কোনটো সঠিকভাৱে মিলিছে ?

ক) অনুচ্ছেদ ১২৪ – উচ্চতম ন্যায়ালয়ৰ  গঠন

খ) অনুচ্ছেদ ১৪৮  কেগৰ নিযুক্তি

গ) অনুচ্ছেদ ৩১৫  লোকসেৱা আয়োগৰ গঠন

ঘ) অনুচ্ছেদ ১১২   বিত্ত বিলৰ সংজ্ঞা

৯) ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য সঁচা নহয়?

ক) মুখ্য নিৰ্বাচন আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে

খ) মুখ্য নিৰ্বাচন আয়ুক্তক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰেই আঁতৰাব পাৰি।

গ) শ্ৰীযুত ভি এছ সম্পথ ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত।

ঘ) মুখ্য নিৰ্বাচন আয়ুক্তক ৬ বছৰৰ কার্যকালৰ বাবে নিযুক্তি দিয়া  হয়

১০) ভাৰতৰ পঞ্চায়ত ব্যবস্থাৰ বিষয়ে নিম্নলিখিত কোনটো সঁচা নহয়?

ক) সংবিধানৰ নৱম অংশত পঞ্চায়তৰ  তিনিটা তৰপীয়া ব্যবস্থাৰ পৰিকল্পনা কৰা হৈছে

খ) কেন্দ্রীয় চৰকাৰৰ আইন অনুসৰি প্রত্যেক পঞ্চায়তৰ সভাপতিক নির্বাচিত কৰা হয় 

গ) পঞ্চায়তৰ মুঠ আসনৰ ভিতৰত এক তৃতীয়াংশ  আসন মহিলাৰ বাবে সংৰক্ষিত

ঘ) প্ৰতিখন পঞ্চায়তৰ কার্যকাল ৫ বছৰ

উত্তৰসমূহ

প্রশ্নউত্তৰ
১০

Leave a Comment

error: Warning, you aare not allowed to copy this element