Join Assam Study Centre Channel

Lakhimpur College Recruitment

Assam Job Recruitment শিতানত Lakhimpur College Recruitment ৰ বিজ্ঞাপন প্রকাশ পাইছে।

 

খালী পদৰ নামঃ সহকাৰী অধ্যাপক

খালী পদৰ সংখ্যাঃ ০১ টা

অনুষ্ঠানঃ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়

আবেদনৰ অন্তিম তাৰিখঃ ০৮-০৭-২০২০

Name of the vacant Post: Assistant Professor

Number of Vacant Post: 01

Institution: North Lakhimpur College

Last date of Apply: 08-07-2020

 

Details about Lakhimpur College Recruitment

 

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত ইলেক্ট্রনিকচ বিভাগত এটা (০১) সহকাৰী অধ্যাপকৰ পদ খালী হৈছে । উক্ত পদ ৰোষ্টাৰ পইণ্ট ৫৯  মতে পুৰণ কৰা হ’ব। পদটি অসংৰক্ষিত (Unreserved)।

Post of Assistant Professor is lying vacant in the department of Electronics at North Lakhimpur College. The post will be filled up as per roster point no 59. Again the post is unreserved.

চাকৰি সংক্রান্তীয় বাতৰি নিয়মীয়াকৈ পাই থাকিবৰ বাবে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

Age criteria for Lakhimpur College Recruitment

 

বয়সঃ আবেদন কৰিব বিচৰা প্রার্থীৰ বয়স ১ জানুৱাৰী ২০২০ তাৰিখে ৩৮  বছৰৰ বেছি হ’ব নালাগিব। তদুপৰি SC/ST/PWD প্রার্থীক ৫ বছৰ বয়স ৰেহাই দিয়া হ’ব। সেইদৰে অবিচি বা এম অ বি চি প্রার্থীৰ ক্ষেত্রত বয়সৰ সীমা ৩ বছৰ ৰেহাই দিয়া হ’ব।

The age of the candidate must be 38 years on 01-01-2020. Moreover, 5 years of relaxation of age will be given to the candidates belongs to SC/ST/PWD. Again 3 years of age relaxation will be for the candidates belongs to OBC/MOBC.

 

Other qualifications

প্রার্থীসকলৰ অর্হতা চৰকাৰী অধিসুচনা নং AHE.407/2017/44 DATED 08-11-2018 মতে আৰু অধিসুচনা নং AHE.28-2020/4 DATED 04-02-2020  থাকিব লাগিব।

তদুপৰি ইতিমধ্যে চাকৰি কৰি থকা প্রার্থীয়ে আবেদন কৰিব বিচাৰিলে নিয়োজিত কতৃপক্ষৰ পৰা এন অ চি দিব লাগিব।

প্রার্থীসকলে স্থানীয় ভাষা জানিব লাগিব আৰু স্থায়ী বাসিন্দাৰ প্রমাণপত্র থাকিব লাগিব।

 

How to apply ?

কেনেকৈ আবেদন কৰিব ?

 

প্রার্থীসকলে উচ্চ শিক্ষা বিভাগৰ নিদিষ্ট প্র-পত্রত আবেদন কৰিব লাগিব। এই প্র-পত্র (Form) মহাবিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ। প্র-পত্রৰ লগত প্রার্থীসকলে ২০০০ টকাৰ ডিমাণ্ড ড্রাফট গাঁঠি দিব লাগিব। এই ড্রাফট Principal, North Lakhimpur College, Payble at BI, N.L. Branch ৰ নামত কাটিব লাগিব।

তদুপৰি আবেদনপত্র To The Principal, North Lakhimpur College ৰ নামত পঠিয়াব লাগিব।

 

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ ৱেবচাইটঃ ইয়াত ক্লিক কৰক 

 

চাকৰি সংক্রান্তীয় বাতৰি নিয়মীয়াকৈ পাই থাকিবৰ বাবে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

error: Warning, you aare not allowed to copy this element