Join Assam Study Centre Channel

MCQ on Pedagogy, Questions 31 – 60

৩১) থর্নডাইকে শিক্ষণৰ মুখ্য নীতি তিনিটাৰ উপৰি শিক্ষণৰ গৌণ নীতিৰ কথা উল্লেখ কৰিছিল –

ক) দুটা

খ) পাঁচটা

গ) তিনিটা

ঘ) চাৰিটা

= পাঁচটা

 

৩২)  কোনো জাননী নিদিয়াকৈ পৰীক্ষা পাতিলে কি লাভ হয়?

ক) দুর্বল ছাত্র-ছাত্রীক শাস্তি দিয়া হয়।

খ) ই ছাত্র-ছাত্রীক সদায়েই অধ্যয়নত থাকিবলৈ সহায় কৰে

গ) ছাত্র-ছাত্রী সদায় অধ্যয়নৰ বাবে প্রস্তুত থাকে

ঘ) ইয়াৰ ফলত শ্রেণীটো সবল হয়।

= খ

 

৩৩)  শিক্ষণৰ সময়ত যদি কোনো ছাত্রই ছবি আঁকি থাকে

ক) তুমি তেওঁক শাস্তি দিবা

খ) কিছুমান নির্দেশ দি তুমি তেওঁক ক্ষমা কবিবা

গ) তুমি তেওঁক অধ্যক্ষৰ ওচৰলৈ পঠাই দিবা

ঘ) তেওঁক শ্রেণীকক্ষৰ পৰা বহিষ্কাৰ কৰিবা

= খ

 

৩৪)  শিকিবৰ বাবে ব্যবহাৰিক জ্ঞান কিয় উপযুক্ত উপায়?

ক) ই ছাত্র-ছাত্রীক সক্রিয় কৰে।

খ) ই যথেষ্ট ভাল।

গ) এইবোৰ কৰি ছাত্র-ছাত্রীয়ে সুখী অনুভব কৰে

ঘ) ই শিকিবৰ বাবে উপযুক্ত নহয়

= ক

 

৩৫) গেছলেটৰ সূত্রটো কি?

ক) এটা বিষয়ৰ অধ্যয়নে অন্য বিষয় অধ্যয়নত প্রভাব পেলায়।

খ) শিশুৰ শাৰীৰিক উন্নয়নে মানসিক উন্নয়নত প্রভাব পেলায়।

গ) সকলো বিষয়ৰে জ্ঞান সম্পূর্ণ হবলৈ অধ্যয়ন কৰা।

ঘ) তুমি যেতিয়া অধ্যয়নৰ অর্থ বুজি পাবা তেতিয়া অধ্যয়ন সম্পূর্ণ হোৱা বুলি বুজিব পাৰি

= ক

 

৩৬) সোধা প্রশ্নবোৰ স্পষ্ট আৰু সহজ হ’ব লাগে। তলত উল্লেখ কৰা কোনটো প্রশ্ন স্পষ্ট আৰু সহজ নহয়-

ক) মহাভাৰত কোনে লিখিছিল ?

খ) তুমি মহাভাৰত কিয় ভাল পোৱা ?

গ) মহাভাৰতৰ বিষয়ে তুমি কি জানা ?

ঘ) তুমি যদি প্রতিদিনে মহাভাৰত  আওঁৰোৱা ?

= গ

 

৩৭)  শ্রেণীকোঠাত আবৃত্তি আবশ্যকীয় কাৰণ ইয়াৰ দ্বাৰা –

ক) শিশুৰ উৰণীয়া সকভাব লুপ্ত হয়

খ) শিক্ষক আৰু অয়ান ছাত্রই সেইবোৰ শুনিব পাৰে

গ) ইয়াৰ ফলত পাঠটোৰ অর্থ স্পষ্ট হয়

ঘ) উচ্চাৰণ শুদ্ধ হয়

= ঘ

 

৩৮) শ্রেণীকোঠাত এজন শিক্ষকৰ আৱশ্যক হয়-

ক) টেবুল

খ) ব্লেকবর্ড

গ) চকী

ঘ) এচাৰি

= ব্লেকবর্ড

 

৩৯) শিকণৰ অর্থ কি?

ক) শ্রেণীত প্রথম হোৱা

খ) জ্ঞানী হোৱা

গ) অভিজ্ঞতাৰ দ্বাৰা ব্যবহাৰৰ পৰিবর্তন

ঘ) কাম কৰিবৰ বাবে সক্রিয় হোৱা

= গ

 

৪০) শিকণৰ অর্থ কি ?

ক) শ্রেণীত প্রথম হোৱা

খ) জ্ঞানী হোৱা

গ) অভিজ্ঞতা দ্বাৰা ব্যবহাৰৰ পৰিবর্তন

ঘ) কাম কৰিবৰ বাবে সক্রিয় হোৱা

= গ

 

৪১) উৎকৃষ্ট শিক্ষণ কাক কয় ?

ক) শিক্ষক আহে আৰু এটা ভাষণ দি গুছি যায়

খ) কিতাপৰ মতে অধ্যয়ন

গ) শিক্ষক আৰু ছাত্রৰ মাজত এটা আন্তঃসংযোগ স্থাপন কৰা

ঘ) ব্লেকবর্ডৰ যোগেদি শিক্ষণ

= গ

 

৪২) দুর্বল ছাত্র-ছাত্রীক উৎসাহ জনাবলৈ শিক্ষকে-

ক) আন্তৰিক প্রেৰণা দিব লগতে ভাল কাম কৰিবলৈ ক’ব

খ) শ্রেণীত প্রথম বেঞ্চত বহিবলৈ ক’ব

গ) শ্রেণীক অধিক মনোযোগ দিবলৈ ক’ব

ঘ) শ্রেণীত তেওঁলোকক মনোযোগ দিব নালাগে

= ক

 

৪৩) শ্রেণীকক্ষৰ পৰিচালনাৰ বাবে প্রধানকৈ কোন দায়বদ্ধ ?

ক) অধ্যক্ষ

খ) শ্রেণী শিক্ষক

গ) ছাত্র-ছাত্রী

ঘ) পৰিদর্শক/ চুপাৰভাইজাৰ

= ঘ

 

৪৪) সূশৃংখল শ্রেণী ব্যবস্থাৰ বাবে প্রয়োজনীয় বস্তু হ’ল-

ক) শ্রেণীকক্ষত যথোপযুক্ত পোহৰ থাকিব লাগে

খ) শ্রেণী কক্ষত ভেণ্টিলেচন থাকিব লাগে

গ) শ্রেণীত বহাৰ বাবে প্রয়োজনীয় ব্যবস্থা থাকিব লাগে

ঘ) ওপৰৰ আটাইকেইটা

= ঘ

 

৪৫) ছাত্র-ছাত্রীয়ে অবাঞ্চিত ব্যবহাৰ কৰিলে শিক্ষকে-

ক) মনস্তত্বৰ আবশ্যকীয় কৌশলৰ সহায় ল’ব

খ) স্কুলৰ পৰা বহিস্কাৰ কৰিব

গ) শাৰীৰিক শাস্তি দিব

ঘ) ভয় খুৱাই

= ক

 

৪৬) শ্রেণীত অৱসৰৰ সময় কটাবলৈ শিক্ষকে-

ক) তেওঁলোকক কথা পাতিবলৈ দিব

খ) স্কুলৰ পৰা যাবলৈ দিব

গ) তেওঁলোকক শ্রেণীত মনে মনে বহি থাকিবলৈ দিব

ঘ) কিছুমান কাম-কাজ দিব

= ঘ

 

৪৭) শিক্ষক হল এজন

ক) বন্ধু

খ) পথ নির্দেশক

গ) বিশ্বাসী উপদেষ্টা

ঘ) সহায়ক

= খ

 

৪৮)  শ্রেণীকোঠাত নিয়মানুবর্তিতা অৱলম্বন কৰিবলৈ হলে

ক) ছাত্র-ছাত্রীক ভয় দেখুৱাব লাগিব

খ) শৈক্ষিক কাম-কাজত ছাত্র-ছাত্রীক জড়িত ৰাখিব লাগিব

গ) ছাত্র-ছাত্রীক নিয়মানুবর্তিতাৰ মাজত থাকিবলৈ কব

ঘ) ছাত্র-ছাত্রীক মাৰিব লাগিব

= খ

 

৪৯) শ্রেণীকক্ষত কোনো নিয়ম-নীতি নাথাকে, যেতিয়া

ক) শ্রেণীৰ কিছুমান ছাত্র-ছাত্রী দুষ্ট হয়

খ) সকলো ছাত্র-ছাত্রী দুষ্ট হলে

গ) ছাত্র-ছাত্রীক একো কাম কৰিবলৈ দিয়া নহয়

ঘ) এইবোৰৰ এটাও নহয়

= গ

 

৫০)  পাঠদানৰ সময়ত যদি পাঠটো পুনঃ পুনঃ আওঁৰোৱা তেতিয়া-

ক) ই লাহে লাহে বুজি পোৱা শিশুবোৰৰ বাবে ভাল

খ) ই হয় সময়ৰ অপব্যবহাৰ

গ) জটিল পাঠ বুজি পোৱা্ত ই সহায়ক হয়

ঘ) ই ছাত্র-ছাত্রীক পাঠটো মনত ৰখাত সহায় কৰে

= ঘ

 

৫১)  শিক্ষণৰ অনুশীলন নীতি ভাগ দুটা হল-

ক) ব্যবহাৰৰ আৰু অব্যবহাৰৰ নীতি

খ) ফলাফল আৰু প্রস্তুতিৰ নীতি

গ) অব্যবহাৰৰ আৰু প্রস্তুতিৰ নীতি

ঘ) ব্যবহাৰৰ আৰু প্রস্তুতিৰ নীতি

= ক

 

৫২)  শিকা কথাবোৰৰ স্থায়িত্ব নির্ভৰশীল-

ক) অনুশীলনৰ ওপৰত

খ) প্রস্তুতিৰ ওপৰত

গ) ফলাফলৰ ওপৰত

ঘ) এটাও নহয়

= ক

 

৫৩) “যেতিয়া কোনো বান্ধোন কর্ম কবিবলৈ সাজু হৈ থাকে, সেই কর্মই সন্তুষ্টি দিয়ে, আৰু যদি সাজু হৈ নাথাকে, তেন্তে সেই কর্মই বিৰক্তিকৰ কাৰণ হৈ পৰে”- থর্নডাইকে শিক্ষণৰ কোনটো নীতিৰ ক্ষেত্রত এই সংজ্ঞাটো আগবঢ়াইছিল

ক) অনুশীলনৰ নীতি

খ) ব্যবহাৰৰ নীতি

গ) প্রস্তুতিৰ নীতি

ঘ) ফলাফলৰ নীতি

= গ

 

৫৪) ইংৰাজী “Motivation’ শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছিল-

ক) Motun

খ) Nature

গ) Motive

ঘ) Stimuli

= ক

 

৫৫) ব্যক্তিৰ অন্তৰত উদ্যমৰ সৃষ্টি কৰি কর্মত প্রবৃত্ত হবলৈ প্রেৰণা যোগায়-

ক) অভ্যাসে

খ) অভিৰোচনে

গ) প্রয়োজনে

ঘ) প্রবৃত্তিয়ে

= খ

 

৫৬) স্কীনাৰৰ দ্বাৰা আবিস্কৃত অনুবন্ধনবাদ প্রক্রিয়াক অভিহিত কৰা হয়-

ক) অব্যবহাৰিক অনুবন্ধন

খ) ব্যবহাৰিক অনুবন্ধন

গ) যৌগিক অনুবন্ধন

ঘ) মৌলিক অনুবন্ধন

= খ

 

৫৭)  শিক্ষণ পদ্ধতিত প্রাকৃতিক ভাষা আহৰণ কি ?

ক) শুনা, কোৱা, পঢ়া, লিখা

খ) লিখা, পঢ়া, শুনা, কোৱা

গ) কোৱা, শুনা, পঢ়া, লিখা

ঘ) শুনা, কোৱা, লিখা, পঢ়া

= ক

 

৫৮)  পৰীক্ষাৰ বাবে শিক্ষকে ছাত্র-ছাত্রীক কেনেকৈ সাজু কৰিব ?

ক) তেওঁলোকক পৰীক্ষাৰ বিষয়ে একো নোকোৱাকৈ

খ) দৰকাৰী প্রশ্নবোৰৰহে সমাধান উলিয়াব

গ) তেওঁলোকক পৰীক্ষাৰ গুৰুত্বৰ বিষয়ে কোৱা হব আৰু তেওঁলোকৰ অনুশীলনীত সহায় কৰিব

ঘ) যিসকলে পৰীক্ষাত উত্তীর্ণ হ’ব তেওঁলোকক পুৰস্কৃত কৰা হব বুলি ঘোষণা কৰা

= গ

 

৫৯)  শিক্ষকে উত্তৰ বহী কেনেদৰে মূল্যায়ন কৰিব ?

ক) তেওঁলোকে সকলো ছাত্র-ছাত্রীকে সমান নম্বৰ দিব

খ) তেওঁলোকে সাৱধানতাৰে উত্তৰ বহী নিৰীক্ষণ

গ) তেওঁলোকে সাৱধানতাৰে উত্তৰ বহী নিৰীক্ষণ নকৰিব

ঘ) তেওঁলোকে দুর্বল ছাত্র-ছাত্রীক ভাল নম্বৰ দিব যাতে তেওঁলোকে অধিক পঢ়িব পাৰে

= খ

 

৬০) এজন মেধাবী ছাত্রই কম নম্বৰ পালে শিক্ষক হিচাপে তুমি কি কৰিবা ?

ক) শ্রেণীকক্ষত তেওঁক লাজ দিব

খ) তেওঁব পিতৃ-মাতৃৰ সৈতে কথা পাতি কাৰণ জানিবলৈ চেষ্টা কৰিব

গ) তুমি তেওঁক মনস্তাত্বিক চিকিৎসা দিব

ঘ) তেওঁক কঠোৰ পৰিশ্রম কৰিবলৈ প্রেৰণা দিব

= ঘ

Leave a Comment

error: Warning, you aare not allowed to copy this element