Join Assam Study Centre Channel

Indian History Series 13

MCQ on modern India | প্ৰিয় শিক্ষাৰ্থী, Assam Study Centre এ আপোনালৈ পশ্চিম আৰু দক্ষিণ ভাৰতত সংস্কাৰ আন্দোলনৰ ওপৰত আধাৰিত কৰি ১০ টা MCQ ৰ প্রশ্নোত্তৰ আগবঢ়াইছো। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ। গতিকে এই প্রশ্ন সমূহ ভালদৰে পঢ়ক আৰু আগন্তুক পৰীক্ষাৰ বাবে নিজকে সাজু কৰক।

MCQ on modern India

তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা

১)  প্রার্থনা সমাজৰ বিষয়ে নিম্নলিখিত কোনটো শুদ্ধ নহয়?

ক) প্রার্থনা সমাজ ১৮৬৭ চনত বোম্বাইত প্ৰতিষ্ঠা হৈছিল

খ) কেশৱ চন্দ্র সেনৰ সহযোগত প্রার্থনা সমাজ আত্মাৰাম পাণ্ডুৰংগাই প্রতিষ্ঠা কৰিছিল

গ) প্রার্থনা সমাজ স্থাপনৰ মূল উদ্দেশ্য আছিল মানুহক এক ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা আৰু কেৱল এজন ঈশ্বৰৰ পূজা কৰা

ঘ) এই সমাজ বিধৱাৰ পুনৰ বিবাহৰ বিৰুদ্ধে আছিল।

২) সত্যসাধক সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল?

ক) জ্যোতিবা ফুলে

খ) গোপাল হৰি দেশমুখ

গ) মহাদেৱ গোৱিন্দ ৰানাডে

ঘ) ৰামকৃষ্ণ ভাণ্ডাৰকাৰ

৩) দয়ানন্দ সৰস্বতীৰ প্রকৃত নাম কি আছিল?

ক) মলকু দাস

আপুনি যদি আমাৰ এই Ancient Indian History GKপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’  বা টুইটাৰ  বা  টেলিগ্রাম’ত অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 খ) মূল শঙ্কৰ

গ) নৰেন্দ্র

ঘ) দাদু

৪) “সত্য প্ৰকাশ” গ্রন্থৰ লেখক কোন?

ক) দয়ানন্দ সৰস্বতী

খ) ৰাজা ৰাম মোহন ৰায়

গ) মহাদেৱ গোৱিন্দ ৰানাডে

ঘ) ৰামকৃষ্ণ ভাণ্ডাৰকাৰ

৫) নিম্নলিখিত কোনটো আৰ্য সমাজৰ বিষয়ে শুদ্ধ নহয়?

ক) আৰ্য সমাজে বাল্য বিবাহৰ বিৰোধীতা কৰিছিল আৰু বিধৱাৰ  পুনৰ বিবাহত উদগনি দিছিল

খ) এই সমাজ ১৮৭৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল

গ)  ইয়াৰ মুখ্য উদেশ্য আছিল এজন ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখা

ঘ) ওপৰৰ কোনো এটা শুদ্ধ নহয়

৬)  নিম্নলিখিত কোনটো বিবৃতি শুদ্ধ নহয়?

ক) ১৮৬৪ চনত মাদ্ৰাজত বেদ সমাজ স্থাপন কৰা হৈছিল

খ) ব্রাহ্ম সমাজৰ পৰা অনুপ্ৰেৰণা লাভ কৰি বেদ সমাজ স্থাপন কৰা হৈছিল

গ) কাণ্ডুকুৰি বীৰেচেলিংগাম পশ্চিম ভাৰতৰ সংস্কাৰ আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আছিল

ঘ) বেদ সমাজেও গোড়া হিন্দুত্ববাদত থকা অন্ধবিশ্বাস আৰু কু-প্রথাৰ বিৰোধীতা কৰিছিল, লগতে এক উচ্চতম ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিছিল 

৭) নাৰায়ণ গুৰুৰ জন্ম ক‘ত হৈছিল?

ক) কেৰালা

খ)  মহাৰাষ্ট্ৰ

গ) বেংগল

ঘ) পঞ্জাৱ

৮) ভাৰতত দেৱদাসী প্রথা  ক’ত প্ৰচলিত আছিল ?

ক) দক্ষিণ ভাৰত

খ) উত্তৰ ভাৰত

গ) পূৱ ভাৰত

ঘ) পশ্চিম ভাৰত

৯) কোনে সকলোৰে বাবে এক জাতি, এক ধৰ্ম আৰু এক ঈশ্বৰৰ ধাৰণাক প্রচাৰ কৰিছিল ?

ক) মহাত্মা গান্ধী

খ)নাৰায়ণ গুৰু

গ) পেৰিয়াৰ

ঘ) স্বামী বিবেকানন্দ

১০) শ্ৰী নাৰায়ণ ধৰ্ম পৰিপালন যোগ সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

ক) দয়ানন্দ সৰস্বতী

খ) পেৰিয়াৰ স্বামী

গ) নাৰায়ণ গুৰু

ঘ) গোপাল হৰি দেশমুখ

উত্তৰসমূহ 

১) ঘ  ২) ক  ৩)  খ   ৪) ক  ৫) ঘ  ৬)  গ  ৭) ক   ৮) ক   ৯) খ  ১০) গ

Leave a Comment

error: Warning, you aare not allowed to copy this element