Join Assam Study Centre Channel

Indian Polity and Constitution of India – Questions 181- 210

১৮১)ধর্মীয় অধিকাৰৰ  বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে ?

ক) ২৫ – ২৮ নং অনুচ্ছেদ

খ) ৩০ – ৩৩ নং অনুচ্ছেদ

গ) ৩৫ – ৩৭ নং অনুচ্ছেদ

ঘ) ৪৪ – ৪৭ নং অনুচ্ছেদ

= ২৫ – ২৮ নং অনুচ্ছেদ

 

১৮২) কিমান চনত নুন্যতম মজুৰি আইন গৃহীত হৈছিল ?

ক) ১৯৪৮

খ) ১৯৫০

গ) ১৯৫১

ঘ) ১৯৫৫

=১৯৪৮

 

১৮৩) সংবিধানৰ কোনটো অংশত চৰকাৰী ভাষাৰ বিষয়ে উল্লেখ আছে ?

ক) ১৪

খ) ১৬

গ) ১৭

ঘ) ১৮

= ১৭

 

১৮৪) Public Accounts Committee এ কাৰ ওচৰত প্রতিবেদন দাখিল কৰিব লাগে ?

ক) লোক সভা

খ) প্রধানমন্ত্রী

গ) ৰাষ্ট্রপতি

ঘ) বিত্ত মন্ত্রী

= লোকসভা

 

১৮৫) ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বৈদেশিক নীতিৰ বিষয়ে উল্লেখ আছে ?

ক) ৫১

খ) ৬০

গ) ৩১২

ঘ) ৩৮০

= ৫১

 

১৮৬) ভাৰতত মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে ?

ক) ৰাষ্ট্রপতি

খ) ৰাজ্যসভা

গ) সংসদ

ঘ) উচ্চতম ন্যায়ালয়

= সংসদ

 

১৮৭) তলৰ কোনখন ৰাজ্যত পঞ্চায়তত সংৰক্ষণ নীতি প্রয়োগ নহয় ?

ক) উত্তৰপ্রদেশ

খ) অসম

গ) অৰুণাচল প্রদেশ

ঘ) হাৰিয়ানা

= অৰুণাচল প্রদেশ

 

১৮৮) তলৰ কোনটো ভাৰতীয় নাগৰিকত্ব অর্জনৰ এক উপায় নহয় ?

ক) দেশীয়কৰণ

খ) উত্তৰাধিকাৰী

গ) পঞ্জীয়ণ

ঘ) সম্পত্তি

= সম্পত্তি

 

১৮৯) পঞ্চায়তৰ নির্বাচনত প্রতিদ্বন্দিতা কৰিবৰ বাবে এজন প্রার্থীৰ নুন্যতম বয়স হৈছে-

ক) ১৮ বছৰ

খ) ২১ বছৰ

গ) ২৫ বছৰ

ঘ) ৩৫ বছৰ

= ২১ বছৰ

 

১৯০)ভাৰতীয় নাগৰিকে কিমানটা মৌলিক অধিকাৰ উপভোগ কৰে ?

ক) ৫

খ) ৬

গ) ৭

ঘ) ৮

= ৬

 

১৯১) সংবিধানৰ কোনটো অনুচ্ছেদ মতে এজন নাগৰিকে নিজৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে পোনপটীয়াভাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে ?

ক) ১২

খ) ১৮

গ) ২৬

ঘ) ৩২     

=৩২

 

১৯২) উচ্চতম ন্যায়ালয়ৰ কার্যসমুহ প্রধানকৈ অনুসৰণ কৰা হৈছে-

ক) ইংলণ্ড

খ) আয়াৰলেণ্ড

গ) ৰাছিয়া

ঘ) জাপান

= জাপান 

     

১৯৩) ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতি সমুহ উল্লেখ আছে –

ক) ক অংশত

খ) খ অংশত

গ) গ অংশত

ঘ) ঘ অংশত

= ঘ অংশত

 

১৯৪) ভাৰতক কি বুলি আখ্যা দিয়া হয় ?

ক) কনফেডাৰেচন

খ) অর্ধ-যুক্তৰাষ্ট্র

গ) ৰাজ্যসমুহৰ সংঘ

ঘ) এটাও নহয়

= ৰাজ্যসমুহৰ সংঘ

 

১৯৫) ভাৰতত বর্তমানলৈকে নির্দলীয় প্রার্থী হিচাপে ৰাষ্ট্রপতিৰ পদত প্রতিদ্বন্দিতা কৰি জয়লাভ কৰা একমাত্র ব্যক্তিজন কোন ?

ক)  ভি ভি গিৰি

খ) ফকৰুদ্দিন আলী আহমেদ

গ) সঞ্জীব ৰেড্ডী

ঘ) ভেংকটৰমণ

= ভি ভি গিৰি

 

১৯৬) কোনজন প্রধানমন্ত্রী সংসদলৈ নোযোৱাকৈ কার্যকাল পাৰ কৰিছিল ?

ক) আই কে গুজৰাল

খ) চন্দ্র শেখৰ

গ) মোৰাৰজী দেশাই

ঘ) চৰণ সিং

= চৰণ সিং

 

১৯৭) সংবিধান মতে পঞ্চায়ত হৈছে এক-

ক) মৌলিক অধিকাৰ

খ) মৌলিক কর্তব্য

গ) নির্দেশাত্মক নীতি

ঘ) এটাও নহয়

= নির্দেশাত্মক নীতি

 

১৯৮) কোনো অনুমতি নোলোৱা্কৈ সংসদৰ এজন সদস্যই কিমান দিন সংসদৰ অধিবেশনত অনুপস্থিত থাকিলে সংসদৰ সদস্যপদ বাতিল হয় ?

ক) ৩০ দিন

খ) ৪৫ দিন

গ) ৬০ দিন

ঘ) ৭৫ দিন

=  ৬০ দিন

 

১৯৯) এখন নতুন ৰাজ্যৰ সৃষ্টি বা ৰাজ্যৰ সীমাৰ সালসলনি বিষয়টোৰ ক্ষমতা কাৰ ওচৰত আছে ?

ক) ৰাষ্ট্রপতি

খ) সংসদ

গ) উচ্চতম ন্যায়ালয়

ঘ) নির্বাচনী আয়োগ

=  সংসদ

 

২০০) প্রাকৃতিক পৰিবেশৰ সুৰক্ষা, নদ-নদী, হ্রদ, বন্য প্রাণী আদিৰ ৰক্ষণাবেক্ষণ বিষয়টো কিহৰ লগত জড়িত ?

ক) মৌলিক অধিকাৰ

খ) মৌলিক কর্তব্য

গ) নির্দেশাত্মক নীতি

ঘ) এটাও নহয়

= মৌলিক কর্তব্য

 

২০১) সংসদক সম্বোধন কৰাৰ অধিকাৰ তলৰ কাৰ আছে ?

ক)এর্টণি জেনেৰেল

খ) মুখ্য ন্যায়াধীশ

গ) মুখ্য নির্বাচনী বিষয়া

ঘ) ৰাষ্ট্রীয় সুৰক্ষা উপদেষ্টা

= এর্টণি জেনেৰেল

 

২০২) তলৰ কোনকেইখন ৰাজ্যক প্রথমতে স্বায়ত্ব শাসিত ৰাজ্য আৰু পাছলৈ পুর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়া হৈছিল ?

ক) মেঘালয়, জম্মু কাশ্মীৰ

খ) অসম, বিহাৰ

গ) মেঘালয়, চিকিম

ঘ) নাগালেণ্ড, অসম

= মেঘালয়, চিকিম

 

২০৩) কিমান চনত ৮৬ তম্‌ সংশোধনীয়ে প্রাথমিক শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰিছিল ?

ক) ১৯৯৮

খ) ২০০০

গ) ২০০২

ঘ) ২০০৪

=২০০২

 

২০৪) সমাজবাদী আৰু ধর্মনিৰপেক্ষ শব্দ দুটা কিমানতম সংশোধনীৰ যীগেদি সংবিধানত অন্তবুক্ত কৰা হৈছে ?

ক) ৩৯

খ) ৪২

গ) ৪৩

ঘ) ৪৮

= ৪২

 

২০৫) কিমান নং অনুচ্ছেদে অস্পৃশ্যতাক ভাৰতৰ পৰা বর্জন কৰিছে ?

ক) ১৩

খ) ১৭

গ) ১৮

ঘ) ২১

= ১৭

 

২০৬) প্রস্তাবনাত থকা স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধৰ ধাৰণা কোনখন দেশৰ পৰা অনুসৰণ কৰা হৈছে ?

ক) ৰাছিয়া

খ) ফ্রান্স

গ) আমেৰিকা

ঘ) জার্মান

= ফ্রান্স

 

২০৭) ভাৰতীয় সংবিধানখন প্রকাশ কৰিছে –

ক) আইন বিভাগে

খ) ন্যায় বিভাগে

গ) বিধয়িনী বিভাগ

ঘ) ৰাষ্ট্রীয় ন্যায়িক আয়োগে

= বিধায়িনী বিভাগে

 

২০৮)  অনুচ্ছেদ ৩৭২ (২) কোনখন ৰাজ্যৰ লগত জড়িত ?

ক) জম্মু কাশ্মীৰ

খ) মহাৰাষ্ট্র, গুজৰাট

গ) নাগালেণ্ড, মণিপুৰ

ঘ) তেলেংগানা, অন্ধ্রপ্রদেশ

= মহাৰাষ্ট্র, গুজৰাট

 

২০৯) অনুচ্ছেদ ৩৭১ (ক) কোনখন ৰাজ্যৰ লগত জড়িত ?

ক) জম্মু কাশ্মীৰ

খ) মণিপুৰ

গ) মিজোৰাম

ঘ) নাগালেণ্ড

=  নাগালেণ্ড

 

২১০) তলৰ কোনটো গোচৰৰ ৰায়দানে কৈছিল যে প্রস্তাবনাটো সংবিধানৰ এক অংশ নহয় ?

ক) বেৰুবাৰী গোচৰ

খ) গোলকনাথ গোচৰ

গ) কেশবানন্দ ভাৰতী গোচৰ

ঘ) বোম্মাই বনাম ভাৰত চৰকাৰ গোচৰ

= বেৰুবাৰী গোচৰ

২১১) এখন বিধান পৰিষদ ভংগ কৰি দিয়াৰ অধিকাৰ কাৰ আছে ?

ক) ৰাষ্ট্রপতি

খ) ৰাজ্যপাল

গ) ৰাজ্যৰ মন্ত্রীপৰিষদ

ঘ) ৰাজ্যৰ বিধানসভাৰ

=  ৰাজ্যৰ বিধানসভাৰ

Leave a Comment

error: Warning, you aare not allowed to copy this element