Join Assam Study Centre Channel

MCQ on Pedagogy, Questions 61 – 90

৬১)  সাম্প্রতিক সময়ত এটা ভাল শিক্ষণ পদ্ধতি হল

ক) বেলেগ বেলেগ শ্রেণীৰ সকলো শিশুৰ বাবে বিভিন্ন পর্যায়ৰ শিক্ষণ পদ্ধতি

খ) টকাৰ ওপৰত ভিত্তি কৰি যি শিক্ষা দিয়াৰ ব্যবস্থা

গ) বিভিন্ন শ্রেণীৰ লৰা-ছোৱাচলীবোৰৰ বাবে একেই পর্যায়ৰ শিক্ষণ পদ্ধতিৰ ব্যবস্থা

ঘ) সেই পদ্ধতি য’ত টিউশ্যন আবশ্যকীয়

=গ

 

৬২)  স্কুল দীঘলীয়া সময়ৰ বাবে বন্ধ আছে, স্কুল খোলাৰ পাছত তুমি ছাত্র-ছাত্রীক কেনেকৈ পঢুৱাবা ?

ক) তুমি হমৱর্ক পৰীক্ষা কৰিবা

খ) তুমি ছাত্র-ছাত্রীক তোমাৰ ঘৰত টিউশ্যন কৰিবলৈ মাতিবা

গ) আৱশ্যক অনুযায়ী তুমি অতিৰিক্ত সময় দিবা

ঘ) তোমাৰ ৰুটিন মতে পঢ়ুৱাবা

= গ

 

৬৩)  তুমি এজন মেধাসম্পন্ন শিক্ষক, কিন্তু ছাত্র-ছাত্রী তোমাৰ শিক্ষণ পদ্ধতিক লৈ সস্তুষ্ট নহয়, তুমি কিদৰে পঢ়ুৱাবা ?

ক) প্রথমে তোমাৰ পদ্ধতিৰ বিষয়ে ক’বা।

খ) ছাত্র-ছাত্রীয়ে বিচৰাৰ মতে তোমাৰ পদ্ধতি সলনি কৰিবা

গ) পদ্ধতি সলনি কৰিবৰ বাবে পুনৰ প্রশিক্ষণ লবা

ঘ) ছাত্র-ছাত্রীয়ে বিচৰা ধৰণৰ পদ্ধতিৰ লগত মিলি যাবা

=ঘ

 

৬৪) ছাত্র-ছাত্রীসকলক তেওঁলোকৰ গবেষণাৰ প্রকৃতি উন্নয়নৰ বাবে তুমি কিদৰে শিক্ষা দিবা ?

ক) বিজ্ঞান অধ্যয়নৰ বাবে উদ্গনি যোগাবা

খ) আবিষ্কাৰকসকলৰ জীবনৰ বিষয়ে তেওঁলোকক ক’বা

গ) নিৰীক্ষণৰ সামর্থ্য উন্নয়নৰ চেষ্টা কৰিবা যাতে তেওঁলোকৰ তুলনামূলক সক্ষমতাৰ উন্নয়ন হয়।

ঘ) তেওঁলোকক শ্রেণীত কাম কৰিবলৈ দিবা আৰু নিৰীক্ষণ কৰিবা

= গ

 

৬৫) তোমাৰ বিষয়টোৰ ফলপ্রসূ শিক্ষণৰ বাবে তুমি কি কৰিবা ?

ক) বিষয়টোৰ লগত সম্পর্ক থকা প্রশ্ন সুধি অনুপ্রাণিত কৰিবা

খ) বিষয়টোৰ লগত সম্পর্কযুক্ত পাঠবোৰ পুনৰ অধ্যয়ন কৰিবলৈ কৈ

গ) পাঠবোৰৰ পৰা প্রশ্ন, হোমৱর্ক কৰিবলৈ দি

ঘ) শ্রেণীত তেওঁলোকক কাম কৰিবলৈ দি আৰু নিৰীক্ষণ কৰি

= ঘ

 

৬৬) শ্রেণীত পাঠদান কৰাৰ আগেয়ে, নতুন শিক্ষক হিচাপে তুমি কি কথা জানি লবা?

ক) ছাত্র-ছাত্রীক পাঠদান কৰাৰ পূর্বে বিষয়টোৰ সন্দর্ভত তেওঁলোকৰ জ্ঞান জানি ল’বা।

খ) ছাত্র-ছাত্রীসকলৰ দোষ-গুণবোৰ জানিবলৈ চেষ্টা কৰিবা

গ) শ্রেণীকোঠাৰ আকাৰ-প্রকাৰ আৰু দেখনীয়াৰ কৰাত অধিক মন দিবা

ঘ) প্রত্যেক ছাত্র-ছাত্রীক ব্যক্তিগত নির্দেশনা দিবাগ

= ঘ

 

৬৭)  ১৯৪২ চনত শ্বেলডনে মানুহক ব্যক্তিত্বৰ দিশত তিনি ভাগত ভগাইছিল-

ক) গোলোকাৰ, আয়তাকাৰ, দীর্ঘায়ু

খ) গো্লাকাৰ, খীণ, দুর্বল

গ) শকত, খীণ, আয়তাকাৰ

ঘ) গোলাকাৰ, কুগঠিত, দীর্ঘায়ু

= ক

 

৬৮)  ব্যক্তিয়ে নিজকে সুবিধাজনক আৰু সন্তোষজনকভাবে খাপ খুৱাই লব পাৰিলে ব্যক্তিত্বৰ বিকাশ

ক) বাধাপ্রাপ্ত হয়

খ) বাধামুক্ত হয়

গ) বিসংগতি হয়

ঘ) এটাও নহয়

= খ

 

৬৯)  আচৰণৰ সংশোধন কার্যই হল-

ক) জ্ঞান

খ) অভিজ্ঞতা

গ) শিক্ষণ

ঘ) অভ্যাস

= গ

 

৭০)  শিক্ষানুষ্ঠানত শিশুৰ প্রধান অনুকৰণীয় ব্যক্তি হ’ল-

ক) জ্যেষ্ঠ শিক্ষার্থী

খ) সহপাঠী

গ) শিক্ষক

ঘ) কর্মচাৰী

= গ

 

৭১) শিক্ষণৰ প্রধান উপাদান হ’ল-

ক) পাঁচটা

খ) দুটা

গ) তিনিটা

ঘ) চাৰিটা

= গ

 

৭২) তলৰ কোনটো শিক্ষণৰ উপাদান নহয়-

ক) দৈহিক উপাদান

খ) মনোবৈজ্ঞানিক উপাদান

গ) পাৰিপার্শ্বিক উপাদান

ঘ) সামাজিক উপাদান

= ঘ

 

৭৩)  শ্রেণী কক্ষৰ পৰিবেশ নেতিবাচক হলে শিশুৰ শিক্ষণ কার্য-

ক) ব্যাঘাত জন্মে

খ) সফলভাবে হয়

গ) সহায়ক হয়

ঘ) এটাও নহয়

= ক

 

৭৪) শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক আছিল-

ক) ৰুছো

খ) থর্ণডাইক

গ) মণ্টেশ্বৰী

ঘ) ৱাটচন

= খ

 

৭৫) তলত দিয়া কোনটো শিক্ষণৰ প্রধান নীতি নহয়

ক) ব্যবহাৰৰ নীতি

খ) ফলাফলৰ নীতি

গ) অনুশীলনৰ নীতি

ঘ) প্রস্তুতিৰ নীতি

= ক

 

৭৬) শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নিয়ম প্রণয়ন কৰাৰ মূলতে ক’ব পাৰি

ক) অনুশীলনৰ নীতিক

খ) প্রস্তুতিৰ নীতিক

গ) ফলাফলৰ নীতিক

ঘ) আটাইকেইটা শুদ্ধ

 

৭৭) এজন ভাল শিক্ষক হ’ল-

ক) শ্রেণীৰ সকলো ছাত্র-ছাত্রীকে সমদৃষ্টিৰে চোৱাজন

খ) আর্থিকভাবে দুর্বল ছাত্র-ছাত্রীক সহায় কৰাজন

গ) দৰিদ্র ছাত্র-ছাত্রীক টকা-পইচা দিয়াজন

ঘ) দুর্বল ছাত্র-ছাত্রীসকলক অধিক মনোযোগ দিয়াজন

= ক

 

৭৮) ছাত্র-ছাত্রীক আকর্ষণ কৰিবলৈ তুমি কি কৰিবা ?

ক) তুমি তোমাৰ আদর্শগত চৰিত্র  উপস্থাপন কৰিবা

খ) তোমাৰ সম্পদশালী অবস্থাটো দেখুৱাবা

গ) তুমি তোমাৰ চৰিত্র আদর্শগত আৰু বলিষ্ঠ কৰি ৰাখিবা

ঘ) তেওঁলোকক মনোগ্রাহী কাহিনী কৈ তোমাৰ সপক্ষে থাকিবলৈ ক’বা

= গ

 

৭৯) সেইসকল ছাত্র-ছাত্রীক লৈ শিক্ষকে গৌৰৱ কৰে, যিসকল-

ক) এজন খেলুৱৈ

খ) দেশৰ উন্নতিৰ বাবে অহোপুৰুষার্থ কৰে

গ) এজন শিক্ষক যিজনে ভালদৰে শিক্ষা দান কৰে

ঘ) সদায়েই শিক্ষকক সহায় কৰে

= খ

 

৮০) ছাত্র আৰু ছাত্রীৰ উভয়ৰে ব্যৱহাৰ জানিবলৈ তলৰ কোনটো পৰীক্ষা হাতত ল’বা ?

ক) ব্যক্তিত্বৰ পৰীক্ষা

খ) ছৰিঅ’গ্রাম

গ) ৰ’ৰচাচ টেষ্ট

ঘ) এনেকডলাৰ বেকর্ড

= খ

 

৮১)  শিক্ষাৰ ক্ষেত্রত গেছলেটৰ তত্ত্বটো কি ?

ক) যেতিয়া কোনো এজনে অধ্যয়নৰ সম্পূর্ণ সাৰমর্ম বুজি পায় তেতিয়া শিক্ষা সম্পূর্ণ হোৱা বুলি জনা যায়

খ) অন্য এটা বিষয় শিকিবলৈ এটা-বিষয় অধ্যয়ন কৰা

গ) ছাত্র-ছাত্রীৰ শাৰীৰিক উন্নয়নে তেওঁলোকৰ মানসিক সক্ষমতা

ঘ) সকলো বিষয় যেতিয়া পট়ি শেষ হয়, তেতিয়া জ্ঞান সম্পূর্ণ হোৱা বুলি জনা যায়

= গ

 

৮২) আচৰণবাদী মনোবিজ্ঞানী বুলি কোৱা হয়-

ক) ৱার্থিমাৰ, ৱাটচন

খ) পেভলভ, ৱাটচন

গ) থর্নডাইক, ৱাটচন

ঘ) ক’হলাৰ, কফকা

= খ

 

৮৩) অনুবন্ধনবাদ তত্ত্বৰ মতে স্বাভাবিক প্রতিক্রিয়াৰ সংশোধনেই হ’ল

ক) শিক্ষণ

খ) অভিজ্ঞান

গ) প্রচেষ্টা

ঘ) জ্ঞান

= ক

 

৮৪) অনুবন্ধনবাদৰ মতে স্বাভাবিক উদ্দীপক, কৃত্রিম উদ্দীপকলৈ সলনি কৰা হয়, কিন্তু প্রতিক্রিয়া সকলো সময়তে-

ক) একে থাকে

খ) সলনি হয়

গ) পৰিবর্তনশীল

ঘ) আটাইকেইটা শুদ্ধ

= ক

 

৮৫) আবেগিক অনুবন্ধনৰ জন্মদাতা আছিল-

ক) থর্নডাইক

খ) ৱাটচন

গ) ক’হলাৰ

ঘ) পেভলভ

= খ

 

৮৬) শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ জন্মদাতা আছিল

ক) পেভলভ

খ) থর্নডাইক

গ) ৱাটচন

ঘ) ৱার্থিনাৰ

= খ

 

৮৭) গেষ্টাল্টবাদীসকলে সৃষ্টি কৰা শিক্ষণৰ পদ্ধতিটো হ’ল-

ক) অন্তদর্শন পদ্ধতি

খ) ব্যবহাৰিক পদ্ধতি

গ) অনুকৰণ পদ্ধতি

ঘ) প্রচেষ্টা আৰু ভুল পদ্ধতি

= ক

 

৮৮) অনেক নকল কৰি বা অনুসৰণ কৰি ক্রিয়া আচৰণ শিকা যায়, তাকেই কোৱা হয়-

ক) অনুকৰণ পদ্ধতি

খ) প্রচেষ্টা আৰু ভুল পদ্ধতি

গ) অন্তদর্শন পদ্ধতি

ঘ) এটাও নহয়

= ক

 

৮৯) অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি-

ক) তিনিটা ভাগত

খ) চাৰিটা ভাগত

গ) পাঁচটা ভাগত

ঘ) দুটা ভাগত

= ঘ

 

৯০) শিক্ষাই এজন ছাত্রৰ কোনটো ক্ষেত্রৰ বিকাশত সহায় কৰে ?

ক) আনুভুমিক বুদ্ধিমত্তা

খ) সামাজিক বুদ্ধিমত্তা

গ) জীৱিকা সম্পর্কীয় বুদ্ধিমত্তা

ঘ) ওপৰৰ আটাইকেইটা

= ঘ

1 thought on “MCQ on Pedagogy, Questions 61 – 90”

Leave a Comment

error: Warning, you aare not allowed to copy this element